Al ISLAM Shofique: Community Health and Optom Eye Consultant

Al ISLAM Shofique: Community Health and Optom Eye Consultant Bachelor of Optometry and Community Health

©ৰাষ্ট্ৰীয় স্তৰৰ পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰি আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰী তামকিন ফাতিমাই সংৰক্ষণ গৱেষণা আৰ...
08/11/2025

©ৰাষ্ট্ৰীয় স্তৰৰ পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰি আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ ছাত্ৰী তামকিন ফাতিমাই সংৰক্ষণ গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)-ত বিজ্ঞানী হিচাপে স্থান লাভ কৰিছে।
তেখেতৰ এই সাফল্য সমগ্ৰ শিক্ষাৰ্থী সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।

Shout out to my newest followers! Excited to have you onboard! Ãyâñ Khãñ, MD Roman
01/11/2025

Shout out to my newest followers! Excited to have you onboard! Ãyâñ Khãñ, MD Roman

31/10/2025
অশ্ৰোপচাৰ : --------------------অশ্ৰোপচাৰ হোৱাৰ পিছত আপুনি নেমু খাব দিব ৰোগীক । দিনত ৪ টা নেমু দিব খাব ।
31/10/2025

অশ্ৰোপচাৰ : ----
----------------

অশ্ৰোপচাৰ হোৱাৰ পিছত আপুনি নেমু খাব দিব ৰোগীক । দিনত ৪ টা নেমু দিব খাব ।

অশ্ৰোপচাৰ:------------------অশ্ৰোপচাৰ হোৱাৰ পিছত আপুনি কণী খাব দিয়ক ৰোগীক । দিনত দিয়ক চাৰিটা কণী খাব ৰোগীক । কিন্তু বগ...
31/10/2025

অশ্ৰোপচাৰ:--
----------------
অশ্ৰোপচাৰ হোৱাৰ পিছত আপুনি কণী খাব দিয়ক ৰোগীক । দিনত দিয়ক চাৰিটা কণী খাব ৰোগীক । কিন্তু বগা অংশটোহে খাব । হালধীয়া অংশটো নহয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ VISION EYE CARE A...
13/02/2025

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত
অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ VISION EYE CARE AND OPTICAL পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন
জ্ঞাপন কৰিছোঁ।

------------শোক বাৰ্তা---------            যুৱনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক  আজাদতিনিআলি নিবাসী...
02/02/2025

------------শোক বাৰ্তা---------

যুৱনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আজাদতিনিআলি নিবাসী সুৰুজ আলী ছাৰ আজি দিনৰ ২ বজাত ইন্তেকাল কৰে। তেখেতৰ মৃত্যুৰ বাতৰিয়ে আমাক অত্যন্ত ব্যথিত তথা মৰ্মাহত কৰিছে। তেখেতৰ বিয়োগত আমি ছাত্ৰ সমাজে এজন নিষ্ঠাবান ,আদৰ্শবান শিক্ষাগুৰু, বিশিষ্ট সমাজসেৱক, আৰু এজন অভিভাৱক হেৰুৱালো।

আমি যুৱনগৰ আঞ্চলিক আমছু পৰিয়ালৰ তৰফৰ পৰা পৰা নেদেখাজনৰ ওচৰত তেখেতৰ বিদেহী আত্মাৰ সদ্গতি ও চিৰ শান্তি কামনা কৰাৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।

মহান সৃষ্টিকৰ্তাই তেখেতৰ বিদেহী আত্মাক জান্নাতুল ফিৰদাউচ নচিব‌ কৰক,নেদেখা জনৰ ওচৰত সকলোকে দোৱা প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ।

তেখেতৰ জানাজা নামাজ আজি ৰাতি ৯:০০ বজাত আজাদতিনিআলি মছজিদ প্ৰাংগনত অনুষ্ঠিত হ'ব।।

01/02/2025
Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
25/06/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Safaytullah Ahmed, Milon SK

Address

Vill/No. 2 KARUNABARI, P. O. Laluk
North Lakhimpur
784160

Alerts

Be the first to know and let us send you an email when Al ISLAM Shofique: Community Health and Optom Eye Consultant posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Al ISLAM Shofique: Community Health and Optom Eye Consultant:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram