MS JOY DRUG Distributor

  • Home
  • MS JOY DRUG Distributor

MS JOY DRUG Distributor Medicin Available Here

তামুলপুৰবাসী ৰাইজে অতি সোনকালে আচাৰ্য্য পংকজ পাঠক ডাঙৰীয়াৰ চুলি গজোৱা ঔষধ (Regrowth hair oil) ৰ বাবে আগতীয়াকৈ WhatsApp...
31/07/2025

তামুলপুৰবাসী ৰাইজে অতি সোনকালে আচাৰ্য্য পংকজ পাঠক ডাঙৰীয়াৰ চুলি গজোৱা ঔষধ (Regrowth hair oil) ৰ বাবে আগতীয়াকৈ WhatsApp 088762 47075 নম্বৰত Registration কৰক। লগতে সকলো ধৰণৰ বনৌষধী আৰু ঘৰুৱা বিধানৰ সমগ্ৰী আমাৰ ইয়াত পাব। ঠিকনা:- লাইফ কেয়াৰ মেডিকেল, বৰখাটা চক, তামুলপুৰ

সকলো ধৰণৰ ঔষধ হোলচেল মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।           বৰখাটা চক, তামুলপুৰ
15/06/2025

সকলো ধৰণৰ ঔষধ হোলচেল মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।
বৰখাটা চক, তামুলপুৰ

তামুলপুৰ ৰ ৰাইজে পংকজ পাঠক ডাঙৰীয়াৰ বনৌষধী আৰু ঘৰুৱা বিধানৰ সামগ্ৰীৰ বাবে 8876247075 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ইয়...
20/04/2025

তামুলপুৰ ৰ ৰাইজে পংকজ পাঠক ডাঙৰীয়াৰ বনৌষধী আৰু ঘৰুৱা বিধানৰ সামগ্ৰীৰ বাবে 8876247075 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত সকলো ধৰণৰ ঔষধ হোলচেল মূল্যত ও লাভ কৰিব পাৰিব।
ঠিকনা:- লাইফ কেয়াৰ মেডিকেল, বৰখাটা চক তামুলপুৰ।

আজি "বিশ্ব স্বাস্থ্য দিৱস" ৰ বিশেষ দিনটোত প্ৰতিগৰাকী ব্যক্তিক স্বাস্থ্যকৰ জীৱন-যাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ। কাৰণ সুস্...
07/04/2025

আজি "বিশ্ব স্বাস্থ্য দিৱস" ৰ বিশেষ দিনটোত প্ৰতিগৰাকী ব্যক্তিক স্বাস্থ্যকৰ জীৱন-যাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ। কাৰণ সুস্বাস্থ্যই হৈছে সুদক্ষতাৰ চাবি কাঠি । আপুনি দিনটোৰ আৰম্ভণিতে সদায় আধাঘণ্টা ব্যায়াম কৰক। যিমানে শাৰীৰিকভাৱে সক্ৰিয় হ'ব, আপুনি সিমানেই স্বাস্থ্যৱান হ'ব। গতিকে, সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ দিনটোৰ কিছু সময় হ'লেও আপুনি নিজৰ সৈতে অতিবাহিত কৰক।

আজিৰ দিনটোত মই প্ৰতিগৰাকী চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মৰ লগত জড়িত ব্যক্তি লৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

31/10/2024
সকলোকে বাপতি সাহোন কঙালী বিহুৰ ওলগ জনালোঁ। কঙালীৰ গৰ্ভতে যেন ভোগালীৰ বীজ অংকুৰিত হয়, তাৰেই কামনাৰে..
17/10/2024

সকলোকে বাপতি সাহোন কঙালী বিহুৰ ওলগ জনালোঁ। কঙালীৰ গৰ্ভতে যেন ভোগালীৰ বীজ অংকুৰিত হয়, তাৰেই কামনাৰে..

 # #  উৎপাদিত কেইবিধমান সামগ্ৰী # # # #Selling ৰ trend ত থকা আমাৰ কেইবিধমান সামগ্ৰী আৰু এইবোৰৰ গুণাগুণৰ বিষয়ে লিখা হল ।...
03/09/2024

# # উৎপাদিত কেইবিধমান সামগ্ৰী # # # #

Selling ৰ trend ত থকা আমাৰ কেইবিধমান সামগ্ৰী আৰু এইবোৰৰ গুণাগুণৰ বিষয়ে লিখা হল ।।

All Clear :
1 . অৰ্শ ৰোগ (Piles ,Fissure , Fistula ) , কৌষ্ঠকাঠিন আদিৰ বাবে লাভজনক । তেজ যোৱা , তেজ নোযোৱা , গুহ্যদ্বাৰ বাহিৰলৈ ওলাই অহা , আঙুৰৰ দৰে হোৱা , তেমুনাৰ দৰে হোৱা আদি সকলোৰে বাবে অত্যন্ত গুনকাৰী বস্তু All Clear .
2. Purnanava juice : লিভাৰ আৰু কিডনী ৰোগৰ বাবে মহৌষধ হয় পূণৰ্নভা। Fatty Liver , Kidney stone , Indigestion, খোৱাৰ ৰুচি নোহোৱা আদি সকলো সমস্যাৰ উপৰিও লিভাৰ আৰু কিডনীক নতুন জীবন দিয়ে।

3 . অৰ্জুনৰ ৰস : হাৰ্ট ভালে ৰাখে , হাৰ্টৰ ৰোগৰ কাৰণে লাভজনক অৰ্জুনৰ ৰস । ইয়াৰ উপৰিও Uric Acid , High pressure, Cholesterol levels নিয়ন্ত্ৰণ কৰে । তেজ পৰিষ্কাৰ কৰি ৰাখে । 50 বছৰ বয়সতো 30 বছৰীয়া যেন দেখে অৰ্জুন নিয়মিত খাই থাকিলে ।
4 . All in One আৰু All in One +
এই দুয়োটা তেল আমাৰ সকলো সময়তে trend ত থাকে। All in One তেলটো চুলি সৰা বন্ধ কৰাত ৰাম বান সদৃশ কাম কৰে বুলি ৰাইজে কয় আমাক আৰু All in One + চুলি সৰাৰ উপৰিও উফি , চুলিৰ আগ ফাটি যোৱা , পাতল চুলি , চুলি ৰঙা পৰি যোৱা আদিৰ উপৰিও সকলো সমস্যাৰ বাবে উপকাৰী ।
5. ত্ৰিফলা গুড়ি # # # #
ত্ৰিফলা বাত ,পিত্ত আৰু কফৰ সমস্ত ৰোগৰ বাবে লাভকাৰী ।নিয়মীত ত্ৰিফলা সেৱনে মানুহক নিৰোগী কৰি ৰখাৰ উপৰিও দীৰ্ঘায়ু প্ৰদান কৰে । অত্যাধিক গেছৰ সমস্যা , ভাত খাবলৈ মন নোযোৱা , মুখৰ দুৰ্গন্ধ , হাত-ভৰি ঘামি থকা , মুখ মণ্ডলত কলা দাগেৰে আৱৰি ধৰা , শৌচ সময়ত নোহোৱা , বাৰে বাৰে শৌচ লাগি থকা , চুলিৰ অকাল-পক্কতা , মূৰ ঘূৰাই থকা বা সঘনাই মূৰৰ বিষ হৈ থকা , গা দুৰ্বল লাগি থকা , হাত ভৰি লৰ-চৰ কৰিব মন নোযোৱা আদি সকলো ৰোগৰ বাবে ত্ৰিফলা উপকাৰী।নিয়মীত ত্ৰিফলা সেৱন কৰক আৰু এটা ৰোগমুক্ত শৰীৰ পাওঁক । ত্ৰিফলা নিয়মীত সেৱন কৰিলে ডায়েবেটিচ , উচ্চ ৰক্তচাপ , পাইলছ আদি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে ।
6. মেথিগুটি , জনীগুটি আৰু কালজিৰাৰ মিশ্ৰণ # # #
এই মিশ্ৰনটোৱে শৰীৰৰ ওজন কম কৰাত সহায় কৰে । শৰীৰৰ মেদ বা চৰ্বি উলিয়াই দি আমাৰ শৰীৰক নতুন শক্তি প্ৰদান কৰে । ইয়াৰ উপৰিও এইবিধ মিশ্ৰণৰ নিয়মীত সেৱন কৰিলে ডায়েবেটিচ , ৰক্তচাপ আদি নিয়ন্ত্ৰণত ৰাখে ।পুৰণি গাঁঠি বিষ , Rheumatic Arthritis , Osteoporosis , Osteoarthritis , Joint Pain আদিৰ বাবে বিশেষভাৱে উপকাৰিব। শৰীৰৰ তেজ পৰিষ্কাৰ কৰে , কৌষ্ঠকাঠিন্য দূৰ কৰে , ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে , লিভাৰৰ সুৰক্ষা কৰে , মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা শৰীৰৰ লোকচান দূৰ কৰে । ইয়াৰ উপৰিও আন বহুতো ৰোগত ই লাভদায়ক । নিয়মীত 3 মাহ বা তাতোধিক সেৱন কৰিলে লাভান্বিত হব।
7 . # # #শতমূল চূৰ্ণ # # #
শতমূল চূৰ্ণ সেৱন কৰিলে মহিলাৰ প্ৰায়বোৰ মাহেকীয়া সমস্যা দূৰ কৰে ।
অনিয়মিত মাহেকীয়া সমস্যা আজিৰ দিনত এটা ডাঙৰ সমস্যা হৈ পৰিছে । ইয়াৰ ফলত বহুতো মহিলা মাতৃসুখ পোৱাৰ পৰা বঞ্চিত হব লগা ও হৈছে ।
অনিয়মিত মাহেকীয়াৰ ফলত cyst হয় আৰু পিছত ই জটিল ৰূপ লয় । বহু সময়ত গৰ্ভাশয় উঠাই পেলাব লগাওঁ হোৱা দেখা যায় । ইয়াৰ উপৰি মাহেকীয়াৰ সময়ত ৰক্তস্ৰাৱ বেছি হোৱা বা একেবাৰে কম হোৱা , দুদিনতে বন্ধ হোৱা আদিৰ বাবে উপকাৰী । গাভৰু হোৱালৈকে মহিলাৰ বক্ষস্থল বিকাশ নোহোৱা , শৰীৰৰ গঠন ঠিক নোহোৱা আদিৰ বাবেও উপকাৰী I নিয়মীত 3 মাহ বা তাতোধিক সেৱন কৰিলে ভাল ফল পাব ।
8 . # # #এৰাতেল # # #
এৰা তেলে মানুহৰ শৰীৰৰ বিষ দূৰ কৰে । মাংস পেশীৰ বিষ , গাঁঠিৰ বিষ , আঘাত পোৱা বা থেতেলা খোৱাৰ বিষ , কান্ধৰ বিষ , হাতৰ বিষ , পিঠিৰ বিষ আদিৰ বাবে এই তেল অলপ গৰম কৰি লৈ হাতেৰে মালিচ কৰিলে বিষ নাইকিয়া হয় । এৰা তেলত ভিটামিন E প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে ই ছালৰ বাবেও উপকাৰী ।
9. # # #অৰ্জুন গছৰ ছালৰ গুড়ি # # #
