Well Care Medical , Pathalipahar , Lakhimpur

Well Care Medical , Pathalipahar , Lakhimpur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Well Care Medical , Pathalipahar , Lakhimpur, Medical and health, North Lakhimpur.

28/06/2025

সু খবৰ সু খবৰ সু খবৰ

কাইলৈ পুৱা ঠিক ৯.০০ বজাৰ পৰা আপোনালোকৰ চিকিৎসা জনিত সেৱাৰ বাবে " ৱেল কেয়াৰ মেডিকেল " পথালি পাহাৰত উপস্থিত থাকিব অভিজ্ঞ বিশিষ্ট চিকিৎসক ড. মানৱ জ্যোতি বৰা । ইতিমধ্যে অগ্ৰিম নামভৰ্তি চলি আছে ।

আপোনালোকৰ চিকিৎসা সম্পৰ্কীয় যিকোনো অসুবিধাৰ বাবে আজিয়েই যোগাযোগ কৰক -9101024825/8638386117

18/05/2025
নতুন বছৰ, নতুন ৰূপত, ন-উদ্যমেৰে আপোনালোকৰ সেৱাৰ বাবে সাজু Well Care Medical,Pathalipahar...যোগাযোগ কৰক-9101024825, 86383...
18/05/2025

নতুন বছৰ, নতুন ৰূপত, ন-উদ্যমেৰে আপোনালোকৰ সেৱাৰ বাবে সাজু Well Care Medical,Pathalipahar...
যোগাযোগ কৰক-9101024825, 8638386117

20/08/2024

চিকিৎসা জনিত যি কোনো অসুবিধাৰ বাবে যোগাযোগ কৰক "WELL CARE MEDICAL"Pathali Pahar ত। প্ৰতিদিনে বিয়লি 4:00 বজাৰ পৰা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয় ।

যোগাযোগৰ বাবে -7086987165/8638386117

16/08/2024

আপোনালোকৰ সেৱাৰ বাবে আপোনালোকৰ স্থানীয় "Well Care Medical" Pathali pahar ত আজি উপস্থিত থাকিব বিশিষ্ট চিকিৎসক ড: মানৱ জ্যোতি বৰা । বিয়লি ঠিক ৩:০০ বজাৰ পৰা ।

সবিশেষ জানিবৰ বাবে ডায়েল কৰক
7086987165/8638386117

12/08/2024

আজি বিয়লি ঠিক ২.৩০ বজাৰ পৰা বিশিষ্ট চিকিৎসক ড: মানৱজ্যোতি বৰা ই চিকিৎসা সেৱা আগবঢ়াব । সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক -৭০৮৬৯৮৭১৬৫/৮৬৩৮৩৮৬১১৭

আপোনালোকৰ সুবিধাৰ বাবে অহা দেওবাৰে WELL CARE MEDICAL,PATHALI PAHAR ত বিশেষ ৰেহাই মূল্যত প্ৰয়োজনীয় সকলো তেজ পৰীক্ষা ৰ এ...
09/08/2024

আপোনালোকৰ সুবিধাৰ বাবে অহা দেওবাৰে WELL CARE MEDICAL,PATHALI PAHAR ত বিশেষ ৰেহাই মূল্যত প্ৰয়োজনীয় সকলো তেজ পৰীক্ষা ৰ এটা শিবিৰ আয়োজন কৰা হৈছে । যিসকলক ইচ্ছুক ব্যক্তিয়ে এই সুবিধা লব বিচাৰে অনতি পলমে আমাৰ লগত যোগাযোগ কৰিব পাৰে ।

মোবাইল -7086987165,86383 86117

( বি.দ্ৰ.- এই post ত comment ৰ জৰিয়তে নামভৰ্তি কৰিব বিচাৰিলে, আপোনালোকৰ নাম আৰু মোবাইল নং দিলেই হ'ব)

সু খবৰ.......সু খবৰ .....আপোনালোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমন্ত্ৰণ কৰিছোঁ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ড: মাধৱ কুমা...
23/06/2023

সু খবৰ.......সু খবৰ .....
আপোনালোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমন্ত্ৰণ কৰিছোঁ বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ
ড: মাধৱ কুমাৰ দাস ডাঙৰীয়া ক। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক -9101024825 ।

09/05/2023

এতিয়াৰে পৰা প্ৰতি সোম বাৰৰ পৰা শনি বাৰলৈ বিয়লি ২.৩০ ৰ পৰা আপোনালোকে লগ পাব বিশিষ্ট চিকিৎসক ডঃ পাপু চাহু ডাঙৰীয়াক । লগতে শনি বাৰে পুৱা ১০ বজাৰ পৰা উপস্থিত থাকিব বিশিষ্ট স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ড: ত্ৰিনয়ন মিলি ।

আগতীয়া নামভৰ্তিৰ বাবে যোগাযোগ কৰক

Well Care Medical , Pathalipahar , Lakhimpur
CONTACT-9101024825

WELL CARE MEDICAL,Pathali Pahar wishes you all A very happy and safe DIWALI
24/10/2022

WELL CARE MEDICAL,Pathali Pahar wishes you all A very happy and safe DIWALI

বৃহস্পতি বাৰে পুৱা ১০.৩০ বজাত ।নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক- 9101024825
01/06/2022

বৃহস্পতি বাৰে পুৱা ১০.৩০ বজাত ।
নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক- 9101024825

Address

North Lakhimpur
784163

Website

Alerts

Be the first to know and let us send you an email when Well Care Medical , Pathalipahar , Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share