Child Psyconvo Care

Child Psyconvo Care Child Development Therapy Centre▪️Speech therapy,Special Educator,Occupational therapy,ABA therapy

Celebrating differences, spreading kindness, and embracing every unique mind. 💙On World Autism Awareness Day, let’s prom...
02/04/2026

Celebrating differences, spreading kindness, and embracing every unique mind. 💙
On World Autism Awareness Day, let’s promote acceptance, inclusion, and love for all.

06/03/2026

Speech therapy sessions for children with childhood apraxia of speech

21/02/2026

He has mild autism with ADHD. In just 8 days, his repetition skills have shown improvement. Happy to see his progress.

13/01/2026

Speech development

19/12/2025

- আপোনাৰ শিশুটিৰ কথা কোৱাত দেৰি হৈছে নেকি?
-আপোনাৰ শিশুটিয়ে একেবাৰেই কথা নকয় নেকি?? অথবা, মাত্ৰ এটা-দুটা শব্দৰ মাজতে তেওঁৰ কথোপকথন সীমাবদ্ধ নেকি??
- খং ৰাগ বেছি নেকি ?
- কিবা বস্তু এটাত লাগিলে সেই একেটা বস্তুটোতেই লাগি থাকিব বিচাৰে
- আপোনাৰ চকুলৈ ভালকৈ নাচায় নেকি ?
- সমাগত হৈ থকা বন্ধু-বান্ধৱীৰ পৰা বা আত্মীয় ব্যক্তিৰ পৰা আতঁৰি থাকে নেকি?
- সামাজিক নহয় নেকি?
- কেৱল জুলীয়া বস্তুহে খাই নেকি? গোটা বস্তু খাবলৈ নিবিচাৰে নেকি?

যদি ওপৰৰ যিকোনো লক্ষণ আপোনাৰ শিশুটিত দেখা পাইছে তেনেহ’লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে -

আমাৰ অনুষ্ঠানত শিশুৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদ্ধতিৰে প্ৰত্যেকটো শিশুৰ উপযোগীকৈ থেৰাপী দিয়া হয়।
যোগাযোগৰ বাবেঃ 93654 23149

- আপোনাৰ শিশুটিৰ কথা কোৱাত দেৰি হৈছে নেকি? -আপোনাৰ শিশুটিয়ে একেবাৰেই কথা নকয় নেকি?? অথবা, মাত্ৰ এটা-দুটা শব্দৰ মাজতে তে...
16/11/2025

- আপোনাৰ শিশুটিৰ কথা কোৱাত দেৰি হৈছে নেকি?
-আপোনাৰ শিশুটিয়ে একেবাৰেই কথা নকয় নেকি?? অথবা, মাত্ৰ এটা-দুটা শব্দৰ মাজতে তেওঁৰ কথোপকথন সীমাবদ্ধ নেকি??
- খং ৰাগ বেছি নেকি ?
- কিবা বস্তু এটাত লাগিলে সেই একেটা বস্তুটোতেই লাগি থাকিব বিচাৰে
- আপোনাৰ চকুলৈ ভালকৈ নাচায় নেকি ?
- সমাগত হৈ থকা বন্ধু-বান্ধৱীৰ পৰা বা আত্মীয় ব্যক্তিৰ পৰা আতঁৰি থাকে নেকি?
- সামাজিক নহয় নেকি?
- কেৱল জুলীয়া বস্তুহে খাই নেকি? গোটা বস্তু খাবলৈ নিবিচাৰে নেকি?

যদি ওপৰৰ যিকোনো লক্ষণ আপোনাৰ শিশুটিত দেখা পাইছে তেনেহ’লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে -

আমি এতিয়া যোৰহাটৰ লগতে নগাঁও টো উপলব্ধ।

আমাৰ অনুষ্ঠানত শিশুৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদ্ধতিৰে প্ৰত্যেকটো শিশুৰ উপযোগীকৈ থেৰাপী দিয়া হয়।
যোগাযোগৰ বাবেঃ 93654 23149

Location: AT road,bishnuram baruah hall,opposite of petrol pump,dipali medical,jorhat,assam
05/06/2025

Location: AT road,bishnuram baruah hall,opposite of petrol pump,dipali medical,jorhat,assam

19/03/2025

Speech therapy

Address

Nagaon
Jorhat

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+919365423149

Alerts

Be the first to know and let us send you an email when Child Psyconvo Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Child Psyconvo Care:

Share