
31/12/2023
মোৰ জীৱনটো কিমান দীঘলীয়া নাজানো আৰু তাৰে এটা বছৰ গুচি গ'ল মহান আল্লাহ তালাহ'ৰ ওচৰত আশা যাতে জীৱনত ঘটি যোৱা ভুলবোৰ শুধৰাই জীয়াই থকা দিনবোৰ সকলোৰে লগত সমিলমিলেৰে চলিব পাৰোঁ ।
আজি মোৰ জন্মদিন উপলক্ষে Facebook,messenger আৰু what'saap শুভেচ্ছা জনোৱা জেষ্ঠ, কনিষ্ঠ আৰু সতীৰ্থ সকলোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
মহান আল্লাহই সকলোৰে সকলোৰে মঙ্গল কৰক ।
নতুন বছৰ সকলোৰে সুন্দৰ ভাৱে আৰম্ভ হওঁক তাৰে কামনাৰে মই সকললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো l