Dr. Joyprakash Nath

Dr. Joyprakash Nath Socialist | Entrepreneur | Proprietor @ Aditya Hospital, Nagaon

26/01/2025
Happy Magh bihu uruka to all
13/01/2025

Happy Magh bihu uruka to all

এই ব্যক্তিজনৰ এটা পথ দুৰ্ঘটনাত পতিত হৈ মুখমণ্ডল সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰে । পৰিয়ালৰ লোকে লগেলগে নগাঁওৰ, আদিত্য হস্পিত...
19/12/2024

এই ব্যক্তিজনৰ এটা পথ দুৰ্ঘটনাত পতিত হৈ মুখমণ্ডল সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰে । পৰিয়ালৰ লোকে লগেলগে নগাঁওৰ, আদিত্য হস্পিতাল, ভৰ্তি কৰে আৰু আদিত্য হস্পিতালৰ বিষেশজ্ঞ চিকিৎসকৰ দলে প্ৰায় ৮ঘণ্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ অন্তত ব্যক্তিগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠে ।

(আদিত্য হস্পিতালত 24X7 স্নায়ু আৰু অস্থিৰোগ বিশেষজ্ঞ চিকিৎসক উপলব্ধ থাকে। যিকোনো জৰুৰীকালীন অৱস্থাত আমাক যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ: +91 6001394372
আদিত্য হস্পিতাল, লাওঁখোৱা ৰোড, ডিফলু, নগাঁও, অসম-782003)

নগাঁওস্থিত  আদিত্য হস্পিতালত  ৰোগী আৰু ৰাইজৰ সুবিধাৰ্থে  এটা  ব্যক্তিগত খণ্ডৰ ATM স্থাপন কৰা হৈছে ।এই সুবিধা ২৪ ঘন্টাই উ...
22/11/2024

নগাঁওস্থিত আদিত্য হস্পিতালত ৰোগী আৰু ৰাইজৰ সুবিধাৰ্থে এটা ব্যক্তিগত খণ্ডৰ ATM স্থাপন কৰা হৈছে ।
এই সুবিধা ২৪ ঘন্টাই উপলব্ধ থাকিব ।
এই সুবিধা সকলোয়ে গ্ৰহণ কৰিব পাৰিব ।

ধন্যবাদ
আদিত্য হস্পিতাল কৰ্তৃপক্ষ।

আজি ইং ২০/১০/২০২৪ তাৰিখে আদিত্য জীৱন ফাউণ্ডেচনৰ উদ্যোগত আৰু আদিত্য হস্পিতাল ,নগাঁও ৰ সহযোগত নগাঁও জিলাৰ শেনচোৱাত এক বিনা...
20/10/2024

আজি ইং ২০/১০/২০২৪ তাৰিখে আদিত্য জীৱন ফাউণ্ডেচনৰ উদ্যোগত আৰু আদিত্য হস্পিতাল ,নগাঁও ৰ সহযোগত নগাঁও জিলাৰ শেনচোৱাত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় ৷উক্ত অনুষ্ঠানত এই অন্চলৰ শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰায় ৷আজিৰ এই অনুষ্ঠানত সহযোগ কৰা সকলো চিকিৎসক আৰু বিশিষ্ট ব্যক্তি সকলক আদিত্য জীৱন ফাউণ্ডেচনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয় ৷

Nature
20/09/2024

Nature

29/05/2024

Address

Aditya Hospital Nagaon, Laukhuwa Road, Dipholu
Nagaon
782003

Telephone

+919854053515

Website

Alerts

Be the first to know and let us send you an email when Dr. Joyprakash Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Joyprakash Nath:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category