Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial

Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial Proprietor & Consultant --
Dr. A.K.Barukial BDD,MD(H) Regd.No.-0701
With 25 years of experience

22/10/2025

আমি জুবিনৰ অনুৰাগী…… জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ হিন্দু মুছলিম সকলোৱে একেলগে বহি খাব পাৰিব লাগিব ৷ সমিলমিলেৰে জাতি ধৰ্মৰ উৰ্দ্ধত থাকি ভাল কাম কৰি সমাজখন আগুৱাই নিব লাগিব ৷

        🌟🎉👏💥
21/10/2025

🌟🎉👏💥

19/10/2025

গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৱৰ্তী গছ কাটি পেলোৱা হৈছিল যোৱা ২৪ ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গৰ মৃতদেহ দাহ কৰাৰ এদিন পিছতে অথচ জুবিন গাৰ্গে জীয়াই থাকোঁতে গছ কটাত চৰকাৰক সমুখৰ পৰা বাধা দিছিল ৷

17/10/2025

মইয়ো জুবিন আমিও জুবিন বুলি ক’বলৈ জুবিন গাৰ্গৰ দৰে গুণাগুণ অথবা দক্ষতা এই দুনিয়াত কোনজনৰ আছে ৷ মই কেতিয়াও নিজকে জুবিন গাৰ্গ বুলি ভাবিব নোৱাৰোঁ , কেৱল জুবিন গাৰ্গৰ এজন অনুৰাগী বুলিহে ভাবোঁ ৷

17/10/2025

14/10/2025

13/10/2025

SIT য়ে কোনো ধৰণৰ চাপ বা নিৰ্যাতনৰ সহায়লৈ  অভিযুক্ত সকলৰ পৰা গ্ৰহণ কৰা  জাবানবন্দী  আদালতত গ্ৰহণযোগ্য নহয় । যদিহে SIT য়ে ...
13/10/2025

SIT য়ে কোনো ধৰণৰ চাপ বা নিৰ্যাতনৰ সহায়লৈ অভিযুক্ত সকলৰ পৰা গ্ৰহণ কৰা জাবানবন্দী আদালতত গ্ৰহণযোগ্য নহয় । যদিহে SIT য়ে অভিযুক্ত সকলে কৰা অপৰাধৰ উপযুক্ত তথ্য প্ৰমাণ যুগুতাই , সেই তথ্য প্ৰমাণ বোৰ আদালতত দাখিল কৰিব নোৱাৰে তেন্তে প্ৰমাণৰ অভাৱত অভিযুক্ত সকল বাচি যোৱাৰ সম্ভাৱনা প্ৰৱল ৷

28/07/2024

Address

Assam Trunk Road, NH715, Na/Jan N. C
Kuthari
782136

Opening Hours

Monday 10am - 4pm
Tuesday 10am - 4pm
Wednesday 10am - 4pm
Thursday 10am - 4pm
Friday 10am - 4pm
Saturday 10am - 4pm
Sunday 10am - 2pm

Telephone

+918638145873

Alerts

Be the first to know and let us send you an email when Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Pranay Jyoti Homoeo Chikitshalaya , Dr. A K Barukial:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category