Vikramaditya Astro Centre -"Pathsala Branch"

Vikramaditya Astro Centre -"Pathsala Branch" Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vikramaditya Astro Centre -"Pathsala Branch", Astrologist & Psychic, Pathsala, Bhutan Road, Sinaki Bibah Bhawan, Pathsala.
(1)

06/05/2026

ধন্যবাদ Peoplesnortheast

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে Peoplesnortheast লৈ অশেষ ধন্যবাদ

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱময় জয়লাভৰ বাবে আন্তৰিক অভিনন...
06/05/2026

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱময় জয়লাভৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
আপোনাৰ দৃঢ় নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাধাৰাই অসমৰ আকাশত উন্নয়নৰ নতুন পোহৰ জ্বলাই ৰাখক, আৰু ৰাজ্যখন আগবাঢ়ি যাওক শান্তি, সমৃদ্ধি আৰু অগ্ৰগতিৰ উজ্জ্বল পথত তাৰে কামনা কৰিলোঁ।
আপোনাৰ আগন্তুক যাত্ৰা আৰু অধিক সফল, শক্তিশালী আৰু জনসেৱাৰ আদৰ্শৰে ভৰা হওক। অসমৰ প্ৰতিজন নাগৰিকৰ জীৱনত সুখ-সমৃদ্ধিৰ নতুন অধ্যায় সূচনা কৰক এই শুভকামনা জনালোঁ।
মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহত আজিৰ কিছু মুহূৰ্ত ।

06/05/2026

ধন্যবাদ ND24

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে ND24 লৈ অশেষ ধন্যবাদ

06/05/2026

ধন্যবাদ Khabarpratikhyan

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে Khabarpratikhyan লৈ অশেষ ধন্যবাদ

ধন্যবাদ দৈনন্দিন বাৰ্তাযাদুক মঞ্চৰ পৰা  ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যা...
06/05/2026

ধন্যবাদ দৈনন্দিন বাৰ্তা

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যাত্ৰা "Magical Prediction"

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে দৈনন্দিন বাৰ্তা বাতৰি কাকতলৈ অশেষ ধন্যবাদ

06/05/2026

ধন্যবাদ Newstime Ne

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে Newstime Ne লৈ অশেষ ধন্যবাদ

06/05/2026

📌গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত আনুষ্ঠানিকভাৱে খোলা হ’ল আমাৰ “যাদুৰ বাকচ”।

📌আৰু পুনৰ চতুৰ্থবাৰৰ বাবে ১০০% শুদ্ধ প্ৰমাণিত হ’ল আমাৰ Magical Prediction 2026।

“Magical Prediction 2026”ক ১০০% শুদ্ধ, সঠিক আৰু নিৰ্ভৰযোগ্য ৰূপ দিবলৈ যিসকল ব্যক্তিয়ে নিজৰ মূল্যবান অৱদান আগবঢ়াইছে, তেওঁ...
06/05/2026

“Magical Prediction 2026”ক ১০০% শুদ্ধ, সঠিক আৰু নিৰ্ভৰযোগ্য ৰূপ দিবলৈ যিসকল ব্যক্তিয়ে নিজৰ মূল্যবান অৱদান আগবঢ়াইছে, তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
বিশেষকৈ, নিতুমনি শইকীয়া ডাঙৰীয়াৰ অৱদান অতিশয় উল্লেখযোগ্য। তেখেতৰ নিখুঁত গণনা, গভীৰ বিশ্লেষণ আৰু সঠিক তথ্য প্ৰদানৰ বাবেই এই সমগ্ৰ সমীক্ষাই সফলভাৱে ১০০% শুদ্ধতা লাভ কৰিবলৈ সক্ষম হৈছে।
তেখেতলৈ আমাৰ হৃদয়ৰ গভীৰৰ পৰা কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
— Team
Magical Prediction 2026 ✨

ধন্যবাদ আমাৰ অসমযাদুক মঞ্চৰ পৰা  ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যাত্ৰা "M...
06/05/2026

ধন্যবাদ আমাৰ অসম

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যাত্ৰা "Magical Prediction"

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে আমাৰ অসম বাতৰি কাকতলৈ অশেষ ধন্যবাদ

“Medical Prediction 2026” ১০০% শুদ্ধ, সঠিক আৰু বিশ্বাসযোগ্য ৰূপে সফল কৰি তুলিবলৈ যিসকল ব্যক্তিয়ে নিষ্ঠাৰে সহায় আগবঢ়াই...
06/05/2026

“Medical Prediction 2026” ১০০% শুদ্ধ, সঠিক আৰু বিশ্বাসযোগ্য ৰূপে সফল কৰি তুলিবলৈ যিসকল ব্যক্তিয়ে নিষ্ঠাৰে সহায় আগবঢ়াইছে, তেওঁলোকলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে শিৱানু বৰা ডাঙৰীয়া, যাৰ সূক্ষ্ম গণনা আৰু গভীৰ সমীক্ষাৰ ভিত্তিত প্ৰাপ্ত তথ্যই আমাৰ এই প্ৰচেষ্টা সম্পূৰ্ণ সফল কৰি তুলিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

তেখেতলৈ আমাৰ হৃদয়ঙ্গম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

— Team
Magical Prediction 2026

06/05/2026

ধন্যবাদ DaNEWS PLUS

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে DaNEWS PLUS লৈ অশেষ ধন্যবাদ

ধন্যবাদ দৈনিক জনমভূমিযাদুক মঞ্চৰ পৰা  ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যাত্...
06/05/2026

ধন্যবাদ দৈনিক জনমভূমি

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰে আমাৰ এই যাত্ৰা "Magical Prediction"

গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে খোলা হয় আমাৰ “যাদুৰ বাকচ” ।

পুনৰ চৰ্তুথ বাৰৰ বাবে সত্য প্ৰমাণিত হ'ল Magical Prediction 2026।

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত উপস্থিত থাকি Magical predictionৰ বাতৰিটি প্ৰকাশ কৰোৱাৰ বাবে দৈনিক জনমভূমি বাতৰি কাকতলৈ অশেষ ধন্যবাদ

Address

Pathsala, Bhutan Road, Sinaki Bibah Bhawan
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Vikramaditya Astro Centre -"Pathsala Branch" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share