Perfect Eye Care & Optical Centre

Perfect Eye Care & Optical Centre Located at Kamalpur Chawk, above SBI ATM, near Arnold Gym-781380, Kamrup (Assam)

Here solve any eye related problems,appropriate action will be taken by conducting examinations with the help of high technical technology under the supervision of Tridip Bharali, GOLD MEDALIST at the Master Of Clinical Optometry (Amity university)

13/01/2025

আপোনাৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালো । সকলোৰে আহি থকা দিন বোৰ সুখ ,সমৃদ্ধি ,শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে়..

সমূহ ৰাইজক পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ তৰফৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।দুৰ্...
10/10/2024

সমূহ ৰাইজক পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ তৰফৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক।মা দুৰ্গাৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছো। শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ....

05/09/2024

মহান দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতৰ এই পুণ্য তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা…
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো।

15/08/2024
All our valuable customers & well wishers on this memorable day - we wish to celebrate our Independence Day with you    ...
15/08/2024

All our valuable customers & well wishers on this memorable day - we wish to celebrate our Independence Day with you
"HAPPY INDEPENDENCE DAY"

"Love your eyes, love your future"
27/07/2024

"Love your eyes, love your future"

অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক ৰঙালীৰ ৰ...
13/04/2024

অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক ৰঙালীৰ ৰঙে সমৃদ্ধ কৰি তোলক প্ৰতিগৰাকী অসমীয়াৰে মন-প্ৰাণ ৷ কপৌ-কেতেকীৰ সুগন্ধি, কুলি-কেতেকীৰ সুমধুৰ মাতে সকলোৰে মনবোৰ আনন্দময় কৰি তোলক।নতুন বছৰটিয়ে সকলোৰে জীৱনলৈ নতুন আশা আৰু সম্ভাৱনাৰ বতৰা কঢ়িয়াই আমাৰ সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰী চিৰদিন টনকিয়াল কৰি ৰাখক।

ঈদে একতা, দয়া আৰু আধ্যাত্মিকতাৰ শিক্ষা দিয়ে। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ ফাল...
11/04/2024

ঈদে একতা, দয়া আৰু আধ্যাত্মিকতাৰ শিক্ষা দিয়ে। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ।

পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ তৰফৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি...
25/03/2024

পাৰফেক্ট আই কেয়াৰ আৰু অপ্টিকেল চেণ্টাৰৰ তৰফৰ ফালৰ পৰা সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰংবোৰ মিলিত হৈ ৰাজ্যবাসীলৈ কঢ়িয়াই আনক নতুন আশা, বিশ্বাস আৰু ভ্ৰাতৃত্ববোধৰ বতৰা।

01/01/2024

NEW YEAR RESOLUTION FOR EVERYONE FOR A HEALTHY EYE 👁️

✊ New year, new habits for eye health -->
√ Book your next eye examination
√ Talk to family about their eye health
√ Make time for a new look in the new year
√ Try contact lenses for the first time
√ Make healthier food choices to benefit your eyes
√ Practice healthy hand hygiene
√ Reduce screen time
√ Quit smoking
√ Protect your eyes from the sun

Perfect Eye Care & Optical Centre

Address

Perfect Eye Care & Optical Centre
Rangia
781380

Alerts

Be the first to know and let us send you an email when Perfect Eye Care & Optical Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category