Sarathi IVF Centre

Sarathi IVF Centre Fulfilling your Dream of Parenthood

04/06/2025

Sarathi IVF centre provides individually tailored therapy for every patient.
Because every patient is different and every journey is unique.
Happy to be a part of their happiness.

24/05/2025

সুদীৰ্ঘ ৭ বছৰ সন্তানহীনতাৰ পিছত সাৰথি IVF কেন্দ্ৰৰ চিকিৎসাত IVF পদ্ধতিৰ সহায়ত দুই যমজ সন্তান লাভ।
After struggling with infertility for the past seven years and visiting numerous hospitals and doctors without any successful outcome, a patient was left disheartened and hopeless. Despite trying every possible treatment, nothing seemed to work. Then, someone recommended her to consult Dr. Swagata Baishya at Sarathi IVF Centre in Nalbari. Without wasting any time, she rushed to the centre and began her treatment under the expert guidance of Dr. Baishya. Her journey, once filled with disappointment, took a beautiful turn — and today, she is the proud and joyful mother of healthy twin babies, delivered successfully through the care and expertise of Dr. Swagata Baishya. Her happiness knows no bounds, and she is deeply grateful for the life-changing treatment she received at Sarathi IVF Centre.

Dr. Swagata Baishya, Chief Consultant of Sarathi IVF Centre, is now available in Guwahati every Saturday. She offers exp...
21/05/2025

Dr. Swagata Baishya, Chief Consultant of Sarathi IVF Centre, is now available in Guwahati every Saturday. She offers expert IVF consultations at MAA IVF, Hatigaon from 10:00 AM to 03:00 PM, and at Bhangagarh Doctors’ Chamber, Rajgarh Road, near Big Bazaar, from 03:00 PM onwards. This is a wonderful opportunity for couples in Guwahati to access advanced fertility care closer to home. For appointments, please call 9395306805.

15/05/2025

Sarathi IVF centre- Spreading Happiness

Dr. Swagata Baishya, Chief Consultant at Sarathi IVF Centre, is now available in Guwahati every Saturday for specialized...
01/05/2025

Dr. Swagata Baishya, Chief Consultant at Sarathi IVF Centre, is now available in Guwahati every Saturday for specialized fertility consultations. You can meet her at MAA IVF, Hatigaon from 10:00 AM to 03:00 PM, and at JANANI DOCTORS’ CHAMBER, Rajgarh Road, near Big Bazar, from 03:00 PM onwards. Don’t miss this opportunity to consult one of the leading IVF specialists closer to home. Call 9395306805 to book your appointment today!

27/04/2025
যোৱা কালি অৰ্থাৎ 26 এপ্ৰিল ইং তাৰিখে নলবাৰী জিলাৰ বৰকুৰা অঞ্চলত আয়োজিত 25 তম বহাগ বিহুৰ উদযাপন অনুস্থানত সাৰথি IVF কেন্...
27/04/2025

যোৱা কালি অৰ্থাৎ 26 এপ্ৰিল ইং তাৰিখে নলবাৰী জিলাৰ বৰকুৰা অঞ্চলত আয়োজিত 25 তম বহাগ বিহুৰ উদযাপন অনুস্থানত সাৰথি IVF কেন্দ্ৰৰ মুখ্য চিকিৎসক তথা সঞ্চালক সকলোৰে পৰিচিত ডাঃ স্বাগতা বৈশ্য বাইদেউক অনুষ্ঠানটোৰ মঞ্চ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল । অনুষ্ঠানটোত উপস্থিত থাকি বহাগৰ লগতে স্বাস্থ্য জনিত কিছু কথা উপস্থিত থকা ৰাইজৰ আগত কয় । প্ৰায় শতাধিক লোকে উপস্থিতি থকা অনুষ্ঠানটো বাইউদেউৰ কথাত সকলোৱে অভিভূত হৈ। শেষত তেখেতে তেখেতক দিয়া এই সন্মানৰ বাবে আৰু ৰূপালী জয়ন্তী বৰ্ষৰ এই বিশেষ অনুষ্ঠানত তেখেতক আমন্ত্ৰণ জনোৱাৰ বাবে আহ্বায়ক কমিটীক ধন্যবাদ প্ৰকাশ কৰে । আৰু সকলোকে বিহুৰ ওলগ জনাই ।















https://www.facebook.com/share/p/169SfVpjYw/

যোৱা কালি অৰ্থাৎ 21 এপ্ৰিল 2025 ইং তাৰিখে নলবাৰী কলেজ খেলপথাৰত অইন বেলিৰ দৰে এই বেলিও ৰঙালী বিহুৰ আয়োজন কৰিছিল। উক্ত অন...
22/04/2025

যোৱা কালি অৰ্থাৎ 21 এপ্ৰিল 2025 ইং তাৰিখে নলবাৰী কলেজ খেলপথাৰত অইন বেলিৰ দৰে এই বেলিও ৰঙালী বিহুৰ আয়োজন কৰিছিল। উক্ত অনুষ্ঠানত নলবাৰী সমাজ জীৱনৰ লগত জৰিত কিছু বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছিল। আমি গৌৰবন্ধিত যে সাৰথি IVF কেন্দ্ৰৰ মুখ্য চিকিৎসক তথা সঞ্চালক ডাঃ স্বাগত বৈশ্য বাইদেউক এই অনুষ্ঠানলৈ আমন্ত্ৰন জনোৱা হৈছিল ।অনুষ্ঠানত উপস্থিত থাকি তেখেত বিহুৰ প্ৰতি নলবাৰী জিলাৰ ৰাইজৰ যি আত্মীয়তা তাৰে শলাগ লয় আৰু কিছু স্বাস্থ্য জনিত কথাও তেখেতৰ ভাষণত উল্লেখ কৰে। লগতে হৈ যোৱা কিছু প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুস্থানতো অংশগ্ৰহণ কৰে। কেবিনেট মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বুজাৰবাৰুৱা দেৱৰ লগতে নলবাৰী জিলাৰ ভালেমান উল্লেখনীয় ব্যাক্তি অনুষ্ঠানত উপস্থিত আছিল |




















https://www.facebook.com/share/p/1Bx5gBBDkX/

আজি 22 এপ্ৰিল,  নামনি অসমত আজিৰ পৰা 7 বছৰ আগতে ডাঃ তপন ডেকা চাৰৰ বহুদিনৰ এক সপোন সাৰ্থক হোৱা এটা দিন। সাৰথি হস্পিটেল, নল...
22/04/2025

আজি 22 এপ্ৰিল, নামনি অসমত আজিৰ পৰা 7 বছৰ আগতে ডাঃ তপন ডেকা চাৰৰ বহুদিনৰ এক সপোন সাৰ্থক হোৱা এটা দিন। সাৰথি হস্পিটেল, নলবাৰী জিলাৰ এখন অত্যাধুনিক 19 তাতকৈও অধিক চিকিৎসা বিভাগ সম্পন্ন এখন হস্পিটেল। 2018 চনৰ আজিৰ দিনটোতে এই হস্পিটেল খনে জন্ম লাভ কৰিছিল । জনমলগ্নৰে পৰা মানৱৰ সু স্বাস্থ্যৰ বাবে উৎসৰ্গিত হস্পিটেল খনৰ বাবে বহুতো মানুহে এক সুস্থ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। বহুতো মানুহৰ শেষ আশা হিচাপে পৰিগণিত হোৱা সাৰথি হস্পিটেল, জৰুৰীকালীন সময়ত লাভ কৰা সঠিক উন্নত চিকিৎসাৰ বাবে আজি বহুতো মানুহে এক সুস্থ জীৱন যাপন কৰি আছে । উল্লেখনীয় যে আজি কিছু দিন আগতে হস্পিটেল খনে NABH ৰ স্বীকৃতি লাভ কৰিছিল । হস্পিটেল এখনৰ বাবে NABH ৰ স্বীকৃতিয়ে হস্পিটেল খনৰ উন্নত চিকিৎসাৰ লগত ৰোগীৰ শুশ্ৰূষাৰ মানদণ্ডক প্ৰমাণ কৰে।
সাৰথি হস্পিটেলৰ সাফল্যৰ পিছত আজিৰ দিনটোতে নলবাৰী মেটাৰনীতি হস্পিটেলৰ ঔৰষত জন্ম লাভ কৰা আন এক অনুষ্ঠান হৈছে সাৰথি IVF কেন্দ্ৰ। আজি 3 বছৰ অতিক্ৰম কৰা অনুষ্ঠানটোৱে বহুটো সন্তানহিন দম্পত্তীৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হৈছে। ডাঃ স্বাগতা বৈশ্য বাইদেউৰ নেতৃত্বত কেন্দ্ৰটোত চিকিৎসা লাভ কৰি সন্তানৰ মুখ দেখিবলৈ সক্ষম হোৱা দম্পতি সকলৰ হাঁহি আমাৰ গৌৰৱ। উন্নত তথা অত্যাধুনিক প্ৰযুক্তিৰ সৈতে গঠিত কেন্দ্ৰটো নলবাৰী তথা নামনি অসমৰ বহুতো সন্তানহিন দম্পত্তীৰ শেষ আশা।
আজি নলবাৰী জিলাৰ এই মহান অনুষ্ঠান দুটাৰ জন্মদিৱসত অনুষ্ঠান দুটাই আগলৈ আৰু বিভিন্ন প্ৰকাৰে জনসাধৰণৰ লগতে সমাজৰ সু স্বাস্থ্যৰ উন্নতি ঘটাব বুলি আমি বিশ্বাসী |




















https://www.facebook.com/share/p/17uch72q4s/

19/04/2025

৩ বছৰ সন্তানহীনতাত ভুগাৰ পিছত সাৰথি IVF কেন্দ্রত IVF পদ্ধতিৰ সহায়ত এক সুস্থ সন্তান লাভ। ধন্যবাদ ডাঃ স্বাগতা বৈশ্য |

Dr. Swagata Baishya, the Chief Infertility Specialist and Director of Sarathi IVF Centre, shares a heartwarming feedback from one of her patients who had been struggling with infertility for the past three years. After undergoing IVF treatment at Sarathi IVF Centre under Dr. Baishya’s expert care, the couple finally welcomed a healthy baby into their lives—a dream come true after years of emotional and physical challenges. The patient expressed immense gratitude to the entire team, calling the journey “nothing short of a miracle.”

আজি 2 বহাগ তাৰিখে নলবাৰীৰ মাজ মজিয়াত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আয়োজিত ৩৮ সংখ্যক নলবাৰী জিলা ৰঙালী বিহু সন্মিলনী 2025...
16/04/2025

আজি 2 বহাগ তাৰিখে নলবাৰীৰ মাজ মজিয়াত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আয়োজিত ৩৮ সংখ্যক নলবাৰী জিলা ৰঙালী বিহু সন্মিলনী 2025 ৰ আজি তৃতীয় দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে আয়োজিত প্ৰয়াত প্ৰদীপ মল্ল বাৰুৱা সোঁৱৰণী জিলা ভিত্তিক চিত্ৰাংন প্ৰতিযোগিতা উন্মোচন কৰিবলৈ সাৰথি IVF কেন্দ্ৰৰ মুখ্য চিকিৎসক ডাঃ স্বাগতা বৈশ্য বাইদেউক আমন্ত্ৰন জনাইছিল । ভালেমান গণ্য মান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৈশ্য বাইদেউৱে বিহুৰ শুভেচ্ছা দিয়াৰ লগতে প্ৰতিযোগী সকলৰ লগতে উপস্থিত থকা ৰাইজক উদ্দেশ্যে স্বাস্থ্য সম্বন্ধীয় কিছু কথা কয়।

https://www.facebook.com/share/1E8xaHmMbt/

Address

Alternative Road
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Sarathi IVF Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share