23/03/2026
লখিমপুৰ কলেজ অৱ ভেটেৰিনাৰী ছায়েন্সত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য বিষয়ত ৰিছ'ৰ্ছ পাৰ্ছন হিচাপে উপস্থিত থাকিবলৈ পাই অত্যন্ত আনন্দিত 🧠✨
ইটো এটা খুবেই ইণ্টাৰেক্টিভ ছেছন আছিল—ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে চাপ, উদ্বেগ, বাৰ্ণআউট আৰু মানসিক সুস্থতাৰ গুৰুত্ব বিষয়ে খোলামেলা আলোচনা কৰিলোঁ 💬🤝
সহজ কপিং ষ্ট্ৰেটেজি, স্ব-যত্ন আৰু সহায় বিচৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোকপাত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ দেখি খুবেই ভাল লাগিল 👏
মোৰ সহ-ৰিছ'ৰ্ছ পাৰ্ছন, অভিনেতা, কিনেচিঅ’লজিষ্ট আৰু লাইফষ্টাইল কোচ নিৰৱ মন শর্মাৰ সৈতে দেখা পোৱাটোও খুবেই ভাল লাগিল 😊
কলেজখনৰ উষ্ণ আতিথ্য আৰু এই সুযোগৰ বাবে আন্তৰিক ধন্যবাদ 🙏