
24/07/2024
লিভাৰ আৰু গেষ্ট্ৰোলজি বিশেষজ্ঞ
ডাঃ দিপাংকৰ দাস
(Consultant Interventional Gastroenterologist & Hepatologist)
অহা 30 জুলাই 2024 তাৰিখ মঙ্গলবাৰে
আমাৰ হস্পিটেলত চিকিৎসা আগবঢ়াব।
#পৰামৰ্শ_উপলব্ধ:
👉দীৰ্ঘ-দিনীয়া গেছট্রিকৰ অসুবিধা
👉 জণ্ডিছ
👉পায়খানাত তেজ ওলোৱা
👉তেজ বমি হোৱা
👉আই বি এছ
👉গ'লব্লাডাৰৰ নলীত হোৱা পাথৰ
👉বুকু জ্বলা পোৰা কৰা
👉কৌষ্ঠকাঠিন্যতা
👉দীর্ঘদিনীয়া ডায়েৰিয়া
👉হেপাটাইটিছ A, E, B, C
👉অগ্ন্যাশয়ৰ বেমাৰ
👉চিৰোচিছ
👉ভোক কমি যোৱা / ওজন কমি যোৱা
👉ফেটি লিভাৰ
👉গিলিবলৈ অসুবিধা
👉পেটৰ বিষ।
নামভৰ্তিৰ বাবে যোগাযোগ কৰক 9435199728
099578 21484