Dr Nibedita Sarkar

Dr Nibedita Sarkar Dr Nibedita Sarkar , MD Medicine (Kayachikitsa ) , PGDY. Dr Nibedita Sarkar BAMS, MD( Kayachikitsa/Medicine),PGDY,PCC

21/06/2024
আপোনি  আপোনাৰ টোপনিৰ অসুবিধা  মেডিচিন  নোখোৱাকৈ  ও  ভাল কৰিব পাৰে ।কেবল   ঔষধিক  তেলৰ  জৰিয়তে  আৰু  লগতে কিছুমান বিশেষ ...
16/02/2023

আপোনি আপোনাৰ টোপনিৰ অসুবিধা মেডিচিন নোখোৱাকৈ ও ভাল কৰিব পাৰে ।কেবল ঔষধিক তেলৰ জৰিয়তে আৰু লগতে কিছুমান বিশেষ ব্যৱহাৰিক জীৱনৰ আচৰণ সালসলনি কৰাৰ জৰিয়তে l

 #  (টান পাইখানা): # #পাশ্চাত্য কিতাপ অনুসৰি  দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ বাৰ কোনো কষ্ট অনুভৱ নকৰাকৈ আৰু পা...
10/02/2023

# (টান পাইখানা): # #

পাশ্চাত্য কিতাপ অনুসৰি দিনত তিনিবাৰ মল ত্যাগ কৰাৰ পৰা সপ্তাহত ৩ বাৰ কোনো কষ্ট অনুভৱ নকৰাকৈ আৰু পাইখানা কৰাৰ পাছত কোনো আচষ্টি ভাৱ নথকাকৈ পাইখনা কৰাটো হৈছে নর্মেল প্ৰক্ৰিয়া। ৯০ শতাংশ মানুহৰে এই প্ৰক্ৰিয়া অনুসৰণ কৰে ।
আৰু ইয়াৰ বিসংগতি কমৰ ফালে হলেই constipation বোলা হয়।
সদায় হোৱা পাইখানা কিন্তু টান হোৱাকো constipation বোলা হয়।
আকৌ যদিহে ২৫ শতাংশত কৈ বেছি ভাগ বাৰ যোৰ দি মলত্যাগ কৰিব লগা হয় বা পাইখানা কৰাৰ পিচত হৈয়ো নহলে বা ভালকে নহল বুলি ভৱনা মনত থাকি গলে ইয়াকো constipation বোলা হয়।

মহিলা সকলৰ সাধাৰনতে লেহেমীয়া মলক্ৰিয়া হয় কাৰণ গৰ্ভধাৰণ সময়ত তেওঁলোকৰ pelvic floor ৰ মাংস পেশী বোৰ অলপ ক্ষুত হয় সেইবাবে ইয়াৰ কৰ্ম ক্ষমতা অলপ কমি যায়।
ইয়াৰ কাৰণ সমূহ - obstructive lesion of colon , IBS, and idiopathic slow transit , Diabetic, Hypothyroidism, Hypocalcemia , hypercalcemia, Multiple sclerosis, Parkinsonism, Muscular dystrophy, আদি,।
খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত, মলবেগ ধাৰন কৰি ৰাখিলে ও constipation হয়।
ঔষধ যেনে - opiates, anticholinergic agents antihypertensive আদি বোৰেও constipation কৰে।
ইয়াক সময়ত প্ৰতিকাৰ নকৰিলে ই অন্যান্য ৰোগৰ কাৰণ হৈ পৰে যেনে- a**l fissure, anore**al hemorrhoids (পাইলছ) , f***l impaction, re**al prolapse ইত্যাদি।

আয়ুৰ্বেদিক চিকিৎসা প্ৰণালী ৰে এই সকলোবোৰ বেমাৰৰ সু চিকিৎসা কৰা হয় আৰু সম্পূৰ্ণ ৰূপে সুফল পোৱা যায়। ইয়াৰ চিকিৎসা ৰ লগতে খাদ্যাভ্যাস আৰু জীৱন শৈলী ৰ কিছু shukiya উপদেশ পালন কৰি এই constipation অৰ পৰা সম্পূর্ণ ৰূপে sat সাৰিব পাৰি ।। এই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া নাই বুলিয়ে কব পাৰি।

Diabetes Mellitus/ ডায়েবেটিজ/মধুমেহ  বেমাৰ আজিৰ  দিনত  প্ৰায়  মানুহৰে  হবলৈ ধৰিছে। কোনোবা  নিজেই  এই  বেমাৰত  ভূক্তভোগী...
03/02/2023

Diabetes Mellitus/ ডায়েবেটিজ/মধুমেহ বেমাৰ আজিৰ দিনত প্ৰায় মানুহৰে হবলৈ ধৰিছে। কোনোবা নিজেই এই বেমাৰত ভূক্তভোগী আন কাৰোবাৰ হয়তো মা/ দেউতা , নতুবা আন কোনোবা ৰ পৰিয়ালৰ অন্য সদস্য এইবিধ ৰোগত আক্ৰান্ত। সকলোৱে এইবিধ ৰোগৰ নাম অতি সাধাৰন ভাৱে প্ৰায় শুনা পায়ে থাকে | এইৰোগৰ বিষয়ে সঠিক জ্ঞান নথকা বাবে দেখিবলৈ পোৱা যায় যে ৰোগী সকলে এইৰোগৰ পৰা হোৱা উপদ্ৰব সমূহত আতি সোনকালে আক্ৰন্ত হবলৈ ধৰে । সেইবাবে ৰোগী য়ে নিজৰ শৰীৰৰ যত্ন লোৱা আৰু ৰোগবিধৰ বিষয়ে জানি থোৱা টো অতি দৰকাৰি। ইয়াৰ উচিত চিকিত্সা সময়ত নোহোৱা ৰ ফলত চকু, নাৰ্ভ, হাৰ্ট , brain ,কিডনি আদিৰ বেমাৰ উপদ্রব হিচাপে হয় । Foot ulcer/ ভৰিত ঘাঁ হলে আৰু অতি সাবধান হো উচিত কিয়নো এই ঘাঁৰ ফলত কেতিয়াবা ৰোগীয়ে নিজৰ ভৰি হেৰুৱাব লগা হোৱা ও অৱস্থা হোৱা দেখা যায়।গতিকে এই বিষয়ে আপুনি নিজে নিজৰ পৰিচৰ্যা কৰক আৰু আপোনাৰ আপোন জন কো সচেতন কৰক।

Gouty Arthritis (শৰীৰ ৰ  তেজত ইউৰিক এচিডৰ মাত্ৰা ৰ পৰিমাণ বৃদ্ধি হোৱা ৰ বাবে  হোৱা   গাঁঠি ৰ বিষ )
05/01/2023

Gouty Arthritis (শৰীৰ ৰ তেজত ইউৰিক এচিডৰ মাত্ৰা ৰ পৰিমাণ বৃদ্ধি হোৱা ৰ বাবে হোৱা গাঁঠি ৰ বিষ )

আপোনাৰ  খাদ্যাভাসৰ প্ৰতি সচেতন হওক 👉লিভাৰৰ বেছিভাগ বেমাৰেই   ভূল খাদ্যাভাসৰ  বাবে  হয়।
20/12/2022

আপোনাৰ খাদ্যাভাসৰ প্ৰতি সচেতন হওক 👉লিভাৰৰ বেছিভাগ বেমাৰেই ভূল খাদ্যাভাসৰ বাবে হয়।

পিঠি ,ডিঙি আৰু কঁকালৰ বিষ উৎপন্ন কৰা ৰাজহাড়ৰ ডালৰ বিভিন্ন  অবস্থা সমূহ l
09/12/2022

পিঠি ,ডিঙি আৰু কঁকালৰ বিষ উৎপন্ন কৰা ৰাজহাড়ৰ ডালৰ বিভিন্ন অবস্থা সমূহ l

Address

Kokrajhar
783390

Website

Alerts

Be the first to know and let us send you an email when Dr Nibedita Sarkar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category