24/08/2025
Class 10 ত পঢ়া প্ৰযুক্তাই মোৰ সৈতে meditation কৰে। প্ৰযুক্তাৰ মাক কাকলিয়ে জীয়েকৰ সৈতে নিজেও মোৰ class ত join কৰিছে। প্ৰযুক্তাই মোলৈ লিখা কথাখিনি হবহু ইয়াত তুলি দিছোঁ- যে meditation এ তেওঁৰ জীৱন কেনেকৈ সলনি কৰিছে। কাকলি তুমি ধন্যবাদৰ পাত্ৰ। আমি সকলো মাকেই সন্তানৰ ভালৰ বাবে কষ্ট কৰোঁ, কিন্তু কষ্ট সঠিক দিশেৰে আগনাঢ়িলে সুফল নাপায়। কাকলি মোৰ লগত দীৰ্ঘদিন ধৰি আছে। তেওঁ Body Yoga, Morning Meditation লগতে Fcae Yoga Teacher Training Certification Course ও কৰি আছে। আমি নিজে Personal Evolution ত গুৰুত্ব নিদিলে সন্তানক বিকশিত ভালৈকৈ কৰিব নোৱাৰোঁ। মোৰ ল'ৰাটোৱে নিজেই কয়- মই তোমাক দেখি বহুত শিকছোঁ, mediocre জীৱন এটাতকৈ তোমাক দেখি সপোন দেখিবলৈ, কষ্ট কৰিবলৈ শিকিছোঁ। মই আচৰিত হওঁ তুমি ইমান কষ্ট কৰিব পাৰা। শুক্ৰবাৰে নিশা ২ টা বজালৈ কাম কৰি নিশা meditation কৰি শুবলৈ গৈছোঁ। মোক দেখি সি সহজে ধন ঘটাৰ প্ৰতি আকৃষ্ট হোৱা নাই।
প্ৰযুক্তাই নিজে মাকক ধন্যবাদ জনাই মোলৈ কথিখিনি লিখিছে। এই কথাখিনি এইবাবেই লিখিছোঁ- আমি নিজক পৰিবৰ্তন নকৰাকৈ সন্তানক পৰিবৰ্তন কৰিব নোৱাৰোঁ।
উপদেশ সদায় বিৰক্তিকৰ। সন্তানে নেলাগে আমি ডাঙৰবোৰেও উপদেশ ভাল নেপাওঁ।
তেওঁলোকে দেখি, অনুভৱৰ মাজেৰে শিকে।
প্ৰযুক্তাৰ কথাখিনি -
Hi Ma'am
Myself Prajukta
I am student of class-10
In my opinion, practicing meditation and pranayama has been one of the best decision I've made for myself .Meditation has changed the way I think, feel and handle my day, It's truly been a positive journey for me .It is a powerful way to calm my mind ,stress and improve my focus.
First of all, I want to thank my mom for suggesting that I start meditation and pranayama with Tulumoni Ma'am. I am truly grateful to you Ma'am for guiding me and helping me gain what I am today.
ছেপ্তেম্বৰ মাহৰ ৮ তাৰিখৰ পৰা নতুন session আৰম্ভ হ'ব। 088221 23202 লৈ আপোনাৰ seat book.কৰিবৰ বাবে WhatsApp কৰিব।