Arogya Clinics

  • Home
  • Arogya Clinics

Arogya Clinics Visiting Doctors, Offline Medicine Supply, Free Medicine Counseling, Patient Counseling

13/04/2024

আৰোগ্য ক্লিনিক ৰ তৰফৰ পৰা সকলো লৈ বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ।

Thank you so much to all of you for your valuable support.Note:- যিকোনো Prescription Medicine ৰ বাবে যোগাযোগ কৰক তলৰ ঠিক...
01/04/2024

Thank you so much to all of you for your valuable support.

Note:- যিকোনো Prescription Medicine ৰ বাবে যোগাযোগ কৰক তলৰ ঠিকনাত....

@ আৰোগ্য ক্লিনিক, ৭ মাইল, ন-শদিয়া @
ফোন- 9678527477

13/03/2024

ৰাইজৰ জ্ঞাতাৰ্থে share কৰিব দেই

ৰাইজৰ জ্ঞাতাৰ্থে
05/01/2024

ৰাইজৰ জ্ঞাতাৰ্থে

01/01/2024

নতুনৰ আগমন মানেই জানো পুৰণিৰ বিদায়?

*সময় গতি শীল*

তাৰিখ কেইটা কাটি পুৰণি কেলেণ্ডাৰ খনৰ ভাললগা ফটোবোৰ দেৱালত সযত্নে আৰি ৰখাৰ দৰে পুৰুণি বছৰটোৰ বহু ঘটনা পৰিঘটনাও মনৰ দেৱালত আৰি ৰখাটো মানুহৰ অভ্যাস যদিও সকলোৱে যাতে বেদনাদায়ক অভিজ্ঞতা বোৰ পাহৰি এটা সৰ্বাঙ্গ সুন্দৰ বছৰ উপভোগ কৰিব পাৰে তাৰবাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোলৈকে নববৰ্ষৰ হিয়া ভৰা শুভাশীষ যাছিঁলো।
*আকৌ নতুন প্ৰভাত হব*
*কাল ৰাত্ৰিও নাথাকিব*.....

আৰোগ্য ক্লিনিক, ৭মাইল, ন-শদিয়া 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

25/09/2023

আৰোগ্য ক্লিনিক ৰ তৰফৰ পৰা সকলো লৈ বিশ্ব ফাৰ্মাচীষ্ট দিৱস ৰ বহুত বহুত শুভ কামনা জনালোঁ।

05/09/2023
জানিবলগীয়া কথা সকলোৰে জ্ঞাতাৰ্থে
07/07/2023

জানিবলগীয়া কথা সকলোৰে জ্ঞাতাৰ্থে

01/07/2023

আৰোগ্য ক্লিনিক ৰ তৰফৰ পৰা বিশ্ব ডাক্টৰ দিৱসৰ বহুত বহুত শুভ কামনা জনালোঁ # #

07/06/2023

# #চিন্তা কৰিবলগীয়া চিন্তা # #

গাঁও অঞ্চলৰ ফাৰ্মাচীবোৰ এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে সেই এলেকাৰ মনুহৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত। তেওঁলোকেই প্ৰথম চিকিৎসা প্ৰদান কৰে প্ৰায়ভাগ ৰোগীকে।সেই ক্ষেত্ৰত তেওঁলোকৰ সেৱা আদৰণীয়। এতিয়া কথা হ'ল বহুত ক্ষেত্ৰত তেওঁলোকে অপ্ৰয়োজনীয়ভাৱে, সোনকালে ৰোগ নিৰাময় কৰিবৰ বাবে বা কোনো জ্ঞান নথকাৰ কাৰণে যধেমধে লগা নলগাত antibiotics আৰু steroids ব্যৱহাৰ কৰে। তেওঁলোকৰ এই দৰব বিলাকৰ বিষয়ত কোনো জ্ঞান নথকাৰ বাবে বহুত বেছি পাৱাৰৰ antibiotics ব্যৱহাৰ কৰে।সেই দৰবৰ কাৰণে ৰোগীৰ শৰীৰত বিভিন্ন ক্ষতি হয় যিবোৰ লগেলগে গম পোৱা নেযায়। কিছুমান ছাইত ইফেক্ট কেইবা বছৰমান পিছত হে দেখা দিয়ে। Antibiotics resistance এটা ডাঙৰ সমস্যা । ই হৈছে কোনো এটা antibiotic এ আপোনাৰ শৰীৰত ৰোগ নিৰাময় কৰাৰ ক্ষমতানাইকিয়া হোৱা। যেতিয়া কোনো এটা antibiotic এ আপোনাক ভাল কৰিব নোৱাৰিব। ইয়ো ওপৰত উল্লেখিত কাৰণত হয়।
অনাগত দিনত আমি এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ম যত আমি কৰিব পৰা বিশেষ একেই নাথাকিব । ইয়াৰ একমাত্ৰ কাৰণ হ'ল যধেমধে ব্যৱহাৰ কৰা antibiotics। এনেকুৱা এটা সময় আহিব যেতিয়া আপোনাৰ শৰীৰত কোনো এটা antibiotic এ কাম নকৰা হব। কাৰণ Antibiotics resistance। ইয়াৰ একমাত্ৰ কাৰণ হ'ল আজি বিনাকাৰণত আপোনাৰ শৰীৰত ব্যৱহাৰ কৰা antibiotics । Antibiotics resistance ৰ পৰা ৰক্ষা পাবলৈ আৰু অনাগত দিনৰ ভয়ভয়ং বিপদৰ পৰা বাচিব থাকিবলৈ antibiotics পব্যৱহাৰ বন্ধ হোৱাটো অতি প্ৰয়োজন ।

Send a message to learn more

22/04/2023

# # আৰোগ্য ক্লিনিক ৰ তৰফৰ পৰা সকলো লৈ ঈদ উল্ ফিটৰ ৰ বহুত বহুত আন্তৰিক শুভ কামনা জনালোঁ # #

14/04/2023

আৰোগ্য ক্লিনিক(৭ মাইল, ন-শদিয়া) ৰ তৰফৰ পৰা সকলো লৈ অসমীয়া নৱ বৰ্ষৰ লগতে বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ 🙏

Address

Na-Sadiya, 7th Mile, Opposite Na-Sadiya BPHC

786158

Telephone

+919678527477

Website

Alerts

Be the first to know and let us send you an email when Arogya Clinics posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram