Dr Sandipan Sarma,MD

Dr Sandipan Sarma,MD This page is for general awareness and health education, not for treatment purpose.Your own doctor is the best opinion giver regarding your health.
(305)

06/03/2021

মানসিক চাপ, হতাশগ্ৰস্ততা(Anxiety আৰু Depression)আৰু গেছৰ সমস্যাৰ বিষয়ে আলোচনা কৰোঁ আহক।
video tu share koribo 🙏

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

04/03/2021

আপুনি জানিব বিচৰা ৰোগৰ বিষয়ে কমেন্টত জনাব।ভিদিও(Video) বনাব চেষ্টা কৰিম।

27/02/2021

সঘনাই মূৰ বেয়া লাগি থকাৰ কাৰণসমূহ জানোঁ আহক।Video tu share koribo 🙏

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

23/02/2021

ছালৰ এলাৰ্জী বা স্কিন এলাৰ্জী(Skin Allergy)ৰ বিষয়ে জানো আহক।
Video tu share koribo 🙏

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

20/02/2021

শৰীৰ দুৰ্বল লগাৰ কাৰণসমূহ কি কি।আহক আজি আলোচনা কৰোঁ ইয়াৰ পৰা কেনেকৈ বাচি থাকিব
Share Koribo 🙏

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

16/02/2021

সঘনাই পেটৰ সমস্যাই দেখা দিয়া,সঘনাই শৌচ হৈ থকা আদি(Chronic Diarrhoea)ৰ বিষয়ে আলোচনা কৰোঁ আহক।
share koribo🙏

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

আজি ১৪ ফেব্ৰুৱাৰী,ৰবিবাৰে  বাগানপাৰা,বাক্সাত এটি বিনামূলীয়া স্বাস্থ্য শিৱিৰ(Free Health Camp)কৰিলোঁ।
14/02/2021

13/02/2021

👉পেটত হোৱা আলচাৰ(Ulcer) ৰ কাৰণ:::Share Koribo😇
1. Hyperacidity: খুব বেছি এচিড প্ৰস্তুত হোৱা।
2. H. Pylori নামৰ বীজাণুৰ সংক্ৰমণ।
3. অতি বেছি বিষনাশক (pain killer) সেৱন কৰা।
4. মদ্যপান কৰা।
5. ধূমপান কৰা।
6. অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰকৈ খাদ্য খোৱা।
7. মচলাযুক্ত তেলত ভজা বা নিমখীয়া খাদ্য খোৱা। ইত্যাদি।

👉ইয়াক প্ৰতিৰোধ কৰাৰ উপায়:::
1. এলক'হল পৰিত্যাগ কৰক।
2. ধঁপাত সেৱন ত্যাগ কৰক।
3. আলচাৰৰ লক্ষণ যেনে: পেটৰ বিষ, খাব নোৱাৰা হোৱা আদি আওকান নকৰিব।
4. বিষণাশক লোৱাৰ ক্ষেত্ৰত সাৱধান হওঁক।
5. Infection ৰ পৰা নিজক বচাই ৰাখিব। খোৱাৰ আগত হাত ধুব, স্বাস্থ্যকৰ খাদ্য খাব।

👉পেটত আলচাৰ হ'লে তলত দিয়া খাদ্যবোৰ এৰাই চলিব:::
1. কফি আৰু অন্যান্য কফি থকা খাদ্য।
2. চকলেট।
3. শীতল পানীয়। Cold Drinks
4. অধিক নিমখ থকা খাদ্য।
5. কাঢ়াকৈ ভজা খাদ্য।
6. এচিড থকা খাদ্য যেনে: বিলাহী, টেঙা ইত্যাদি।
7. পেকেট কৰি ৰখা খাদ্য। ইত্যাদি।

11/02/2021

বয়সৰ লগত কথা পাহৰা,এটা বয়সৰ পিছত নতুন কথা শিকাত অসুবিধা হোৱা,মানুহৰ নাম মনত নথকা,ৰাস্তা পাহৰি যোৱা,নিজৰ দৈনন্দিন কামখিনি কৰাত অসুবিধা হোৱা আদি ডিমেনচিয়া (Dementia)ৰ কাৰণ হ'ব পাৰে।আৰু এই ডিমেনচিয়া (Dementia)ৰ এটা অন্যতম কাৰণ হ'ল আলজাইমাৰ(Alzheimer's)disease।আহক আজি আমি আলোচনা কৰোঁ বয়সৰ এইবিধ বেমাৰৰ কথা আলজাইমাৰ(Alzheimer's)diseaseৰ বিষয়ে।
's_Disease
Share koribo

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

10/02/2021

⭕চুলিৰ যতন কেনেকৈ ল'ব--Share Koribo
👉প্ৰদূষণৰ পৰা দূৰত থাকক।
👉পানীৰে চুলি ধুব, প্ৰতিদিনে চেম্পু ব্যৱহাৰ নকৰিব।
👉অত্যাধিক গৰম পানী ব্যৱহাৰ নকৰিব।
👉সঘনাই চুলি শুকোৱা যন্ত্ৰ (Hair Dryer) ব্যৱহাৰ নকৰিব।
👉অত্যাধিক প্ৰসাধন (Hair Styling) ব্যৱহাৰ নকৰিব।
👉ধূমপান পৰিত্যাগ কৰক(Avoid Smoking)।
👉নিতৌ ব্যায়াম কৰক।
👉মানসিক চাপ কমাই ৰাখক(Reduce Stress)।
👉নাৰিকল তেল লগাব। ইয়াত Lauric এচিড থাকে যিয়ে চুলি বঢ়াত সহায় কৰে।
👉পিয়াজত চালফাৰ(Sulphur)থাকে যিয়ে চুলিৰ গুৰিত হোৱা infection ভাল কৰে।

⭕চুলিৰ বাবে উপকাৰী কিছুমান খাদ্য:::
👉প্ৰটিনযুক্ত খাদ্য খাওঁক (keratin চুলিৰ মুখ্য প্ৰটিন)। কণী, মাছ, দৈ, গাখীৰ, বাদামজাতীয় বস্তু আদি খাব লাগে।
👉ভিটামিন A থকা খাদ্য যেনে: গাজৰ, পালেং শাক।
👉ভিটামিন D থকা খাদ্য যেনে: কণী, মাংসৰ লিভাৰ, মাছ।
👉ভিটামিন E থকা খাদ্য যেনে: আলমণ্ড, পিনাট(Peanut), অলিভ অইল আদি।
👉ভিটামিন C থকা খাদ্য যেনে: Amlokhi, কমলা, মৌচুমী, নেমু আদি।
👉Biotin যুক্ত খাদ্য যেনে: কণীৰ কুহুম, বেলিফুলৰ গুটি, ৰঙালাওৰ গুটি, কাঠফুলা আদি।

08/02/2021

ব্ৰেইন স্ট্রোক(Brain Stroke) কি।ইয়াৰ পৰা কেনেদৰে recovery কৰিব পাৰি
Share Koribo 😇

Disclaimer:
This video / presentation / article /content is for general information and educational purposes only and is not complete or exhaustive. The video / presentation / article / content is not intended or implied to provide or substitute for medical or other professional health care advice, be used to assess health conditions, or used or relied upon for diagnosis or treatment

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বোৰ্ডৰ সহযোগত তথা নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি ৭ ফেব্ৰুৱাৰী, ৰবিবাৰে  নল...
07/02/2021

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক বোৰ্ডৰ সহযোগত তথা নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি ৭ ফেব্ৰুৱাৰী, ৰবিবাৰে নলবাৰী বালিকৰিয়া কালীভূৱন প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিৱিৰ(Free Health Camp) এটা কৰিলোঁ।

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Dr Sandipan Sarma,MD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category