11/10/2024
আই এফ চি চি গাৰ্মেণ্টছ কোম্পানী
কাৰ্যালয়:- মিৰ্জা,গুৱাহাটী
*সম্পূৰ্ণ অফিচিয়েল আৰু অনলাইন কাম
*অৰ্হতা*:- দ্বাদশ ৰ পৰা গ্ৰেজুৱেট (অভিজ্ঞতা/ফ্ৰেশ্বাৰ )
*কৰ্মৰ সময়* :- দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিকে ধৰি ৮ ঘণ্টা।
*কোম্পানীৰ কাম* :- কোম্পানীয়ে ভাৰতীয় বজাৰত নিজৰ সামগ্ৰী আৰু ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ডিজিটেল প্লেটফৰ্মত কাম কৰে ৷
আবেদন প্ৰক্ৰিয়া :- whatsapp ৰ জৰিয়তে Bio-data জমা দিয়াৰ পাছত shortlisted প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ বাবে মতা হয় , প্ৰশিক্ষণৰ পাছত এটা সাধাৰণ training baesd interview লোৱা হয় ।
*কোনো লিখিত পৰীক্ষা নাই
*Fresher আৰু Experienced পুৰুষ/মহিলা উভয় প্ৰাৰ্থীয়ে আমাৰ লগত যোগদান কৰিব পাৰিব
* দৰমহা :- আপোনাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি(18k-35k)
সুবিধা:- থকা খোৱাৰ সুবিধা, বিদ্যুৎ,গেছ ।
*প্ৰয়োজনীয় নথিপত্ৰ*:-
*পান কাৰ্ড,
*আধাৰ কাৰ্ড,
*শেষ অৰ্হতাৰ প্ৰমাণ পত্ৰ
*আবেদনৰ বাবে তলৰ whatsapp No :- 073407 44297 ত আপোনাৰ Resume প্ৰেৰণ কৰক