
18/01/2025
আয়ুৰনেচন আয়ুৰ্বেদিক ক্লিনিকৰ উদ্যোগত অহা কালিলৈ ইংৰাজী ১৯/০১/২০২৫ তাৰিখ দেওবাৰে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰলৈ উত্তৰ লখিমপুৰ নগৰৰ সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। আহক সকলোৱে নিজৰ শৰীৰৰ কিছুমান প্ৰাথমিক পৰীক্ষা যেনে ব্লাড প্ৰেচাৰ, ব্লাড চুগাৰ, হিম'গ্লবিন ,ওজন আদি জোখাৰ লগতে ডাক্তৰৰ পৰামৰ্শ অনুসৰি বিনামূলীয়া ঔষধৰ সুবিধা গ্ৰহণ কৰক।।
We are ready to serve you 🙏