NIDAN HOSPITAL NAGAON

NIDAN HOSPITAL NAGAON ✅ছুপাৰ-স্পেছিয়েলটি সকলো সা সুবিধা
👨‍⚕বিশেষজ্ঞ চিকিৎসক
🚑24×7 জৰুৰীকালীন সেৱা
📍খুটিকটীয়া, নগাঁও
☎️ 60260 26020
93876 94611

Expert Kidney Care is Now in Nagaon! 🏥✨Don’t let kidney concerns hold you back. Consult with Dr. Amit Roy (MD, DM - Neph...
25/02/2026

Expert Kidney Care is Now in Nagaon! 🏥✨

Don’t let kidney concerns hold you back. Consult with Dr. Amit Roy (MD, DM - Nephrology) at Nidan Hospital, Nagaon, for specialized treatment and complete evaluation.

📅 Date: 5th March, 2026
📍 Location: Near Khutikatia Radio Center, Nagaon
📞 Book your appointment now: 60260 26020

Your health can’t wait—take the first step toward recovery today!

আপোনাৰ প্ৰশ্ন নিদান হস্পিতালৰ সমিধান।✅আপোনাৰ মনলৈ আহি থকা স্বাস্থ্য সংক্ৰান্তীয় প্ৰশ্নটি কমেন্টত লিখক আৰু বিশেষজ্ঞ চিকিৎ...
20/02/2026

আপোনাৰ প্ৰশ্ন নিদান হস্পিতালৰ সমিধান।✅

আপোনাৰ মনলৈ আহি থকা স্বাস্থ্য সংক্ৰান্তীয় প্ৰশ্নটি কমেন্টত লিখক আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰা লাভ কৰক সঠিক সমাধান।

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

17/02/2026

আপোনাৰ আপোনজনৰ জৰুৰীকালীন অৱস্থাত সঠিক চিকিৎসা আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ অতি প্ৰয়োজন।

নিদান হস্পিতালৰ অত্যাধুনিক ICU বিভাগত আমি ২৪-ঘণ্টাই আপোনাৰ সেৱাৰ বাবে সাজু।

অভিজ্ঞ চিকিৎসক আৰু উন্নত প্ৰযুক্তিৰ সহায়ত আপোনাৰ প্ৰিয়জনৰ সুস্বাস্থ্য সুনিশ্চিত কৰাই আমাৰ লক্ষ্য।

নিদান হস্পিতাল - আপোনাৰ বিশ্বাসৰ স্থান

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

স্নায়ু সমস্যাৰ চিকিৎসাৰ বাবে এতিয়াই আহক নিদান হস্পিতাল, নগাঁওলৈ।ডাঃ বিনীত কুমাৰ টডি (MBBS, MD, DM) ৰ সৈতে বিশেষজ্ঞ পৰা...
16/02/2026

স্নায়ু সমস্যাৰ চিকিৎসাৰ বাবে এতিয়াই আহক নিদান হস্পিতাল, নগাঁওলৈ।

ডাঃ বিনীত কুমাৰ টডি (MBBS, MD, DM) ৰ সৈতে বিশেষজ্ঞ পৰামৰ্শ লাভ কৰক।

📅 ২২ ফেব্ৰুৱাৰী, দেওবাৰ
📞 এপইণ্টমেণ্টৰ বাবে: 60260 26020

আপোনাৰ স্বাস্থ্য আমাৰ প্ৰথম অগ্ৰাধিকাৰ।

প্ৰভু নীলকন্ঠ মহাদেৱৰ আশীৰ্বাদত সকলোৰে ৰোগ ব্যাধি হওক দূৰ। শান্তি আৰু প্ৰগতিৰ বাটত প্ৰভুৰ আশিস হওক আশাৰ পোহৰ। নিদান হস্প...
15/02/2026

প্ৰভু নীলকন্ঠ মহাদেৱৰ আশীৰ্বাদত সকলোৰে ৰোগ ব্যাধি হওক দূৰ। শান্তি আৰু প্ৰগতিৰ বাটত প্ৰভুৰ আশিস হওক আশাৰ পোহৰ। নিদান হস্পিতালৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা মহা শিৱৰাত্ৰিৰ অলেখ শুভকামনা জনাইছোঁ।

হৰ হৰ মহাদেৱ।

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

পৰামৰ্শ লাভৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক:☎️+916026026020🏥নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও।
12/02/2026

পৰামৰ্শ লাভৰ বাবে আগতীয়াকৈ যোগাযোগ কৰক:
☎️+916026026020

🏥নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও।

Expert Brain & Spine Care in Nagaon! 🧠🩺​Consult with specialist Dr. Chandan Sarkar at Nidan Hospital for:✅ Severe Headac...
11/02/2026

Expert Brain & Spine Care in Nagaon! 🧠🩺
​Consult with specialist Dr. Chandan Sarkar at Nidan Hospital for:
✅ Severe Headaches & Stroke
✅ Neck, Back, or Spinal Pain
✅ Numbness in hands/feet
​🗓️ Availability: Every Tuesday
📍 Location: Khutikatia, Nagaon
📞 Book Now: 60260 26020

ৰাতি বাৰে বাৰে প্ৰস্ৰাৱৰ বাবে টোপনি ভাঙি যায় নেকি? ডায়েবেটিছ, প্ৰষ্টেট বৃদ্ধি, মূত্ৰনলীৰ সংক্ৰমণ বা অতিৰিক্ত কেফেইন সে...
11/02/2026

ৰাতি বাৰে বাৰে প্ৰস্ৰাৱৰ বাবে টোপনি ভাঙি যায় নেকি?

ডায়েবেটিছ, প্ৰষ্টেট বৃদ্ধি, মূত্ৰনলীৰ সংক্ৰমণ বা অতিৰিক্ত কেফেইন সেৱনৰ বাবে এনে হ'ব পাৰে। নিদান হস্পিতাল নগাঁৱত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক আৰু সঠিক চিকিৎসা লাভ কৰক।

সুস্থ থাকক, নিৰৱচ্ছিন্ন টোপনি উপভোগ কৰক।

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

পাকস্থলীৰ সমস্যাই দৈনন্দিন জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে। এচিডিটি, গেষ্ট্ৰাইটিছ বা হজমৰ যিকোনো অসুবিধাৰ বাবে বিশেষজ্ঞ...
09/02/2026

পাকস্থলীৰ সমস্যাই দৈনন্দিন জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে। এচিডিটি, গেষ্ট্ৰাইটিছ বা হজমৰ যিকোনো অসুবিধাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। নিদান হস্পিতাল নগাঁৱত উপলব্ধ আধুনিক পৰীক্ষাৰ সুবিধা আৰু অভিজ্ঞ গেষ্ট্ৰ'এন্টাৰ'লজী বিশেষজ্ঞ।

আপোনাৰ সুস্বাস্থ্যৰ বাবে আজিয়েই যোগাযোগ কৰক:

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

Your Heart Deserves the Best Care! ❤️​Are you experiencing chest pain, shortness of breath, or irregular heartbeats? Don...
08/02/2026

Your Heart Deserves the Best Care! ❤️
​Are you experiencing chest pain, shortness of breath, or irregular heartbeats? Don’t ignore the signs. Consult with our expert Cardiologist, Dr. Kumud Bahang (MBBS, D.Card - PGDCC, PGDFMS), at Nidan Hospital, Nagaon.
​📍 Visit us: Monday to Thursday
⏰ Timing: 8:00 AM – 9:00 AM & after 5:00 PM
📞 Book your appointment now: 60260 26020

সদায় ভাগৰ ভাগৰ লাগি থকাটো নৰ্মেল কথা নহয়।শুই উঠাৰ পিছতো এলাহ বা ভাগৰ লাগি থাকিলে ইয়াক অৱহেলা নকৰিব। কিয়নো আপোনাৰ স্বাস্...
08/02/2026

সদায় ভাগৰ ভাগৰ লাগি থকাটো নৰ্মেল কথা নহয়।শুই উঠাৰ পিছতো এলাহ বা ভাগৰ লাগি থাকিলে ইয়াক অৱহেলা নকৰিব। কিয়নো আপোনাৰ স্বাস্থ্য আপোনাৰ সম্পদ।

আপোনাৰ শৰীৰে সাৱধান কৰি দিছে যে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন। নিদান হস্পিতাল নগাঁৱত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। 📞

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

বৃক্কৰ সমস্যাই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ডাঙৰ সংকট। সেয়েহে সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। নিদ...
07/02/2026

বৃক্কৰ সমস্যাই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে ডাঙৰ সংকট। সেয়েহে সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

নিদান হস্পিতাল নগাঁৱত পাব আধুনিক প্ৰযুক্তিৰ সম্পূৰ্ণ পৰীক্ষা-নিৰীক্ষাৰ সুবিধা আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ।

আপোনাৰ সুস্বাস্থ্যৰ বাবে আজিয়েই যোগাযোগ কৰক:

📍 নিদান হস্পিতাল, খুটিকটীয়া, ৰেডিঅ' চেন্টাৰৰ কাষত, নগাঁও
☎️ +91 6026026020

Address

Nagaon
782002

Telephone

+916026026020

Website

Alerts

Be the first to know and let us send you an email when NIDAN HOSPITAL NAGAON posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to NIDAN HOSPITAL NAGAON:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category