New Saha Medicare

New Saha Medicare Medical and health/ appointments

18/04/2026

08/05/26 #শুক্ৰবাৰে_লগ_পাব।

18/04/2026

আপুনিও বাৰু বহু দিনৰ পৰা ডায়েবেটিছ ,থায়ৰড,
মেদবহুলতা, যৌন শিথিলতা, অনিয়মিয়া, মাহেকীয়া সমস্যা, আৰু অনিয়মিয়া শাৰীৰিক বিকাশ আদি হৰমনজনিত ৰোগত ভুগি আছে নেকি?
যদি ভুগি আছে , তেন্তে আজিয়েই লগ কৰক Dr. Saurav Das নিউ সাহা মেডিকেয়াৰ ত আহি আছে গুৱাহাটীৰ মাৰোৱাৰী Hospital ৰ পৰা
.
.
Diabetalogist DMC -101033 ACMR -31601

তেওঁক লগ কৰিব পাৰিব সৰভোগৰ নিউ সাহা মেডিকেয়াৰ ত
(সৰভোগ ৩, মেইন ৰোড)

*যোগাযোগ নম্বৰঃ 9435 632198*

গতিকে পলম নকৰি আজিয়েই আহক সৰভোগত থকা নিউ সাহা মেডিকেয়াৰ, ত ।
10/05/26 ৰবিবাৰে।

26/10/2025
13/08/2025

Good Evening.

 #অস্থিৰোগ_বিশেষজ্ঞ    তলত উল্লেখ কৰা ৰোগ সমূহৰ পৰামৰ্শৰ বাবে প্ৰতি  #বৃহস্পতিবাৰে উপস্থিত থাকিব ।  #নিউ_সাহা_মেডিকেয়াৰ...
07/01/2025

#অস্থিৰোগ_বিশেষজ্ঞ


তলত উল্লেখ কৰা ৰোগ সমূহৰ পৰামৰ্শৰ বাবে প্ৰতি #বৃহস্পতিবাৰে উপস্থিত থাকিব । #নিউ_সাহা_মেডিকেয়াৰ সৰভোগ ত।
👉হাড়ৰ মজ্জাৰ যৌথ প্ৰতিস্থাপন আৰু ক্ষতিগ্ৰস্ত হাড়ৰ মেৰামতি কৰা - আঠু, নিতম্ব/ শ্ৰোণী, কান্ধ (joint replacement & repair- knee, hip, shoulder)
👉খেলত আঘাত পোৱা (sports injuries)
-হাড়ৰ পুনৰ গঠনকাৰী অস্ত্ৰোপচাৰ (reconstruction surgery)
👉হাত ভাঙি যোৱা পৰিচালনা কৰা (management of open fractures)
👉হাড়ৰ মজ্জা ফুলি যোৱা আৰু বিষ ৷ (Swelling and constant joint pain)
👉খোজ কঢ়া বা চলাচল কৰাত অসুবিধা হোৱা (joint stiffness or difficulty in moving)
👉হাড়ত মচমচনি শব্দ অনুভৱ কৰা(crunching feeling in bo.
লগতে বিভিন্ন গাঁঠিৰ বিষ, আঠুৰ বিষ, কমৰৰ বিষ, মেৰুদণ্ডৰ বিষ, গলৰ বিষ, শিৰৰ বিষ ইত্যদিৰ বাবে যোগাযোগ কৰক। আগতীয়াকৈ যোগাযোগ কৰক।
👉মো: 9435632199

04/10/2024
নিউ সাহা মেডিকেয়াৰ সৰভোগত আহি আছে ডাঃ ৰুবুল দাস MBBS, M.S. General & Laparoscopic Surgeon) FIAGES =====================...
25/09/2024

নিউ সাহা মেডিকেয়াৰ সৰভোগত আহি আছে
ডাঃ ৰুবুল দাস MBBS, M.S. General & Laparoscopic Surgeon) FIAGES
=================================
এতিয়াৰ পৰা প্ৰতি বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা লগ পাব। সৰভোগৰ নিউ সাহা মেডিকেয়াত চিকিৎসা সেৱা আগবঢ়াব
MBBS, M.S. General & Laparoscopic Surgeon) FIAGES from

▶️পাইলচ্, সমস্যা
▶️গ,ল্ডব্লাডাৰ ষ্টোন সমস্যা
▶️হার্ণিয়া সমস্যা
▶️এপেনডিচাইটিচ সমস্যা
▶️ফিষ্টুলা সমস্যা
▶️কিডনি স্টোন লগতে শৰীৰৰ যিকোনো টিউমাৰৰ বাবে যোগাযোগ কৰক।

👉নিউ সাহা মেডিকেয়াৰ, সৰভোগ

👉যোগাযোগ - 9435632198 ,

20/09/2024
20/09/2024

ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম তনয় শ্রীবেদব্ৰত ভৰালীয়ে
ফিজিত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশীপত সোণৰ পদক বেদব্ৰত ভৰালীৰ

 .   #প্ৰতি_মঙ্গলবাৰ আৰু  #শুক্রবাৰ_আবেলি_লগ_পাব।
17/09/2024

.

#প্ৰতি_মঙ্গলবাৰ আৰু #শুক্রবাৰ_আবেলি_লগ_পাব।

Address

Sorbhog

Website

Alerts

Be the first to know and let us send you an email when New Saha Medicare posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share