প্ৰভাতী কিৰণ

প্ৰভাতী কিৰণ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from প্ৰভাতী কিৰণ, Dipti nagar, ward no. 3, Rangia.

What a Final It Was !!!!Excellent display of discipline, commitment & team spirit 👏Many Congratulations to Lionel Messi ...
19/12/2022

What a Final It Was !!!!
Excellent display of discipline, commitment & team spirit 👏
Many Congratulations to Lionel Messi & Team Argentina for Winning the Title of FIFA World Cup 🏆 2022.

১৬২২ চনত জন্ম গ্ৰহণ কৰা অসমীয়া বীৰ সেনা লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্ম জয়ন্তী ত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো । তেখেতৰ ...
24/11/2022

১৬২২ চনত জন্ম গ্ৰহণ কৰা অসমীয়া বীৰ সেনা লাচিত বৰফুকন দেৱৰ ৪০০ সংখ্যক জন্ম জয়ন্তী ত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো । তেখেতৰ সাহস, বীৰ - পৰাক্ৰম আমাৰ সকলোৰে বাবে আদৰ্শ স্বৰূপ।

05/11/2022

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ পূণ্যতিথিত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷ ভূপেনদাৰ প্ৰতিটো সৃষ্টিৰাজিয়েই চিৰকাল অসমীয়া কলা- সংস্কৃতিৰ ভঁৰাল খন চহকী কৰি ৰাখিব৷ তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত🙏🏻

সমূহ অসমবাসী ৰাইজলৈ পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই আলোকেৰে  সকলোৰে জীৱন আলোকিত হৈ ...
24/10/2022

সমূহ অসমবাসী ৰাইজলৈ পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই আলোকেৰে সকলোৰে জীৱন আলোকিত হৈ পৰক তাৰেই কামনাৰে ..

সমূহ অসম বাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
18/10/2022

সমূহ অসম বাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সুধাকণ্ঠ ভাৰতৰত্ন ড: ভূপেন হাজৰিকা দেৱৰ ৯৬ তম্  জন্ম দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏অসম তথা ভাৰতবৰ্ষৰ সাহিত্য, সমাজ- জ...
08/09/2022

সুধাকণ্ঠ ভাৰতৰত্ন ড: ভূপেন হাজৰিকা দেৱৰ ৯৬ তম্ জন্ম দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏
অসম তথা ভাৰতবৰ্ষৰ সাহিত্য, সমাজ- জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতে আগবঢ়াই যোৱা বৰঙণিখিনি চিৰকাললৈ আপুৰুগীয়া সম্পদ হিচাপে জিলিকি ৰৱ আৰু নৱ প্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ থাকিব।

Here are the winners of the drawing competition which was held on 14th August '2022 on the occasion of 76th Independence...
31/08/2022

Here are the winners of the drawing competition which was held on 14th August '2022 on the occasion of 76th Independence Day 🇮🇳. We wish all the participants a very bright future ahead 💐

MyGov Assam
CMO Assam
PMO India
NITI Aayog

দেশৰ ৭৬ তম স্বাধীনতা দিবস উপলক্ষে (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি যোৱা ইং ১৪-০৮-২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হোৱ...
17/08/2022

দেশৰ ৭৬ তম স্বাধীনতা দিবস উপলক্ষে (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি যোৱা ইং ১৪-০৮-২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল সমূহ ইতিমধ্যে আমাৰ হাতত আহি পাইছে l
Category A (ক - শাখা)
Subject: A Flying National Flag (বিষয়: উৰি থকা ৰাষ্ট্ৰীয় পতাকা)
1st : Krittika Mahanta, Class- V, Sers Public School (9678157568)
2nd: Niyor R Kalita
Class- V, DPS, Kamrup (8638222252)
3rd: Noihrit Kalita
Class- II, Maharshi Vidya Mandir, Rangia (8399906803)
Consolidation: Nitish Kalita
Class: V, SERS Public School, Rangia (7992369495)

Category B (খ- শাখা)
Subject: Flag Hoisting (বিষয়: পতাকা উত্তোলন)
1st : Tarangini Kalita
Class: VI, Fatima Convent Senior Secondary School, Rangia (8399906803)
2nd: Mandeepa Kumar
Class: VIII, Fatima Convent Senior Secondary School, Rangia (8724808351)
3rd: Hiyashree Saikia
Class: VIII, Fatima Convent Senior Secondary School, Rangia (9957688275)
Consolidation: Richa Kalita
Class: VII, Fatima Convent E. M. School, Rangia (8822397215)

Category C (গ- শাখা)
Subject: Freedom Movement (বিষয়: স্বাধীনতা আন্দোলন)
1st : Hina Afrin
Class: IX, Siddhinath Vidya Mandir High School (9954227909)
2nd: Fijabin Sultana
Class: IX, Jawaharlal Nehru Higher Secondary School (7002358602)
3rd: Mridusmita Bharadwaj
Class: IX, Premada Shivanath Vidyapith High School (9864214343)

স্থান প্ৰাপক ছাত্ৰ ছাত্ৰী সকলক অতি শীঘ্ৰে যোগাযোগ কৰি নিৰ্দ্দিষ্ট স্থানত বঁটা প্ৰদান অনুষ্ঠানত সম্বোধিত কৰা হব।
ধন্যবাদ।

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম  (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি যোৱা ইং ১৪-০৮-২০২২ তাৰিখ দেওবাৰে ৰঙিয়া শংকৰদেৱ শিশু...
16/08/2022

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি যোৱা ইং ১৪-০৮-২০২২ তাৰিখ দেওবাৰে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ পুৰণি প্ৰাংগনত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিটা শাখাত আয়োজিত উক্ত প্ৰতিযোগিতা খনিত প্ৰায় তিনি শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতাৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লঘূ আহাৰ বিতৰণ কৰা হয় আৰু শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।
অহা ২০ আগষ্ট ২০২২ (শনিবাৰৰ) ভিতৰত ফলাফল সমূহ ঘোষণা কৰা হ'ব আৰু পুৰস্কাৰ সমূহ প্ৰদান কৰা হ'ব।
উক্ত কাৰ্যসূচীটো সূচাৰু ৰূপে সম্পন্ন কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ কাৰণে শংকৰদেৱ শিশু নিকেতন, ৰঙিয়াৰ শ্ৰদ্ধাৰ
শিক্ষক - শিক্ষয়ত্ৰি সকল, কৰ্মচাৰী বৃন্দ, প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী, অভিভাৱক/ অভিভাৱিকা সকল, ভাৰতীয় ষ্টেট বেংক, ৰঙিয়া শাখা তথা প্ৰভাতী কিৰণৰ স্বেচ্ছাসেৱক সকলক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো।

MyGov Assam
CMO Assam
PMO India

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম  (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনা...
15/08/2022

স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম (आजादी का अमृत महोत्सव) ৰ লগত সংগতি ৰাখি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৱা ইং ১২-0৮-২০২২ তাৰিখ শুক্ৰবাৰে ২৬ নং নকুল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণৰ এক কাৰ্যসূচী হাতত লোৱা হয় । উক্ত কাৰ্যসূচীৰ যোগেদি নৱপ্ৰজন্মৰ শিশু সকলক দেশপ্ৰেমৰ প্ৰতি উদ্গনি জগাবলৈ প্ৰয়াস কৰা হয়।
সমগ্ৰ কাৰ্যসূচীত সহায়-সহযোগিতা আগবঢ়োৱাৰ কাৰণে বিদ্যালয় কতৃপক্ষ্য, অভিভাৱক সকল তথা ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখা ক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

MyGov Assam
CMO Assam
PMO India

12/08/2022

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰভাতী কিৰণ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু ষ্টেট বেংক অফ ইণ্ডিয়া ৰঙিয়া শাখাৰ সহযোগত এখনি জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীক নিম্নোক্ত স্থান আৰু সময়ত উপস্থিত হবলৈ অনুৰোধ জনোৱা হল।
স্থান: শংকৰদেৱ শিশু নিকেতন ৰঙিয়া (পুৰণি চৌহদ, তিনিআলি )
তাৰিখ: ১৪/০৮/২০২২
সময়: ৯:৩০ বজাত

নিয়মাৱলী

১| চিত্ৰাংকন প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হব।

*ক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ।*

*খ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ।*

*গ শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ |*

২| আৰ্ট পেপাৰৰ বাহিৰে বাকী ছবি অঁকা সজুলি প্ৰতিযোগীয়ে নিজে আনিব লাগিব।
৩| প্ৰতিযোগীয়ে নিজৰ বিদ্যালয়ৰ পৰিচয় পত্ৰ লগত আনিব লাগিব।
৪| প্ৰতিযোগিতাৰ বিষয় প্ৰতিযোগিতাৰ দিনা জনোৱা হব।
৫| বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হব।

যোগাযোগ : 7002434428

যোৱাকালি  ইং ২৯ মে' ২০২২ (দেওবাৰে) ৰঙিয়া মহকুমাৰ পদুমকুঁৱৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বনগাঁৱৰ 'মৃদুস্মিতা শৰ্মা সোঁৱৰণী প...
30/05/2022

যোৱাকালি ইং ২৯ মে' ২০২২ (দেওবাৰে) ৰঙিয়া মহকুমাৰ পদুমকুঁৱৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত বনগাঁৱৰ 'মৃদুস্মিতা শৰ্মা সোঁৱৰণী প্ৰাথমিক বিদ্যালয়' প্ৰাংগনত এটি বিনামূলীয়া চিকিৎসা তথা বিনামূলীয়া তেজ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। উল্ল্যেখযোগ্য যে ৰঙিয়াৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান "প্ৰভাতী কিৰণ" আৰু স্হানীয় "বৰলীয়া ইয়ুথ ক্লাৱ"ৰ যুটীয়া উদ্যোগত গুৱাহাটীৰ জয়ানগৰস্থিত "OPTIMUS CLINIC" ৰ সহযোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছিল।
উক্ত অনুষ্ঠানত প্ৰায় ডেৰ শতাধিক স্থানীয় লোকৰ মেডিচিন, ডাইবেটিছ, উচ্চ ৰক্তচাপ, নিউৰ' চাইকায়ট্ৰি (অনিদ্ৰা) ইত্যাদি বিভিন্ন বিভাগৰ পৰা স্বাস্থ্য পৰীক্ষা কৰা হয়।

ইয়াৰ লগতে অনাগত "বিশ্ব ধপাঁত বিৰোধী দিৱস" (৩১মে'২০২২) ৰ লগত সংগতি ৰাখি উপস্থিত জনসাধাৰণৰ মাজত ধপাঁত মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ এক প্ৰয়াস কৰা হয়।

আজিৰ এই অনুষ্ঠানত OPTIMUS CLINIC ৰ তৰফৰ পৰা উপস্থিত থাকে :

Dr Ashok Kumar
MBBS, DPM (Neuropsychiatrist)

Dr Runjun Teronpi
MBBS, MD Medicine

Dr Shehnaz Haque BDS
(Dental surgeon)

Dr Rani Nafisa BDS
(Dental surgeon)
আৰু Dr Mrinmoy Bhuyan BDS, MDS
(Dental surgeon and Oral Implantologist)

স্থানীয় বৰলীয়া ইয়ুথ ক্লাৱ তথা স্বেচ্ছাসেৱী অনুষ্ঠান "প্ৰভাতী কিৰণ" ৰ সন্মানীয় সদস্য সকলৰ সহযোগত আজিৰ গোটেই অনুষ্ঠানটি সুচাৰু ৰূপে পৰিচালনা কৰা হয়।

পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা কাৰ্যসূচী হাতত ল'বলৈ আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম।

ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ (১৪২৯ ভাস্কৰাব্দ) হিয়াভৰা উলগ জনালোঁ। ৰঙালিৰ ৰঙে সকলোৰে জীৱন বৰ্নিল আৰু মধুময় কৰি তোলক...
16/04/2022

ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ (১৪২৯ ভাস্কৰাব্দ) হিয়াভৰা উলগ জনালোঁ। ৰঙালিৰ ৰঙে সকলোৰে জীৱন বৰ্নিল আৰু মধুময় কৰি তোলক ! সকলোৰে জীৱন সুখ-সমৃদ্ধি, মৰম-চেনেহেৰে উপচি পৰক! অসমীয়া জাতিৰ চিৰযুগমীয় ঐক্য তথা ভাতৃত্যবোধৰ এনাজৰীডাল অধিক শক্তিশালী হওঁক তাৰেই কামনাৰে ~
প্ৰভাতী কিৰণ পৰিয়াল বৰ্গ 🙏

কোকিলকণ্ঠী গায়িকা আমাৰ সকলোৰে অতি প্ৰিয়  ভাৰত ৰত্ন লতা মংগেশকাৰৰ দেহাৱসান সমগ্ৰ দেশবাসীৰ বাবে এক অপুৰণীয় ক্ষতি।এই গৰাক...
07/02/2022

কোকিলকণ্ঠী গায়িকা আমাৰ সকলোৰে অতি প্ৰিয় ভাৰত ৰত্ন লতা মংগেশকাৰৰ দেহাৱসান সমগ্ৰ দেশবাসীৰ বাবে এক অপুৰণীয় ক্ষতি।
এই গৰাকী মহান শিল্পীৰ মহা-প্ৰয়াণত প্ৰভাতী কিৰণ পৰিয়ালৰ তৰফৰ পৰা
অশ্ৰুশিক্ত অঞ্জলি যাচিছো ।
ভাৰতীয় সঙ্গীত জগতত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ চিৰদিনলৈ জিলিকি থাকিব।

#मेरी_आवाज_ही_पहचान है...

Although we are shrouded in the shadow of challenging times, let’s not lose hope that we will soon emerge victorious and...
04/11/2021

Although we are shrouded in the shadow of challenging times, let’s not lose hope that we will soon emerge victorious and stronger into the light of a new dawn. Here’s wishing everyone a very Happy Deepavali. Please take care and stay safe.

আজিৰ এই বিশিষ্ট দিনটোত পোন-প্ৰথমে প্ৰতি গৰাকী স্বাভিমানী  ভাৰতীয়ক ৭৫ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পৱিত...
15/08/2021

আজিৰ এই বিশিষ্ট দিনটোত পোন-প্ৰথমে প্ৰতি গৰাকী স্বাভিমানী ভাৰতীয়ক ৭৫ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো, তেখেতসকলৰ একনিষ্ঠ সংগ্ৰাম তথা অকুণ্ঠ দেশপ্ৰেমৰ ফলত আজি আমি স্বাধীন ভাৰতৰ নাগৰিক হোৱাৰ গৌৰৱ অৰ্জন কৰিছোঁ।

স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত আজি ৰাতিপুৱা ৮ বজাত প্ৰভাতী কিৰণৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয় আৰু তাৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়।
ইয়াৰ পাছত অইন বছৰৰ দৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ আমন্ত্ৰণ মৰ্মে ৰঙিয়া উচ্চতৰ মাধ্যমিক খেল পথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰভাতী কিৰণৰ একাংশ সদস্যই যোগদান কৰে।

ভাৰত মাতা কী জয় 🇮🇳

যোৱা সপ্তাহত প্ৰভাতী কিৰণ পৰিয়ালৰ তৰফৰ পৰা ৰঙিয়া মহকুমাৰ নৱনিযুক্ত বিষয়া সকলক সৌজন্যমূলক সাক্ষাৎ কৰা হয় আৰু লগতে ৰঙি...
11/08/2021

যোৱা সপ্তাহত প্ৰভাতী কিৰণ পৰিয়ালৰ তৰফৰ পৰা ৰঙিয়া মহকুমাৰ নৱনিযুক্ত বিষয়া সকলক সৌজন্যমূলক সাক্ষাৎ কৰা হয় আৰু লগতে ৰঙিয়ালৈ আদৰণী জনোৱা হয় । ইয়াৰ ভিতৰত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰবিষয়া শ্ৰীযুতা লীনা পাও বাইদেউ, উত্তৰ কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া শ্ৰী ছানী ডেউ চৌধুৰী, মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ক্ৰমে শ্ৰী অম্লান বৈশ্য আৰু শ্ৰী কেশৱানন্দ টাইড , ভাৰতীয় ষ্টেট বেংক, ৰঙিয়া শাখাৰ প্ৰবন্ধক শ্ৰী এছ. আৰ. পালাই, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, ৰঙিয়া শাখাৰ প্ৰবন্ধক শ্ৰী যুতা গ্ৰীষ্মা হাজৰিকা বাইদেউ অন্যতম। নৱনিযুক্ত এই বিষয়া সকলৰ নেতৃত্বত ৰঙিয়াৰ চৰকাৰী তথা বেচৰকাৰী কাম-কাজ বিলাক ত্বৰান্বিত হ'ব বুলি আমি আশাবাদী।

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ ন...
09/08/2021

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি মাননীয় শ্ৰী যুত ভৱেশ কলিতা ডাঙৰীয়াক যোৱা ৭ আগষ্ট ২০২১ তাৰিখ শনিবাৰে আমাৰ সংগঠনৰ ফালৰ পৰা শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা হয়। নিজৰ অমায়িক আচাৰ-ব্যৱহাৰ তথা সাধাৰণ জনসাধাৰণৰ লগত সু - সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যৰ ভিতৰতেই তেখেতৰ স্থান সুকীয়া। নিৰন্তৰ জনসাধাৰণৰ সেৱাত নিজকে ব্ৰতী কৰি ৰখা এই জনপ্রতিনিধি গৰাকীৰ ৰাজনৈতিক বিচক্ষণতা অনস্বীকাৰ্য। সন্মানীয় বিধায়ক মহোদয়ে অনাগত দিনত সমষ্টিৰ সকলো শ্ৰেণীৰ লোকক লগত লৈ ৰঙিয়াৰ সমস্যা সমূহ দূৰ কৰি সমষ্টিৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। নিজৰ কৰ্মৰাজিৰ জৰিয়তে ৰঙিয়া সমষ্টিক অসমৰ ভিতৰত এক আদৰ্শ সমষ্টি হিচাপে গঢ় দিব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী।

ৰঙিয়াত পৰ্যাপ্ত ICU ৰ লগতে এটা Blood Bank ৰ ব্যৱস্থা কৰিলে ৰঙিয়াৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ লোকসকল উপকৃত হ'ব।এই ছেগতে আমি তেখেতক বিষয় কেইটাৰ ওপৰত গুৰুত্বআৰোপ কৰিবলৈ আহ্বান জনাইছোঁ।
Bhabesh Kalita Official
CMO Assam

Address

Dipti Nagar, Ward No. 3
Rangia
781354

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+917002424379

Alerts

Be the first to know and let us send you an email when প্ৰভাতী কিৰণ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to প্ৰভাতী কিৰণ:

Videos

Share