Dr. Hriday J Deka

Dr. Hriday J Deka Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Hriday J Deka, Medical and health, Silchar.

Dr. Hriday Jyoti Deka
স্বাস্থ্য সচেতনতা | চিকিৎসা পৰামৰ্শ | জীৱনশৈলী উন্নয়ন

মই এজন চিকিৎসক (MBBS) হিচাপে আপোনালোকে সহজ ভাষাত স্বাস্থ্য শিক্ষা, ৰোগ-প্ৰতিকাৰ, প্ৰথম সহায় (First Aid), খাদ্য-অভ্যাস, আৰু দৈনন্দিন স্বাস্থ্যসেৱাৰ বিষয়ে তথ্য দিয়াৰ চেষ্টা কৰিছোঁ।

03/01/2026

ঠাণ্ডা দিনত গোৰোহা ফাটিলে ❄️
Winter cracked heel — quick fix 👇

➡️ দিনত ২ বাৰ ১০–১৫ মিনিট গৰম পানীত ভিজাওক — Soak twice daily
➡️ মৃত ছাল লাহে লাহে উঠাওক — Gently remove dead skin (❌ no hard scrubbing)
➡️ Urea + Lactic acid ক্ৰিম ব্যৱহাৰ কৰক — Apply urea & lactic acid cream
✅ Cotaryl / Xerina / Moisturex / Logifeel / Efaderm
➡️ ক্ৰিম লগাই কটন মোজা পিন্ধক — Wear cotton socks (❌ avoid wool/nylon)

Here’s to new beginnings — Cheers to 2026 🎊
01/01/2026

Here’s to new beginnings — Cheers to 2026 🎊

31/12/2025

Moisturizer for Dry Skin Explained in Assamese by Dr. Hriday J Deka
❄️Winter Skin Care

25/12/2025

কণী খালে সঁচাকৈয়ে কেন্সাৰ হয় নেকি?
Does eating Eggs really Cause Cancer?

শেহতীয়াকৈ Trustified নামৰ এজন ইউটিউবাৰে Eggoz নামৰ ব্ৰেণ্ডৰ কণীৰ ওপৰত Lab Test কৰি Nitrofuran নামৰ ৰাসায়নিক পদাৰ্থ এটা পোৱা গৈছে, যিটোৰ দ্বাৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।

এতিয়া প্ৰকৃত সত্যটো হ’ল বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত অধ্যয়ন কৰি দেখিলে যে যদি নিগনিক Nitrofuran অতি বেছি মাত্ৰা দিয়া হয়, তেন্তে Cancer হ’ব পাৰে।

মানুহৰ সেই কেন্সাৰ সৃষ্টিকাৰী মাত্ৰাত উপনীত হ’বলৈ হ’লে এজন ব্যক্তিয়ে নিয়মিতভাৱে প্ৰায় ১৫০ৰ পৰা ২০০টা কণী খাব লাগিব, যিটো কাৰ্যতঃ অসম্ভৱ।
সেইবাবেই আপুনি ভয় নোহোৱাকৈ কণী খাব পাৰে, কাৰণ এটা কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু বিভিন্ন ভিটামিন থাকে, যাৰ বাবে আমি কণীক Superfood বুলি কওঁ।
Follow Dr. Hriday J Deka
#অসম

Benefits of Moringa Leaf (চজিনা পাতৰ উপকাৰিতা)
22/12/2025

Benefits of Moringa Leaf (চজিনা পাতৰ উপকাৰিতা)

09/12/2025

চৰ্দি হ’লেই Antibiotic খাব নেকি? Explained in Assamese by Dr. Hriday J Deka

If you start taking antibiotics on your own from a pharmacy whenever you get a slight cold, instead of helping you, it can actually harm you.
Most of the time, this illness is caused by a viral infection, and in such cases antibiotics do not work at all.
Instead, taking unnecessary antibiotics can make your body resistant to them, meaning that later on the same antibiotics may no longer work in your body.
#অসম

07/11/2025

আপোনাৰ Skin Infection কিয় বাৰে বাৰে হয়?

#অসম

22/10/2025

DARK CIRCLE কেনেকৈ কমাবা?

আমাৰ বহুতেই ভাবে যে চকুৰ তলত যেতিয়া Dark Circle ওলায় তেতিয়া নিশ্চয় টোপনিৰ অভাৱৰ বাবেই হয়।
কিন্তু বাস্তৱত এই সমস্যা সদায় অপৰ্যাপ্ত টোপনিৰ বাবে নহয়।
যেতিয়া শৰীৰত Iron ৰ মাত্ৰা কমি যায় আৰু ৰক্তহীনতা হয় তেতিয়া চকুৰ তলৰ Cells বোৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়,
যাৰ ফলত চকুৰ তলৰ ছালখন ক’লা হৈ পৰে।
আৰু যদি আপোনাৰ Dark Circle Iron বা তেজৰ অভাৱৰ বাবে হয়,
তেন্তে সেই অভাৱ এবাৰ শুধৰাই দিলে আপোনাৰ Dark Circle ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।
#অসম

20/10/2025

ডেলিভাৰী নৰমেল কৰিবনে চিজাৰিন কৰিব Explained by Dr. Hriday J Deka in Assamese.

Normal Deliveryৰ সময়ত যেতিয়া শিশুৱে মাতৃৰ জন্ম নলীৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া শিশুটিৰ শৰীৰত মাতৃৰ বহুতো Good Bacteria সংস্পৰ্শলৈ আহে।
এই ভাল Bacteriaবোৰে শিশুৰ Immunity আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে,
গতিকে জন্মৰ পিছত শিশুটিৰ Infections আৰু পিছলৈ Allergy বা Asthma দৰে সমস্যা হোৱাৰ সম্ভাৱনা কম হয়।
C-section Deliveryত এইটো একে ধৰণে নহয়,
গতিকে Cesareanৰ দ্বাৰা জন্ম হোৱা শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’ব পাৰে আৰু Infections বেছি হ’ব পাৰে।
#অসম

16/10/2025

দেহত তেজ কমিলে কি কৰিব?

যেতিয়া আপোনাৰ চিকিৎসকে আপোনাক Iron Tablet দিয়ে, তেতিয়া আমাৰ বহুতেই সেইবোৰ খোৱাৰ পিছত গেছ আৰু পাচনতন্ত্ৰৰ অস্বস্তিৰ সন্মুখীন হয়।
যদি তেনেকুৱা হয়, তেন্তে আপুনি চিকিৎসকক জনোৱা উচিত — চিকিৎসকে ইয়াৰ পৰিৱৰ্তে Controlled Release Iron Tablets দিব, যিয়ে গেছৰ সমস্যাৰ সৃষ্টি নকৰে।

লগতে, Iron Tablets খাওঁতে কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ যাতে আপোনাৰ শৰীৰে আইৰণ সঠিকভাৱে শোষণ কৰিব পাৰে:
Calcium Tabletৰ সৈতে একে সময়তে কেতিয়াও আপোনাৰ Iron Tablet খাব নালাগে। যেনে, দুপৰীয়া Calcium খালে ৰাতি Iron Tablet খাব লাগে।
ইয়াৰ উপৰিও যদি আপুনি Iron সৈতে Vitamin C গ্ৰহণ কৰে তেন্তে আপোনাৰ শৰীৰে আইৰণ ভালদৰে শোষণ কৰিব — আনকি Vitamin C টেবলেটৰ সলনি নেমুও খাব পাৰে।
#অসম

Address

Silchar

Website

Alerts

Be the first to know and let us send you an email when Dr. Hriday J Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram