Medical information Group By DRx Amran Hussain

Medical information Group By DRx Amran Hussain অনুগ্রহ কৰি," টকা ধাৰ"কেতিয়াও নুখুজিব , টকা ধাৰ দি মই মোৰ বন্ধুত্ব নষ্ট কৰিব নোখোজোঁ l

MD ৱালৰ পৰা,      তলত এইখন এখন নিদানপত্ৰ বা prescription। উদাহৰণৰ বাবেহে লিখিলোঁ দেই। ৰোগীক আমি সাধাৰণতে এনেকৈ prescript...
04/10/2022

MD ৱালৰ পৰা,
তলত এইখন এখন নিদানপত্ৰ বা prescription। উদাহৰণৰ বাবেহে লিখিলোঁ দেই। ৰোগীক আমি সাধাৰণতে এনেকৈ prescription বোৰ লিখি দিব লাগে। আৰু ৰোগীয়ে chemist shop / pharmacy / dispensary ৰ পৰা এইখন দেখুৱাই ঔষধ সংগ্ৰহ কৰি লব লাগে। এতিয়া তাত থকা pharmacist জনে আপোনাক কোনবিধ ঔষধ কেতিয়া, কিমানকৈ, কিমান দিনৰ বাবে সেৱন কৰিব লাগে তাক বিস্তৃত ভাবে বুজাই দিব লাগে আৰু ৰোগীয়ে কিবা নুবুজিলে তেওঁৰ লগত যোগাযোগ কৰিব লাগে। অৰ্থাৎ চিকিৎসকৰ কাম হৈছে ৰোগীৰ বিস্তৃত পৰীক্ষা কৰি, এটা সম্ভাব্য diagnosis নিৰ্দ্ধাৰণ কৰি, সেই অনুসৰি ৰোগীক ৰোগবিধ সম্পৰ্কে কিছু জ্ঞান দি, কি কৰিব লাগিব বা নালাগিব তাক বুজাই কৈ, prescription খন লিখি থুলমূলকৈ ঔষধ বোৰৰ বিষয়ে জনাই dispensary /chemist shop/pharmacy লৈ পঠিয়াই দিয়াতো। তাৰ পাছৰ দায়িত্ব pharmacist জনৰ। তেওঁলোক এই কামত বিশেষ ভাবে প্ৰশিক্ষিত।
আপোনালোকে মোৰ prescription খনলৈ চালে দেখিব আপোনাৰ বাবে কিছুমান দুৰ্বোধ্য শব্দ ইয়াত ব্যবহাৰ কৰা হৈছে। যেনে OD,HS, CM, BD, PC ইত্যাদি। আচলতে এইবোৰ চিকিৎসা শাস্ত্ৰৰ শব্দ, যিবোৰ কেৱল চিকিৎসক, pharmacist, nurse হে বুজি পাই। যেনে 1 tab BD,PC। ইয়াৰ মানে হৈছে এটাকৈ টেবলেট দিনে দুবাৰ, তাকো খোৱাৰ পাছত। আৰু ঔষধ বোৰৰো নাম ভয়ংকৰ, কিবা মুখতেই নুফুটে দেখোন। আচলতে সেইবোৰ ঔষধৰ বৈজ্ঞানিক নাম বা generic name। মই লিখা এই prescription খন পৃথিৱীৰ যি কোনো দেশলৈ লৈ যাওঁক, তাৰ সকলো চিকিৎসক, pharmacist এ বুজি পাব।
কিন্তু আমি সাধাৰণতে এনেদৰে prescription বোৰ নিলিখো। কাৰণ হৈছে জনতাৰ সুবিধাৰ বাবে। যিহেতু আমাৰ চিকিৎসা ব্যৱস্থাত এতিয়াও ঔষধ বিতৰণ ব্যৱস্থাটো (drug dispensing system) সুচল হৈ উঠা নাই সেই হেতুকে আমি চিকিৎসক সকলেই ৰোগীক ঔষধ আৰু ইয়াক গ্ৰহণ কৰাৰ বিধি সম্বন্ধে বিতংকৈ বুজাব লগীয়াত পৰো। আৰু লগতে চিকিৎসা শাস্ত্ৰৰ ভাষাৰ কম ব্যবহাৰ কৰি, সহজ ভাষাত কেনেকৈ খাব লাগে তাক নিৰ্দেশ দি prescription বোৰ লিখি দিওঁ।
Pharmacist সকলৰ সেয়েহে গুৰুত্ব বহু বেছি। সুচল চিকিৎসা ব্যবস্থাৰ বাবে চিকিৎসা সেৱাৰ প্ৰতিটো বিভাগৰে গুৰুত্ব অপৰিসীম।

(✓উপযোগী ভাবিলে share কৰক)

27/07/2022

Monthly discharge of blood and cell debris from Va**na is called?

a) Ovulation

b) Secretion

c) abortion

d) Menstruation

26/07/2022

The muscle of injection in Shoulder is called......

a. Tricep Bracheal Muscle

b. Deltoid Muscle

c. Bicep Muscle

d. None

26/07/2022

Bleeding from the nose is known as...

A. Epistaxis

B. Hematemesis

C. Hemoptysis

D. Hematuria

18/07/2022

Fluid balance is regulated by....

(a) heart

(b) lung

(c) kidney

(d) brain

18/07/2022

Common Cold is caused by...

1. Bacteria

2. Fungi

3. Virus

17/07/2022

Tibia is a bone found in the...

A-Skull

B-Face

C - Legs

D - Arm

17/07/2022

Diclofenac used for.....

A Cough

B Pain

C Allergy

D Appetite

16/07/2022

আমাৰ মগজুৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য

১)বিজ্ঞানীসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ জটিল আৰু ৰহস্যময় বস্তুটো হ’ল মানুহৰ মগজু।

২)মানুহৰ মগজুৰ ভিতৰত এক চেকেণ্ডতে এক মিলিয়ন ৰাসায়নিক বিক্ৰিয়া ঘটে।

৩)আমি হাঁহিলে আমাৰ মগজুৰ প্ৰায় ৫ টা অংশই একেলগে কাম কৰে।

৪)আমাৰ মগজুৰ স্মৃতি সীমাহীন। ই কেতিয়াও কম্পিউটাৰৰ দৰে নকয় যে মেম’ৰী ভৰ্তি হৈছে।

৫)যেতিয়া কোনোবাই আমাক আওকাণ কৰে বা প্ৰত্যাখ্যান কৰে তেতিয়া আমাৰ মগজুত হুবহু একে অনুভৱ হয় যিটো আমি আঘাত পোৱাৰ সময়ত।

৬)যদি আপুনি নিজকে পতিয়ন নিয়ায় যে মই ভালকৈ শুইছো,তেন্তে আমাৰ মগজুৱেও এই কথা মানি লয়।

৭)চকলেটৰ গোন্ধে মগজুত এনে তৰংগ সৃষ্টি কৰে। যাৰ ফলত মানুহে আৰাম অনুভৱ কৰে।

৮)যি ঘৰত বেছি কাজিয়া হয়, সেই ঘৰৰ ল’ৰা-ছোৱালীৰ মনত সেইদৰেই প্ৰভাৱ পৰে যিদৰে যুদ্ধৰ সৈনিকৰ ওপৰত পৰে।

৯)৫ৰ পৰা ১০ মিনিট যদি মগজুত অক্সিজেনৰ অভাৱ হয় তেন্তে চিৰদিনৰ বাবে মগজু ক্ষতিগ্ৰস্ত হ’ব পাৰে।

১০)আমাৰ মগজুৰ সোঁফালটোৱে আমাৰ শৰীৰৰ বাওঁফালটো নিয়ন্ত্ৰণ কৰে, আনহাতে আমাৰ মগজুৰ বাওঁফালটোৱে আমাৰ শৰীৰৰ সোঁফালটো নিয়ন্ত্ৰণ কৰে।

১১)মগজুত থকা ৰক্তবাহী নলীবোৰৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬৪৫ কিলোমিটাৰ।

১২)যদি আমাৰ মগজুৰ কোষবোৰো আমাৰ ছালৰ দৰে সলনি হয়, তেন্তে আমি আমাৰ স্মৃতিশক্তি চিৰদিনৰ বাবে হেৰুৱাব পাৰো।

১৩)এক বৈজ্ঞানিক গৱেষণাৰ মতে, যদি আমি বহু সময়লৈ একো নাখাওঁ,তেন্তে আমাৰ মগজুৱে নিজকে খাবলৈ আৰম্ভ কৰে।

১৪)আমাৰ মগজুৰ ৬০% অংশ চৰ্বিৰে গঠিত।সেয়েহে ই শৰীৰৰ আটাইতকৈ বেছি চৰ্বীযুক্ত অংগ।

১৫)মগজুটো গোটেই শৰীৰৰ ২% মাত্ৰ, কিন্তু ই কেৱল গোটেই শৰীৰৰ ২০% তেজ আৰু অক্সিজেন ব্যৱহাৰ কৰে।

১৬)সৰু ল’ৰা-ছোৱালীয়ে অধিক শুই থাকে,কাৰণ তেওঁলোকৰ মগজুৱে তেওঁলোকৰ শৰীৰে সৃষ্টি কৰা ৫০% গ্লুক’জ ব্যৱহাৰ কৰে।

১৭)আমাৰ মগজুত প্ৰায় ১০০ বিলিয়ন নিউৰন থাকে। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ তাৰকামণ্ডলত যিমান তৰা আছে সিমান।

১৮)যদি কোনো ব্যক্তিৰ টোপনি নোহোৱাৰ বাবে টোপনিৰ বড়ি বা টেবলেট খায়,তেন্তে বাস্তৱত তেওঁ টোপনি নাহে, বৰঞ্চ বড়ি বা টেবলেট খোৱাৰ বাবেই ক’মা সদৃশ অৱস্থাত থাকে।

১৯)এগিলাচ পানী খোৱাৰ পিছত মানুহৰ মগজুৱে ১৪% বেগেৰে কাম কৰে।

২০)যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া তেওঁৰ মগজু ৭ মিনিট পৰ্যন্ত জীয়াই থাকে, য’ত তেওঁ জীৱনৰ সকলো স্মৃতি সপোনৰ দৰে দেখে।
(উৎস-ইন্টাৰনেট) ....সংগৃহীত

11/07/2022

Omeprazole should be taken .....

A: After food

B: in between food

C: Before food

D: None of above

Difficulty in swallowing is called.....(a) Dyspepsia(b) Dyspnea(c) Dysphagia(d) Depiga
10/07/2022

Difficulty in swallowing is called.....

(a) Dyspepsia

(b) Dyspnea

(c) Dysphagia

(d) Depiga

08/07/2022

The functional unit of te**is of man is......

1)uriniferous tubules

2) acini or lobules

3) seminiferous tubules

4)malpighian tubule

08/07/2022

Blood cells are produced in...

1. Kidney

2. Sleen

3. Bone marrow

4. Stomach

08/07/2022

Deoxygenated blood is carried in........

A. Pulmonary artery

B. Pulmonary vein

C. Carotid artery

D. Aorta

05/07/2022

Tibia is a bone found in the...

A - Skull

B-Face

C - Legs

D-Arm

05/07/2022

Which acid occurs in semen....

1) citric acid

2) malic acid

3) oxalo acetic acid

4) sussinic acid

Address

Nagaon
782125

Alerts

Be the first to know and let us send you an email when Medical information Group By DRx Amran Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram