Signor Senior Secondary School ,Sonari

Signor Senior Secondary School ,Sonari Signor Educations is the First and the only Coaching Institute at Sonari for Engineering/Medical entrance Senior Secondary School for Classes 9 to 12

প্ৰয়াত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সদগতিৰ অৰ্থে বৃক্ষৰোপণ কাৰ্যসূচী ।
24/09/2025

প্ৰয়াত জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ সদগতিৰ অৰ্থে বৃক্ষৰোপণ কাৰ্যসূচী ।

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যোৱা কালি (১৯-৯-২০২৫)  তাৰিখে পৰলোক প্ৰাপ্তি ঘটে । আমি সঁচাই মৰ্মাহত। চাইন'ৰ চিনিয়ৰ ...
20/09/2025

আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ যোৱা কালি (১৯-৯-২০২৫) তাৰিখে পৰলোক প্ৰাপ্তি ঘটে । আমি সঁচাই মৰ্মাহত। চাইন'ৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্রার্থনা জনাওঁ ।🪔🪔

🪔শোক প্ৰস্তাৱ🪔আজিৰ এই গম্ভীৰ মুহূৰ্তত আমি অসমবাসীৰ গৌৰৱ, সুপ্ৰসিদ্ধ গায়ক, সুৰকাৰ, সংগীতজ্ঞ আৰু শিল্পী জুবিন গাৰ্গৰ অকাল...
19/09/2025

🪔শোক প্ৰস্তাৱ🪔

আজিৰ এই গম্ভীৰ মুহূৰ্তত আমি অসমবাসীৰ গৌৰৱ, সুপ্ৰসিদ্ধ গায়ক, সুৰকাৰ, সংগীতজ্ঞ আৰু শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।

তেওঁৰ অমূল্য অৱদান সংগীত, সংস্কৃতি আৰু সমাজৰ ক্ষেত্ৰত সদায় সোঁৱৰণীয় হৈ থাকিব। জুবিন গাৰ্গে নিজৰ কণ্ঠ, সুৰ আৰু শিল্পকৌশলৰ জৰিয়তে অসমীয়া সংগীতক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ লৈ গৈছিল। তেওঁ অসমৰ যুৱ সমাজৰ অনুপ্ৰেৰণা আৰু আশা-আলোকৰ প্ৰতীক আছিল।

তেওঁৰ মৃত্যুৱে অসমীয়া সংস্কৃতি জগতত এটা অপূৰণীয় ক্ষতি ঘটালে। আমাৰ সমাজে এজন দিকপাল শিল্পী হেৰুৱালে।
এই শোকৰ সময়ত আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু শোকাহত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

যোৱা ইং 30-08-2025 তাৰিখ শনিবাৰে চাইনৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, সোণাৰি স্কুল প্ৰাংগনত TREVOR'S TEACH NEXT সংস্থাৰ উদ্যো...
31/08/2025

যোৱা ইং 30-08-2025 তাৰিখ শনিবাৰে চাইনৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, সোণাৰি স্কুল প্ৰাংগনত TREVOR'S TEACH NEXT সংস্থাৰ উদ্যোগত এখনি 6 ঘণ্টাজোৰা TEACHER'S TRAINING PROGRAMME অনুষ্ঠিত কৰা হয়।। সভাখনত প্ৰশিক্ষক হিচাপে Ashish Lingdoh ডাঙৰীয়াই বহুতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

নৱাগত আদৰণি সভাৰ (২০২৫) কিছু আলোকচিত্ৰ।।
02/07/2025

নৱাগত আদৰণি সভাৰ (২০২৫) কিছু আলোকচিত্ৰ।।

Congratulations to all Signorites.Thankful, Grateful, Blessed
30/04/2025

Congratulations to all Signorites.
Thankful, Grateful, Blessed

Signor Academy is offering Free Admission in Class XI for any student who have got Letter Marks in Adv.Maths in H.S.L.C ...
18/04/2025

Signor Academy is offering Free Admission in Class XI for any student who have got Letter Marks in Adv.Maths in H.S.L.C 2025. Please share this to reach the students.

17/04/2025
Admission Open for Class XI (ARTS+SCIENCE)
17/04/2025

Admission Open for Class XI (ARTS+SCIENCE)

Free Coaching for JEE and NEET by Career Point KotaContact 7002606312
12/04/2025

Free Coaching for JEE and NEET by Career Point Kota
Contact 7002606312

Address

Signor Study Circle
Sonari
785690

Alerts

Be the first to know and let us send you an email when Signor Senior Secondary School ,Sonari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Signor Senior Secondary School ,Sonari:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram