Better Health

Better Health Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Better Health, Medical and health, Nagaon.

নমস্কাৰ,মই এগৰাকী Physiotherapist..
এই page টোত বিভিন্ন স্বাস্হ্য সম্পৰ্কীয় সমস্যা আৰু কিছুমান সহজ সমাধান আৰু exercise ৰ বিষয়ে আলোচনা কৰিম যাতে আপোনালোক কিছু পৰিমানে হ’লেও উপকৃত হ’ব পাৰে..॥

03/06/2025
30/05/2025
Good morning Everyone
11/04/2025

Good morning Everyone

08/04/2025
07/04/2025
06/04/2025
02/04/2025
01/04/2025
31/03/2025

নিজক সুস্থ ৰখাৰ সহজ উপায়…
১) ফল মূল, সেউজীয়া শাক পাচলি বেছিকৈ খাওক ।

২) 🍛 ৰাতি ৭ বজাৰ আগতে ভাত শেষ কৰক – তাৰ পিছত পানীৰ বাহিৰে একো নাখাব।

৩) 🚶‍♂️ ইণ্টাৰভেল ৱাকিং কৰক– লাহে-বেগাই খোজ কাঢ়ি ১-২ ঘণ্টা খোজ কাঢ়ক, ঘামিবলৈ চেষ্টা কৰক।

৪) 🍇 ৰাতিপুৱাৰ নাস্তাত বুট-মগু-কেচাবাদাম বা ফল-মূল খাওক।

৫) 🚶🏻 খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়ক।

৬) 🕺🏻 দিনত ৫-১০ মিনিট নাচক বা জপিয়াওক – বিহু, ডিছ্কো, যিকোনো নাচ চলিব!

৭) খালী ভৰিয়ে খোজ কাঢ়ক (অন্তত এঘণ্টা)।

৮) 🥒 Packet ৰ বস্তু যেনে চিপ্চ, বিস্কুট-ব্ৰেড কমাওক – ভাত অলপ কম খাওক।

৯) 🛌 সোনকালে শুৱক।

১০) 🥰 পজিটিভ মনোবল ৰাখক– ৰাতিপুৱা আৰু শুবৰ সময়ত নিজক কওক: "মই সুস্থ,মোৰ মন সুস্থ , মোৰ দেহ সুস্থ ॥”

30/03/2025

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Better Health posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram