Anajori Development Society

Anajori Development Society A NGO registered under Society Registration Act of 1860,IT act (Section 12A,80G ) & CSR1 of MCA. ADS trying to reduce the health care coast for needy.

25/01/2026
24/01/2026
Together, we move towards healthier animals and stronger rural livelihoods.সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি এক...
24/01/2026

Together, we move towards healthier animals and stronger rural livelihoods.
সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক।
An Infertility Investigation and Treatment Camp was successfully organised by the Department of Animal Reproduction, Gynaecology & Obstetrics (ARGO), College of Veterinary Science (CVSc), AAU, Khanapara, under the ICAR–AICRP Project, in collaboration with the Block Veterinary Dispensary, Nandagaon and Anajori Development Society, on the occasion of the 88th Arara Gaon Sabha on 24 January, 2026 at Joypalthan Harimandir, Arara, Nalbari.During the programme, 30 cattle were examined for infertility problems through Transrectal Ultrasonography (TRUS), while more than 500 livestock received treatment for various reproductive and health disorders. Farmers were also provided free medicines, mineral mixtures, and nutritional supplements to support better animal health and productivity.
The camp aimed to promote scientific livestock management, early diagnosis of infertility, and improved reproductive performance, helping farmers enhance income and secure sustainable rural livelihoods.
The programme was supported by a dedicated team of veterinary experts from CVSc, AAU, including:Dr. Deep Jyoti Mahanta, Dr. Druba Jyoti Barpujari, Dr. Utpal Barman, Dr. Abhijit Deka, Dr. Kamal Bihari Dev Choudhary, Dr. Karuna Saikia, Dr. Bibhuti Chakravarty and team, and Dr. Rekib Uddin Ahmed(Veterinaryofficer,MVU, Ghograpar).
The active participation of local farmers made the camp highly successful, reaffirming a shared commitment to building healthier animals and stronger rural communities.

৮৮ সংখ্যক অৰৰা গাঁও সভা উপলক্ষে, ২৪ জানুৱাৰী ২০২৬ তাৰিখে নলবাৰী জিলাৰ অৰৰা জয়পালথান হৰিমন্দিৰত আইচিএআৰ–এআইচিআৰপি প্ৰকল্পৰ অধীনত খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু প্ৰজনন, স্ত্ৰী-ৰোগ আৰু প্ৰসূতি বিজ্ঞান বিভাগ (ARGO), পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় (CVSc)-এ নন্দাগাঁও ব্লক পশু চিকিৎসা কেন্দ্ৰ আৰু এনাজৰী ডেভেলপমেণ্ট ছ’চাইটিৰ সহযোগত এটি পশুৰ বন্ধ্যাত্ব অনুসন্ধান আৰু চিকিৎসা শিবিৰ সফলভাৱে আয়োজন কৰে।
এই শিবিৰত প্ৰায় ৩০ জনী গাই গৰুৰ বন্ধ্যাত্বৰ সমস্যা Transrectal Ultrasonography (TRUS)-ৰ জৰিয়তে পৰীক্ষা কৰা হয় আৰু
৫০০ৰ অধিক পশুধনক বিভিন্ন প্ৰজনন আৰু স্বাস্থ্যজনিত ৰোগৰ বাবে চিকিৎসা আগবঢ়োৱা হয়।লগতে পশুপালকসকলক বিনামূলীয়াকৈ ঔষধ, খনিজ মিশ্ৰণ, পুষ্টিকৰ সম্পূৰক আদি বিতৰণ কৰা হয় যাতে পশুৰ স্বাস্থ্য আৰু উৎপাদনক্ষমতা বৃদ্ধি পায়।
এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল বৈজ্ঞানিক পশুপালন পদ্ধতিৰ প্ৰচাৰ, সময়মতে ৰোগ নিৰ্ণয় আৰু প্ৰজনন ক্ষমতা উন্নয়ন, যাৰ জৰিয়তে গ্ৰাম্য কৃষক-পশুপালকসকলৰ আয় বৃদ্ধি আৰু জীৱিকা সুদৃঢ় হয়।উক্ত শিবিৰত CVSc, AAU-ৰ বিশিষ্ট চিকিৎসকসকল ক্ৰমে দীপ জ্যোতি মহন্ত, ডা : ধ্ৰুব জ্যোতি বৰুৱা, ডা: উৎপল বৰ্মন, ডা : অভিজিত ডেকা, ডা : কমল বিহাৰী দেৱ চৌধুৰী, ডা : কৰুণা শইকীয়া, ডা : বিভূতি চক্ৰৱৰ্তী (ব্লক ভেটাৰিনাৰী বিষয়া) আৰু ডা: ৰেকিব উদ্দিন আহমেদ (ভেটেৰিনেৰী বিষয়া , এম ভি ইউ, ঘগ্ৰাপাৰ) উপস্থিত থাকি সেৱা আগবঢ়ায়।
স্থানীয় পশুপালকসকলৰ উৎসাহী অংশগ্ৰহণে শিবিৰখন অধিক সফল কৰি তোলে আৰু সুস্থ পশু তথা সবল গ্ৰাম্য অৰ্থনীতি গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হয়।



Public Health Field work Initiative by Anajori Development Society.Anajori Development Society is pleased to share that ...
22/01/2026

Public Health Field work Initiative by Anajori Development Society.

Anajori Development Society is pleased to share that three Master of Public Health (MPH) Interns from the Indian Institute of Public Health, Shillong (IIPH S) have commenced their field internship with our organization based on institutional recommendation.

The interns:
Dr. Grichi Boro
Dr. Lutfur Rahman
Mr. Mostafa Ali

The internship has been initiated under the guidance of Dr. Nagen Sarma, State Surveillance Medical Officer, World Health Organization (WHO), Guwahati. The students received separate briefings from Dr. Nagen Sarma and Matiur Rahman, President, Anajori Development Society, at Guwahati, Kamrup (Metro).

During their field engagement, the interns will primarily work and monitor in the Maternal and Child Health (MCH) sector, in close coordination with ASHA, ANM, and other frontline health workers, focusing on:
✅ Routine Immunization session site monitoring
✅ House-to-house visits and community interaction
✅ Field-level surveillance and monitoring
✅ Understanding grassroots public health service delivery

This initiative aims to strengthen practical public health learning, community participation, and health system support at the grassroots level, while contributing to improved health outcomes in the district.

We wish them a meaningful and impactful field learning journey.



Today, Learning 360 Coaching Centre, run by Anajori Development Society, proudly felicitated our ex students who secured...
18/01/2026

Today, Learning 360 Coaching Centre, run by Anajori Development Society, proudly felicitated our ex students who secured good percentages in the HSLC 2025 Examination.
This achievement reflects their hard work, discipline, and determination, along with the dedicated guidance of our teachers and the constant support of parents. We are truly proud of each student and wish them continued success in their future academic journey.

সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।এনাজৰী উন্নয়ন সমিতি নলবাৰীৰ উদ্যোগত আৰু ঘগ্ৰাপাৰ ব্লক ভে...
13/01/2026

সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।
এনাজৰী উন্নয়ন সমিতি নলবাৰীৰ উদ্যোগত আৰু ঘগ্ৰাপাৰ ব্লক ভেটেৰিনাৰী ডিচপেনচাৰীৰ সহযোগিতাত ১২/০১/২০২৬ তাৰিখে মডেল ছাগলী ফাৰ্ম, গুৱাকুচি, নলবাৰী, অসমত এক পশু টিকাকৰণ সচেতনতা আৰু চিকিৎসা শিবিৰ সফলভাৱে অনুষ্ঠিত কৰা হয়।
শিবিৰটো ডাঃ প্ৰমোদ পাটোৱাৰী, ব্লক ভেটেৰিনাৰী বিষয়া, ঘগ্ৰাপাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় আৰু ডাঃ ৰেকিবুদ্দিন আহমেদ, ভেটেৰিনাৰী বিষয়া (MMU) য়ে পশু চিকিৎসা সেৱাৰ লগতে পশু স্বাস্থ্য, ৰোগ প্ৰতিৰোধ আৰু বৈজ্ঞানিক পশুপালন সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰামৰ্শ আগবঢ়ায়।
শিবিৰৰ সময়ত পশুপালকসকলৰ মাজত মিনাৰেল মিশ্ৰণ (Mineral Mixture) আৰু পুষ্টিকৰ পৰিপূৰক (Nutritional Supplements) ,বিভিন্ন ঔষধ বিতৰণ কৰা হয় লগতে অঞ্চলটোৰ ছাগলীবোৰক PPR ৰোগৰ বিৰুদ্ধে টিকাকৰণ কৰা হয় যাতে ৰোগ প্ৰতিৰোধ শক্তিশালী হয় আৰু পশুৰ সামগ্ৰিক স্বাস্থ্য উন্নত হয়।
পশু সখীসকলেও শিবিৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিয়মিত টিকাকৰণ, সুষম পুষ্টি আৰু বৈজ্ঞানিক পশুপালনৰ গুৰুত্বৰ বিষয়ে সচেতনতা সৃষ্টি কৰে।
শিবিৰৰ সময়ত ডাঃ প্ৰমোদ পাটোৱাৰীয়ে মডেল গোট ফাৰ্মৰ আন্তঃগঠন পৰিদৰ্শন কৰি মূল্যৱান পৰামৰ্শ আগবঢ়ায় যাতে ভৱিষ্যতে ফাৰ্মখন অধিক উন্নত আৰু শক্তিশালী কৰিব পৰা যায়।
ঘগ্ৰাপাৰ ব্লক ভেটেৰিনাৰী ডিচপেনচাৰী আৰু এনাজৰী ডেভেলপমেণ্ট ছচাইটিৰ কৰ্মকৰ্তা সকলে শিবিৰ টো সফল কৰিবলৈ সক্ৰিয় সহযোগিতা আগবঢ়ায়। এনাজৰী ডেভেলপমেণ্ট ছচাইটিৰ তৰফৰ পৰা বসন্ত বৈশ্য, উপ-সভাপতি, লগতে স্বেচ্ছাসেৱক ৰেজাউল ইছলাম আৰু মিথুন আলি উপস্থিত থাকি উপকাৰভোগীসকলৰ সৈতে মত-বিনিময় কৰে আৰু পশুপালনৰ জৰিয়তে গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই শিবিৰ টোৰ সফল কৰাৰ বাবে ভেটেৰিনাৰী দল, পশু সখীসকল, ক্ষেত্ৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো।
Together, we move towards healthier animals and stronger rural livelihoods.
Anajori Development Society successfully organized an Animal Vaccination Awareness cm Treatment Camp at the Model Goat Farm, Guwakuchi, Nalbari, Assam, on 12/01/2026, in association with the Block Veterinary Dispensary, Ghograpar.
The camp was conducted under the guidance of Dr. Pramod Patowary, Block Veterinary Officer, Ghograpar, with valuable support from Dr. Rekibuddin Ahmed, Veterinary Officer (MMU), who provided on-the-spot treatment services along with scientific inputs on animal health, disease prevention, and improved livestock management practices.
During the camp, mineral mixture and nutritional supplements were distributed among livestock owners, and goats of the area were vaccinated against PPR disease to strengthen disease prevention and improve overall herd health.
Pashu Sakhis actively participated in the camp and supported awareness creation among beneficiaries on the importance of regular vaccination, balanced nutrition, and scientific animal rearing. Dr. Pramod Patowary also visited and reviewed the infrastructure of the Model Goat Farm and provided valuable suggestions for further improvement of the facility.
Dedicated staff members from the Block Veterinary Dispensary and Anajori Development Society actively supported the camp. From Anajori Development Society, Basanta Baishya, Vice President, along with volunteers Rejaul Islam and Mithun Ali, were present and interacted with beneficiaries, emphasizing sustainable livestock practices for improved rural livelihoods.
We sincerely thank the veterinary team, Pashu Sakhis, field staff, and local beneficiaries for their cooperation and participation in making this camp a success. Together, we move towards healthier animals and stronger rural livelihoods.







সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।নলবাৰী জিলাৰ মাজৰবাৰী গাঁওত পশুপালন আৰু পশুচিকিৎসা বিভাগ ...
11/01/2026

সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।

নলবাৰী জিলাৰ মাজৰবাৰী গাঁওত পশুপালন আৰু পশুচিকিৎসা বিভাগ তথা স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত পশুৰ টীকাকৰণ, চিকিৎসা আৰু সজাগতা শিবিৰৰ সফলভাৱে আয়োজন কৰা হয় ।
উক্ত শিবিৰ টোত জিলা কুকুৰা ফাৰ্ম, জাপজাপকুচি, নলবাৰী ৰ মুখ্য বিষয়া ডাঃ অম্বিকা ডেকা ই কুকুৰা স্বাস্থ্য, ৰোগ প্ৰতিৰোধ আৰু বৈজ্ঞানিক পালন পদ্ধতি সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
ডাঃ প্ৰমোদ পাটোৱাৰী ব্লক ভেটেৰিনাৰী বিষয়া, ঘগ্ৰাপাৰ ব্লক ভেটেৰিনাৰী ডিসপেনছাৰী ৰ তত্বাবধানত হোৱা শিবিৰ টোত ডাঃ ৰেকিবুদ্দিন আহমেদ মোবাইল ভেটেৰিনাৰী বিষয়াই চিকিৎসা সেৱা আগবঢ়ায় ।
এই শিবিৰটোৰ সফল আয়োজনৰ ক্ষেত্ৰত ঘগ্ৰাপাৰ ব্লক ভেটেৰিনেৰী কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ভবেশ কলিতা কাৰ্যনিৰ্বাহক সদস্য,এনাজৰি ডেভেলপমেণ্ট ছ’চাইটি অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সক্ৰিয়ভাৱে উপস্থিত আছিল।
Together, we move towards healthier animals and stronger rural livelihoods.

An Animal Vaccination, Treatment & Awareness Camp was successfully organized at Majarbari Village, Nalbari, with active support from the Department of Veterinary & Animal Husbandry and local community representatives.
The camp was guided by Dr Ambika Deka, Manager, District Poultry Farm, Japjapkuchi, Nalbari, who shared expert guidance on poultry health, disease prevention, and scientific management practices.
Veterinary services and overall coordination were led by Dr Pramod Patowary, Block Veterinary Officer, Block Veterinary Dispensary, Ghograpar. Field-level treatment and on-spot veterinary care through the Mobile Veterinary Unit (MVU) were provided by Dr Rekibuddin Ahmed.
The programme was further supported by dedicated office staff and community leadership. Bahabesh Kalita, Executive Member, Anajori Development Society.

Together, we move towards healthier animals and stronger rural livelihoods.






সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।এনাজৰী ডেভেলপমেণ্ট ছছাইটি য়ে ঘগ্ৰাপাৰ ব্লক ভেটেৰিনাৰী ডিচ...
07/01/2026

সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।

এনাজৰী ডেভেলপমেণ্ট ছছাইটি য়ে ঘগ্ৰাপাৰ ব্লক ভেটেৰিনাৰী ডিচপেনচাৰীৰ সহযোগিতাত নিজ খাগতা গাঁওত এক পশু টিকাকৰণ সচেতনতা আৰু চিকিৎসা শিবিৰ সফলভাৱে অনুষ্ঠিত কৰে
এই শিবিৰটো ডাঃ প্ৰমোদ পাটোৱাৰী, ব্লক ভেটেৰিনাৰী বিষয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় আৰু ডাঃ ৰেকিবুদ্দিন আহমেদ, ভেটেৰিনাৰী বিষয়া (MMU) য়ে পশুৰ চিকিৎসা সেৱাৰ লগতে পশু স্বাস্থ্য, ৰোগ প্ৰতিৰোধ আৰু বৈজ্ঞানিক পশুপালন সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰামৰ্শ আগবঢ়ায়।
ব্লক ভেটেৰিনাৰী ডিচপেনচাৰী আৰু এনাজৰী ডেভেলপমেণ্ট ছচাইটিৰ কৰ্মচাৰীসকলে শিবিৰটো সফল কৰিবলৈ সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায়। এনাজৰী ডেভেলপমেণ্ট ছচাইটিৰ তৰফৰ পৰা দীপাংকৰ তালুকদাৰ, সম্পাদক, আৰু ভবেশ কলিতা, কাৰ্যনিৰ্বাহী সদস্য উপস্থিত থাকি পশু পালক সকলৰ সৈতে মত-বিনিময় কৰে আৰু সময়মতে পশু টিকাকৰণ আৰু বৈজ্ঞানিক পশুপালনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
এই শিবিৰ টো সফল কৰাৰ বাবে ঘগ্ৰাপাৰ ব্লক ভেটেৰিনেৰী ৰ কৰ্মচাৰীসকল আৰু স্থানীয় ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। সুস্থ পশু আৰু সবল গ্ৰাম্য জীৱিকাৰ দিশে আমি একেলগে আগবাঢ়ো আহক ।
Together, we move towards healthier animals and stronger rural livelihoods.

Anajori Development Society successfully organized an Animal Vaccination Awareness cm Treatment Camp at Niz Khagta Village, in association with the Block Veterinary Dispensary, Ghograpar.
The camp was conducted under the guidance of Dr. Pramod Patowary, Block Veterinary Officer, with valuable support from Dr. Rekibuddin Ahmed, Veterinary Officer (MMU), who provided on-the-spot treatment services along with scientific inputs on animal health, disease prevention, and improved livestock management practices.
Dedicated staff members from the Block Veterinary Dispensary and Anajori Development Society actively supported the camp. From Anajori, Dipankar Talukdar, Secretary, and Bahabesh Kalita, Executive Member, were present and interacted with beneficiaries, emphasizing the importance of timely vaccination and scientific animal rearing for sustainable livelihoods.
We sincerely thanks the veterinary team, field staff, and local villagers for their cooperation and participation in making this camp a success. Together, we move towards healthier animals and stronger rural livelihoods.




Address

Milanpur Jail Road
Nalbari
781337

Alerts

Be the first to know and let us send you an email when Anajori Development Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Anajori Development Society:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram