Sabita Borah

Sabita Borah housewife & Mother also a video creator

21/11/2025

মাইক্ৰফোন লৈ গাবলৈ ইচ্ছা কৰে 😁যতে ততে আকৌ তাইক কোনেনো গাবলৈ দিব🤭 সেই কাৰণেই ঘৰতেই এটা আনি তাইৰ আশাটো পুৰ্ণ কৰি দিলো🤗

19/11/2025
এইবোৰ কি😁
18/11/2025

এইবোৰ কি😁

আমাৰ পোৱালিয়ে নিজেই তোলা ফটো😁
11/11/2025

আমাৰ পোৱালিয়ে নিজেই তোলা ফটো😁

পঢ়াৰ সময়তো খোৱাটো মেইন
10/11/2025

পঢ়াৰ সময়তো খোৱাটো মেইন

কোনবিধ ভিটামিন থাকে এই কাজু বাদাম ত জনাবছোন
10/11/2025

কোনবিধ ভিটামিন থাকে এই কাজু বাদাম ত জনাবছোন

কোলাত নোলোৱাই মোক বুলি কয়☺️সেই কাৰণেই যোৱাৰ সময়ত আৰু আহি পোৱাৰ পাছত অকনমান এনেদৰেই লওঁ।🥰 ৰাতিপুৱাই খৰধৰ কৈ কামবোৰ কৰি ...
09/11/2025

কোলাত নোলোৱাই মোক বুলি কয়☺️

সেই কাৰণেই যোৱাৰ সময়ত আৰু আহি পোৱাৰ পাছত অকনমান এনেদৰেই লওঁ।🥰
ৰাতিপুৱাই খৰধৰ কৈ কামবোৰ কৰি তাইক স্কুলত ৯বজাত থৈ মই বাহিৰে বাহিৰেই গুচি আহোঁ।😑
দেউতাকে সময় উলিয়াই স্কুলৰ পৰা লৈ যায়।

মই সন্ধিয়া ৬ বজাত ঘৰ সোমাও তাইক অলপ পঢ়াই আকৌ পেটপুজাৰ কাৰণে যোগাৰ কৰো🤭

৯-৩০মানত খাই বৈ আকৌ তাই ককাক আইতাকৰ ওচৰত শুবলৈ গুচি যায়😴😴

তাইনো মাকক লগ পাই কিমান সময়😒

জুবিন দাই কি অকল চাধাহে খাইছিল নেকি🤔 ভাত,মাছ,মাংস,কণী,গাখীৰ, ৰুটি,পুৰী,চাহ,বিস্কুট এইবোৰো খাইছিল 🤨 এইবোৰ কিয় নিদিয়ে ?দ...
08/11/2025

জুবিন দাই কি অকল চাধাহে খাইছিল নেকি🤔 ভাত,মাছ,মাংস,কণী,গাখীৰ, ৰুটি,পুৰী,চাহ,বিস্কুট এইবোৰো খাইছিল 🤨 এইবোৰ কিয় নিদিয়ে ?দি দিব!
পাৰিলে মদৰ বটল দুটামানো দি দিব😡
ধেমালি কৰি আছে নে শ্ৰদ্ধাঞ্জলী দিছে🤔

এইবোৰ কি হয়? খাই নেকি🤔
07/11/2025

এইবোৰ কি হয়? খাই নেকি🤔

টিপমীঞানী লগত🫣🫣 এতিয়া তাই গালি দিব মোক উপাধি ভূল হল বুলি😜
07/11/2025

টিপমীঞানী লগত🫣🫣 এতিয়া তাই গালি দিব মোক উপাধি ভূল হল বুলি😜

07/11/2025

দোকানীয়ে মোক এটা ফুচকা খুৱাই উল্টা মোক 10টকা দি স্কুটি লৈ যাবলৈও কৈছে😂

Address

Sibsagar

Telephone

+918638115929

Website

php?id=100067135718971

Alerts

Be the first to know and let us send you an email when Sabita Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Sabita Borah:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram