Excel Health Centre Lakhimpur

Excel Health Centre Lakhimpur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Excel Health Centre Lakhimpur, Medical and health, North Lakhimpur.

EXCEL HEALTH CENTRE LAKHIMPUR HAS BEEN PROVIDING SERVICES WITH YOU SINCE LONG YEARS ...DOCTORS AVAILABLE AND CONSULTATIO...
09/03/2022

EXCEL HEALTH CENTRE
LAKHIMPUR HAS BEEN PROVIDING SERVICES WITH YOU SINCE LONG YEARS ...
DOCTORS AVAILABLE AND CONSULTATION TIME ARE..

DR SURJIT BARUAH , MD MEDICINE ..FROM 3 PM TO 6.30 PM

DR JULFÈE HUSSAIN, MS , FMAS
TIME ..9 AM TO 1 PM .

DR KALYAN NATH , MD DERMATOLOGIST
SKIN AND HAIR SPECIALIST
COSMETOLOGIST ..FROM 2 PM ONWARDS

DR BHASKAR JYOTI PEGU . MS
ORTHOPAEDIC SURGEON ..FROM 2 PM ONWARDS

CONTACT NO. 9954335003, 8011442079

এক্সেল হেল্থ চেন্টাৰ , নকাৰী লখীমপুৰ ত  উপলব্ধ ডাক্তৰ সকলৰ ৰোগী দেখা কৰা সময় সুচী....  1. Dr Surjit Baruah, MD (Medicine...
30/01/2022

এক্সেল হেল্থ চেন্টাৰ , নকাৰী লখীমপুৰ ত
উপলব্ধ ডাক্তৰ সকলৰ ৰোগী দেখা কৰা সময় সুচী....

1. Dr Surjit Baruah, MD (Medicine) 3.30 pm to
6.30 pm

2. Dr Julfee Hussain , MS , FMAS
9 Am to 1 Pm .

3 . Dr Kalyan Nath, MD ( Dermatologist)
Skin Specialist..
2 PM onwards.

4. Dr Bhaskar Jyoti Pegu , MS (Orthopaedic)
2 PM onwards..

Contact Numbers..8011442079
7002507969

12/01/2022

শীতকালত উফিঁৰ সমস্যা:
______________________

উফিঁৰ সমস্যা শীতকালত হোৱা এবিধ ছালৰ সমস্যা। মুৰৰ ছালখন যেতিয়া শুকান হৈ পৰে অথবা মুৰত ভেঁকুৰৰ সংক্ৰমন হৈ ছালৰ সৰু সৰু টুকুৰা বোৰ চুলিৰ
মাজত দেখা দিয়ে আৰু তাকে উফিঁ বুলি কোৱা হয়।

চেবৰিক দাৰমাটাইটিছ, মেলাচেজিআ নামৰ ভেঁকুৰৰ দ্বাৰা হোৱা এবিধ চৰ্মৰোগ, যাৰ ফলত বেচিকৈ ছালৰ সমস্যা ৰ লগতে উফিঁৰ সমস্যাই ও দেখা দিয়ে । চেবৰিক দাৰমাটাইটিছ মুৰৰ লগতে চেলাউৰি অথবা নাকৰ দুয়ো কাষে হব পাৰে।

যি সকল লোকৰ ছাল খন স্বাভাৱিকতে শুকান
তেওঁ লোকৰ উফিঁ হোৱাৰ সম্ভাৱনা বেছি ।
বেচিকৈ ঘনাই শেম্পু কৰা, ছালৰ গুনাগুণ বিচাৰ
নকৰাকৈ বজাৰৰ পৰা কিনা যিকোনো শেম্পু, কন্দিশ্বনাৰ , বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ যুক্ত চুলিৰ ৰং আদি ব্যৱহাৰ কৰিলে মুৰৰ ছালখন শুকান হৈ পৰাৰ লগতে ছালৰ এলাৰ্জীক পাৰ্শ্বক্ৰিয়া হব পাৰে, খজুৱতি হব পাৰে-- আৰু লগতে উফিঁৰ সমস্যাত ভুগিব লগাত পৰে।

* কিছুমান বিশেষ চৰ্ম ৰোগ যেনে ছৰিএছিচ , একজেমা, অত্যাধিক মানসিক চাপ, পৰিপূৰক টোপনি আৰু পুষ্টিকৰ খাদ্যৰ অভাৱ, আদিৰ বাবে ও ছালৰ লগতে উফিঁৰ সমস্যা হব পাৰে।

* কিছুমান স্নায়ু জনিত ৰোগ , থাইৰয়ড, মধুমেহ
বা যি সকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম, সেই সকলৰ চেবৰিক দাৰমাটাইটিছ, উফিঁৰ সমস্যা অথবা অন্যান্য চৰ্ম ৰোগ হোৱাৰ সম্ভাৱনা বেছি।

* অত্যাধিক উফিঁৰ সমস্যাৰ ফলত অত্যন্ত খজুৱতি হৈ মুৰৰ ছালখন ৰৰ্ঙা হৈ উখহি পৰিলে
লগতে চুলি সৰা সমস্যা ই দেখা দিলে অনতিপলমে
চিকিত্সকৰ (চৰ্ম ৰোগ বিশেষজ্ঞ) MD Dermatologist ৰ পৰামৰ্শ লোৱা উচিত।

এক্সেল হেল্থ চেন্টাৰ লখীমপুৰ ৰডাক্তৰ সকলৰ ৰোগী চোবাৰ সময সুচী '।1: ডা: সুৰজিত বৰুৱা-(মেডিচিন বিভাগ )       আবেলি  3  বজা...
08/01/2022

এক্সেল হেল্থ চেন্টাৰ লখীমপুৰ ৰ
ডাক্তৰ সকলৰ ৰোগী চোবাৰ সময সুচী '।

1: ডা: সুৰজিত বৰুৱা-(মেডিচিন বিভাগ ) আবেলি 3 বজাৰ পৰা ।

2 ডা: জুলফি হুছেইন ( লেপ্ৰস্কপীক ছাৰ্জান)
9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ।

3 ডা : কল্যাণ নাথ ' এম ডি ( চৰ্ম ৰোগ বিশেষজ্ঞ)
আবেলি 2 বজাৰ পৰা।

4 ডা : ভাস্কৰ জ্যোতি পেগু, ( অস্থি ৰোগ বিশেষজ্ঞ
আবেলি 2 বজাৰ পৰা।

যোগাযোগৰ বাবে ফোন নম্বৰ

8011442079 , 7002507969

Address

North Lakhimpur
787001

Telephone

+917002507969

Website

Alerts

Be the first to know and let us send you an email when Excel Health Centre Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share


Other Medical & Health in North Lakhimpur

Show All