24/06/2022
শ্ৰদ্ধাভাজন ৰাইজ,
এটি বিশেষ ঘোষনা..
ৰূপহীহাটস্থিত ৰূপহী G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰে আপোনালোকৰ সুবিধাৰ্থে লৈ আহিছে এটি বিশেষ সুখবৰ.......
এতিয়াৰে পৰা G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰত প্ৰতি দিনাই উপলব্ধ থাকিব দক্ষতাসম্পন্ন বিষেশজ্ঞ চিকিৎসক ...
১. প্ৰতি দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা উপলব্ধ থাকিব মেডিচিন আৰু ডায়েবেটিছৰ বিষেশজ্ঞ ডা: আলি নাহাদী ইয়াচিন (MBBS, MD, Medicine & Diabetes U/K )
২. প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে আবেলি ২ বজাৰ উপলব্ধ থাকিব স্নায়ু ৰোগ বিষেশজ্ঞ অৰ্থাৎ নিউৰ' স্পেচিয়েললিষ্ট ডা: হৃদয় হালৈ আৰু ডা: কিশোৰ কুমাৰ শৰ্মা...... যিকোনো ধৰণৰ নাৰ্ভৰ সমস্যা, মূৰৰ বিষ, মৃগী ৰোগ, ষ্টক, গা-জ্বলা পুৰা কৰা, হাত-ভৰিৰ কপনি বা দুৰ্বলতা তেনে ধৰণৰ ৰোগত ভুগি আছে তেনেহলে চিকিৎসা বা পৰামৰ্শৰ বাবে পলম নকৰি অতি শীঘ্ৰে যোগাযোগ কৰক....
আমাৰ ঠিকনা.....
ৰূপহী চাৰিআলি , লাওখোৱা ৰোড, ৰূপহী চাৰিআলি পেট্ৰল পাম্পৰ সন্মুখত G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰ
M - 9085700111
৩. প্ৰতি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে উপলব্ধ থাকিব প্ৰসূতি, স্ত্ৰীৰোগ আৰু সন্তানহীনতা বিষেশজ্ঞ ডা: দিপ্পী আগৰৱাল আৰু ডা: কাকলি দত্ত.......
সন্তানহীনতা বা স্ত্ৰীৰোগ জনিত যিকোনো সমস্যাৰ চিকিৎসা বা পৰামৰ্শৰ বাবে পলম নকৰি অতি শীঘ্ৰে যোগাযোগ কৰক...
আমাৰ ঠিকনা....
ৰূপহী চাৰিআলি, লাওখোৱা ৰোড, ৰূপহী চাৰিআলি পেট্ৰল পাম্পৰ সন্মুখত G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰ
M - 9085700111
৪. প্ৰতি মঙ্গলবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে উপলব্ধ থাকিব শিশু ৰোগৰ বিষেশজ্ঞ ডা: গিৰীন্দ্ৰ কুমাৰ নাথ আৰু ডা: চন্দন শৰ্মা......
শিশু সকলৰ যিকোনো ৰোগৰ চিকিৎসা বা পৰামৰ্শৰ বাবে পলম নকৰি অতি শীঘ্ৰে যোগাযোগ কৰক.....
আমাৰ ঠিকনা.....
ৰূপহী চাৰিআলি, লাওখোৱা ৰোড, ৰূপহী চাৰিআলি পেট্ৰল পাম্পৰ সন্মুখত G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰ
M - 9085700111
৫. প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে উপলব্ধ থাকিব অস্থি ৰোগ অৰ্থাৎ হাড় ৰ বিষেশজ্ঞ ডা: কুনাল ৰাম ফুকন আৰু ডা: পাৰ্থপ্ৰতিম দাস......
হাড় ৰ যিকোনো সমস্যা - ককালৰ বিষ, গাঁঠিৰ বিষ, ৰাজ হাড় ৰ বিষ, হাড় ভঙা আদি সমস্যাৰ চিকিৎসা বা পৰামৰ্শৰ বাবে পলম নকৰি অতি শীঘ্ৰে যোগাযোগ কৰক...
আমাৰ ঠিকনা....
ৰূপহী চাৰিআলি , লাওখোৱা ৰোড, ৰূপহী চাৰিআলি পেট্ৰল পাম্পৰ সন্মুখত
G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰ
M - 9085700111
ইয়াৰ উপৰিও আল্ট্ৰাচাউণ্ড, ইচিজি, ইক'কাৰ্ডিঅ'গ্ৰাফী, ডিজিটেল এক্সৰে, ব্লাড টেষ্ট আদি অত্যাধুনিক সজুলিৰে পৰীক্ষা-নিৰীক্ষাৰ সুবিধা আছে G. S. HEALTH CARE & DIAGNOSTICS চেন্টাৰত ।