Medikart, Nalbari

Medikart, Nalbari Medikart, Caring beyonds drugs ..Your one stop solution for Medicine, Daily care products, Baby care products

অহা ১৫ অক্টোবৰ দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা  সেৱা আগবঢ়াব পাটনাৰ পৰা অহা অভিজ্ঞ চিকিৎসক ডঃ সম্ভূ কুমাৰ সিং । বুকিং চলি আছে...
13/10/2023

অহা ১৫ অক্টোবৰ দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা সেৱা আগবঢ়াব পাটনাৰ পৰা অহা অভিজ্ঞ চিকিৎসক ডঃ সম্ভূ কুমাৰ সিং । বুকিং চলি আছে। যোগাযোগৰ নম্বৰ -7002808662

আজি ১১ ছেপ্টেম্বৰ সোমবাৰে দিনৰ ১.৩০ বজাৰ পৰা নলবাৰীৰ মেদিকাৰ্ট ত সেৱা আগবঢ়াব ডায়েবেটিচ ৰোগ বিশেষজ্ঞ ডাঃ পংকজ পাটোৱাৰী । ...
11/09/2023

আজি ১১ ছেপ্টেম্বৰ সোমবাৰে দিনৰ ১.৩০ বজাৰ পৰা নলবাৰীৰ মেদিকাৰ্ট ত সেৱা আগবঢ়াব ডায়েবেটিচ ৰোগ বিশেষজ্ঞ ডাঃ পংকজ পাটোৱাৰী । আগতীয়া বুকিং চলি আছে যোগাযোগ ৰ ঠিকনা :7002808662, 8699408662

08/09/2023

Positive vibes only.♥️

আপুনিও কঁকাল , আঁঠু , গাঁঠি ৰ বিষত ভুগিছে নেকি ? এতিয়া চিন্তা নাই, আপোনালোকৰ মাজলৈ আহি আছে সুদূৰ পাটনাৰ পৰা অভিজ্ঞ  চিকি...
05/09/2023

আপুনিও কঁকাল , আঁঠু , গাঁঠি ৰ বিষত ভুগিছে নেকি ?
এতিয়া চিন্তা নাই, আপোনালোকৰ মাজলৈ আহি আছে সুদূৰ পাটনাৰ পৰা অভিজ্ঞ চিকিৎসক হাড় আৰু নাৰ্ভ ৰ বিশেষজ্ঞ ডাঃ সম্ভূ কুমাৰ সিং । অহা 7 ছেপ্টেম্বৰ বৃহস্পতি বাৰে ৰাতিপুৱা ১০ বজাৰ পৰা তেখেতে নলবাৰীৰ মেদিকাৰ্ট ত সেৱা আগবঢ়াব ।
আপোনালোকে আগতীয়া বুকিং ৰ কাৰণে তলৰ যোগাযোগ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো।
যোগাযোগৰ নম্বৰ : 7002808662 , 8699408662, 7662892120
ধন্যবাদ।

আজি আবেলি ৪ বজাৰ পৰা মেদিকাৰ্ট ত উপস্থিত থাকিব।
18/08/2023

আজি আবেলি ৪ বজাৰ পৰা মেদিকাৰ্ট ত উপস্থিত থাকিব।

আগতীয়া বুকিং ৰ কাৰণে যোগাযোগ কৰক।যোগাযোগৰ ঠিকনা 7002808662, 8699408662
11/08/2023

আগতীয়া বুকিং ৰ কাৰণে যোগাযোগ কৰক।
যোগাযোগৰ ঠিকনা 7002808662, 8699408662

*MEDIKART DOCTOR'S CLINIC UPDATE*১২ আগষ্ট , শনিবাৰৰাতিপুৱা ৯ বজাৰ পৰা APOLLO হস্পিতালৰ মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক (Di...
11/08/2023

*MEDIKART DOCTOR'S CLINIC UPDATE*
১২ আগষ্ট , শনিবাৰ

ৰাতিপুৱা ৯ বজাৰ পৰা APOLLO হস্পিতালৰ মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক (Diabetologist , Endocrinologist) ডাঃ পংকজ পাটোৱাৰী মেদিকাৰ্ট ত উপস্থিত থাকিব।
অধিক জানিবলৈ যোগাযোগ কৰক : 7002808662 ,8699408662।

ধন্যবাদ।।

08/08/2023
Good morning ♥️
06/08/2023

Good morning ♥️

05/08/2023

*MEDIKART DOCTOR'S CLINIC UPDATE*
6 আগষ্ট , দেওবাৰ

ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈ APOLLO হস্পিতালৰ মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক (Diabetologist , Endocrinologist) ডাঃ পংকজ পাটোৱাৰী মেদিকাৰ্ট ত উপস্থিত থাকিব।

দুপৰীয়া 2 বজাৰ পৰা 5 বজালৈ পাটনাৰ পৰা অহা অভিজ্ঞ অৰ্থপেদিক চার্জন
ডাঃ সম্ভূ কুমাৰ সিং মেদিকাৰ্ট ফাৰ্মাচীত সেৱা আগ বঢ়াব।

অধিক জানিবলৈ যোগাযোগ কৰক : 7002808662 ,8699408662।

ধন্যবাদ।।

05/08/2023

যোগাযোগ নম্বৰ : 7002808662 , 8699408662

Address

Nalbari
781335

Telephone

+917002808662

Website

Alerts

Be the first to know and let us send you an email when Medikart, Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Medikart, Nalbari:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram