29/01/2026
অহা ১ ফ্ৰেব্ৰুৱাৰী ২০২৬ তাৰিখ দেওবাৰে পেট, লিভাৰ আৰু গেষ্ট্ৰোলজি বিশেষজ্ঞ ডাঃ দিপাংকৰ দাসে (Consultant Gastroenterologist & Hepatologist) আৰোগ্যম মেডিকেল হলত সেৱা আগবহাব।
যোগাযোগ- 9435078027 (9 AM to 9 PM)