ECG Hospital

ECG Hospital We are here to turn a dream into reality — bringing affordable, high-quality medical care to the underserved people of Morigaon.

ECG Hospital stands as a promise of dignity in healthcare for every individual.

14/04/2026

ECG Hospital ৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনালোঁ 💐

ঢোলৰ মাতে, পেঁপাৰ লহৰে আৰু কুলিৰ বিননিয়ে কঢ়িয়াই আনিছে ৰঙালীৰ বতৰা। অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ এই শুভ ক্ষণত ECG হস...
14/04/2026

ঢোলৰ মাতে, পেঁপাৰ লহৰে আৰু কুলিৰ বিননিয়ে কঢ়িয়াই আনিছে ৰঙালীৰ বতৰা।

অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ এই শুভ ক্ষণত ECG হস্পিতাল পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ। নতুন বছৰটোৱে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আনক সুস্বাস্থ্য, শান্তি, আৰু সমৃদ্ধিৰ বতৰা।
বিহুৰ আনন্দত মতলীয়া হওক, কিন্তু নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ নাপাহৰিব।
শুভ ৰঙালী বিহু!

On the auspicious occasion of Mahavir Jayanti, we honor the profound teachings of Lord Mahavira. His core principles of ...
31/03/2026

On the auspicious occasion of Mahavir Jayanti, we honor the profound teachings of Lord Mahavira.

His core principles of Ahimsa (non-violence) and boundless compassion are not just spiritual ideals; they are the very foundation of healing. At ECG Hospital, we strive every day to embody these values, ensuring that our care is as gentle as it is effective.

May his teachings inspire us all to lead lives of peace, truth, and empathy. Wishing everyone a blessed and healthy Mahavir Jayanti.

Wishing everyone a blessed Eid al-Fitr filled with peace, happiness, and excellent health. পবিত্ৰ ঈদ-উল-ফিতৰৰ হিয়াভৰা ও...
21/03/2026

Wishing everyone a blessed Eid al-Fitr filled with peace, happiness, and excellent health.
পবিত্ৰ ঈদ-উল-ফিতৰৰ হিয়াভৰা ওলগ জনালোঁ।
– Team ECG Hospital.

To the women who lead, nurture, heal, and inspire us every day—Happy International Women's Day! 💜At ECG Hospital, we bel...
08/03/2026

To the women who lead, nurture, heal, and inspire us every day—Happy International Women's Day! 💜

At ECG Hospital, we believe that true empowerment begins with good health. From adolescence through motherhood and beyond, our dedicated Gynaecology department and expert team are committed to providing the compassionate, comprehensive care that every woman deserves.

Today, we celebrate your strength and pledge to support your health journey at every stage.

ফাকুৱাৰ এই পবিত্ৰ ক্ষণত ECG হস্পিতাল পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ ৰঙীন শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱন সদায় সুখ, শান্তি আৰু ন...
03/03/2026

ফাকুৱাৰ এই পবিত্ৰ ক্ষণত ECG হস্পিতাল পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ ৰঙীন শুভেচ্ছা জনালোঁ। আপোনালোকৰ জীৱন সদায় সুখ, শান্তি আৰু নিৰোগী হৈ থাকক।

নাৰীৰ সুস্বাস্থ্যই গঢ়ে এখন সুস্থ সমাজ। 🌸৮ ফেব্ৰুৱাৰীত ECG হস্পিতালত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰত ৰাইজৰ ব্...
13/02/2026

নাৰীৰ সুস্বাস্থ্যই গঢ়ে এখন সুস্থ সমাজ। 🌸

৮ ফেব্ৰুৱাৰীত ECG হস্পিতালত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰত ৰাইজৰ ব্যাপক সহাৰি দেখি আমি নথৈ আনন্দিত।

লেখিকা সমাৰোহ আৰু লেখিকা সংস্থা, মৰিগাঁওৰ সহযোগত আয়োজিত এই শিবিৰত আমি শতাধিক ৰোগীক বিনামূলীয়া চিকিৎসা পৰামৰ্শ, প্ৰেচাৰ-চুগাৰ পৰীক্ষা আৰু ঔষধ প্ৰদান কৰোঁ।

আমাৰ বিশেষজ্ঞ চিকিৎসকসকল, নাৰ্চিং দল, হস্পিতালৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ সেৱা সহযোগিতাই আজিৰ দিনটো সফল কৰি তুলিলে।

ৰাইজৰ সেৱাই আমাৰ ধৰ্ম। মৰিগাঁওবাসীৰ মৰম আৰু বিশ্বাসৰ বাবে আমি কৃতজ্ঞ।

HealthForAll LekhikaSamaroh

নাৰীৰ সুস্বাস্থ্যই গঢ়ে এখন সুস্থ সমাজ। 🌸৮ ফেব্ৰুৱাৰীত ECG হস্পিতালত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰত ৰাইজৰ ব্...
09/02/2026

নাৰীৰ সুস্বাস্থ্যই গঢ়ে এখন সুস্থ সমাজ। 🌸

৮ ফেব্ৰুৱাৰীত ECG হস্পিতালত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্য শিবিৰত ৰাইজৰ ব্যাপক সহাৰি দেখি আমি নথৈ আনন্দিত।

লেখিকা সমাৰোহ আৰু লেখিকা সংস্থা, মৰিগাঁওৰ সহযোগত আয়োজিত এই শিবিৰত আমি শতাধিক ৰোগীক বিনামূলীয়া চিকিৎসা পৰামৰ্শ, প্ৰেচাৰ-চুগাৰ পৰীক্ষা আৰু ঔষধ প্ৰদান কৰোঁ।

আমাৰ বিশেষজ্ঞ চিকিৎসকসকল, নাৰ্চিং দল আৰু হস্পিতালৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ সেৱা সহযোগিতাই দিনটো সফল কৰি তুলিলে।

ৰাইজৰ সেৱাই আমাৰ ধৰ্ম। মৰিগাঁওবাসীৰ মৰম আৰু বিশ্বাসৰ বাবে আমি কৃতজ্ঞ।

07/02/2026

Meet Dr. Abhisek Das, CMD, ECG Hospital 🧑🏻‍⚕️🩺

আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আমাৰ অভিজ্ঞ চিকিৎসক সাজু!ECG হস্পিতালত উপলব্ধ বিশিষ্ট ফিজিশ্যিয়ান আৰু ডায়েবেট'লজিষ্ট ডাঃ ...
31/01/2026

আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ আমাৰ অভিজ্ঞ চিকিৎসক সাজু!

ECG হস্পিতালত উপলব্ধ বিশিষ্ট ফিজিশ্যিয়ান আৰু ডায়েবেট'লজিষ্ট ডাঃ সৌৰভ ভট্টাচাৰ্য্য। ১২ বছৰৰো অধিক অভিজ্ঞতাৰে পুষ্ট ডাঃ ভট্টাচাৰ্য্যই আপোনাৰ সাধাৰণ ৰোগৰ পৰা আৰম্ভ কৰি ডায়েবেটিছৰ দৰে জটিল ৰোগৰ সঠিক চিকিৎসা আৰু পৰামৰ্শ প্ৰদান কৰে।

সুস্বাস্থ্যৰ দিশে প্ৰথম খোজটো আজি পেলাওক।

সময়: সোমবাৰৰ পৰা শুক্ৰবাৰলৈ
বুকিং কৰিবলৈ কল কৰক: +91-96788 97408

Happy 77th Republic Day! 🇮🇳Today, we salute the Constitution of India—the soul of our democracy that unites us all. It i...
25/01/2026

Happy 77th Republic Day! 🇮🇳

Today, we salute the Constitution of India—the soul of our democracy that unites us all. It is a day to remember that our strength lies in our unity and our progress lies in our collective duty.

At ECG Hospital, we uphold the spirit of the Republic by dedicating ourselves to the service of the people. Your health is our contribution to a stronger nation.

Jai Hind!

Address

Jagiroad-Morigaon Road Ward Number 6
Morigaon
782105

Alerts

Be the first to know and let us send you an email when ECG Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category