অৰ্জুন গছৰ ছালৰ গুড়িয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । Uric Acid , Blood Acidity , Gaut আদিৰ বাবে বিশেষভাৱে উপকাৰী । অৰ্জুন গছৰ চালে আমাৰ তেজ পৰিষ্কাৰ কৰি ছালৰ ৰঙ উজ্জল কৰে ।শৰীৰত জমা হোৱা ক্ষতিকাৰক কলেষ্টৰল কমাই দি তেজ পৰিষ্কাৰ কৰি ৰক্ত সঞ্চালনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ।
10. # # #অশ্বগন্ধা গুড়ি # # #
অশ্বগন্ধা গুড়ি নাৰ্ভৰ সমস্যাৰ বাবে অতি উপকাৰী । হাত ভৰি জিনজিনাই থকা , হাত ভৰি কোঁচ খাই অহা , ৰাতি শুই থকাৰ সময়ত হাত ভৰি টানি ধৰা আদিৰ বাবে বিশেষভাৱে উপকাৰী । অশ্বগন্ধা মিৰ্গী ৰোগ ( Epilepsy ) ৰ বাবে অমৃত সদৃশ । নিয়মীত 2 বছৰ বা তাতোধিক খালে মৃগী ৰোগৰ পৰা আৰোগ্য লাভ কৰে । ইয়াৰ উপৰিও অশ্বগন্ধাই পুৰুষৰ যৌন সমস্যাৰ বাবে লাভকাৰী । আজিকালি নিয়মীত দিনপঞ্জীৰ বাবে পুৰুষৰ যিবোৰ সমস্যাৰ উদ্ভৱ হয় , সেইবোৰৰ বাবে অতি উপকাৰী । Premature Ej*******on , Erecticle Disfunction , Low s***m count আদিৰ বাবে উপকাৰী । নিয়মীত 3 মাহ বা তাতোধিক খালে ভাল ফল পাব ।
11. # # # Juice # # # #
থলুৱা পদ্ধতিৰে অসমৰ মাটিত গজা এলোভেড়াক পৰিষ্কাৰ কৰি ধুই ৰস উলিয়াই বটলত ভৰোৱা হৈছে । ই লিভাৰ , কিডনী , ছাল আৰু চুলিৰ বাবে বিশেষ ভাৱে উপকাৰী । এলোভেড়া আৰু হালধীৰ মিশ্ৰণ কৰি নিয়মীত খালে gastric ulcer , irregular bowl syndrome , Melina আদিত উপকাৰ পোৱা যায় । নিয়মীত এলোভেড়াৰ ৰস খালে মানুহক দীৰ্ঘায়ু প্ৰদান কৰে ।
12 . # #অৰ্শমুক্তি # #
অৰ্শ মুক্তি সোণাৰু গছৰ গুটি আৰু ত্ৰিফলাৰ সংমিশ্ৰণেৰে বনোৱা হৈছে ।।অৰ্শ ৰোগৰ বাবে ই অত্যন্ত লাভকাৰী । তেজ যোৱা অৰ্শ বা তেজ নোযোৱা দুয়োটাৰে বাবে ই উপকাৰী । অৰ্শৰোগ , fissure , fistula আদিৰ বাবেও উপকাৰী । মাছ মাংস সেৱন কৰাৰ পৰা বিৰত থাকি 6 মাহ এইবিধ বিধান খালে আৰোগ্য হোৱা দেখা যায় ।
13. # # #পূৰ্ণনভা শাকৰ গুড়ি # # # #
পূৰ্ণনভা শাকৰ গুড়ি লিভাৰ আৰু কিডনীৰ বাবে অমৃত সদৃশ । Fatty Liver , Enlarged Liver আদিৰ উপৰিও মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা লিভাৰৰ দোষ দূৰ কৰাত সহায় কৰে । বছৰ-বছৰ মাছ-মাংস আদি খোৱাৰ ফলত লিভাৰ আৰু কিডনী দুৰ্বল হৈ যায় । পূৰ্ণনভা শাকৰ গুড়িয়ে আকৌ পৰিষ্কাৰ কৰি সুস্থ কৰি তোলে ।কিডনী পাঠৰ , কিডনীৰ বিভিন্ন সমস্যা , মূত্ৰ ৰোগ আদিৰ বাবেও উপকাৰী ।
14. # # # In One # # # #
এইবিধ তেল ব্যৱহাৰ কৰিলে চুলিৰ অকাল পক্কতা , চুলি সৰা , উফিৰ সমস্যা আদি দূৰ কৰে আৰু চুলি ঘন, কলা কৰি দিয়ে ।
15. # # # #খাটি সৰিয়হৰ তেল # # #
নাকত দিয়া খাটি সৰিয়হৰ তেলে মূৰৰ বিষ , চৰ্দি , চাইনাছ , মাইগ্ৰেন আদি দূৰ কৰে ।।ৰাতি ভাল টোপনি আহিবলৈ ৰাতি শোৱাৰ আগতে দুই টুপালকৈ নাকত দিলে ভাল টোপনি আহে ।
16. # # #বেচন আৰু হালধীৰ মিশ্ৰণ # # # #
অতীতত ঋষি মুনি , ৰজা-প্ৰজা সকলোৱে এইবিধ মিশ্ৰণেৰে গা ধুইছিল ।
এইবিধ মিশ্ৰণেৰে গা ধুলে গাৰ খৰ-খজুৱতি , শালমইনাৰ দাগ , মৰা ছাল আদি চাফা কৰি ছাল উজ্জল কৰি তোলে ।
চাবোনত থকা বিষাক্ত ৰাসায়নীক দ্ৰব্যই আমাৰ ছালত বিভিন্ন ৰোগৰ সৃষ্টি কৰে , খৰ খজুৱতি , চৰাইছিছ , একযিমা আদিৰ সৃষ্টি কৰে ।
17. # # #মূলতানি মাটি # # #
মূলতানি মাটিয়ে মুখৰ দাগ পৰিষ্কাৰ কৰে আৰু উজ্জলতা আনি দিয়ে ।
মূলতানি মাটি চুলিৰ বাবেও উপকাৰী ।
18 # #আদগুড়ি , হালধি গুড়ি , ডালচিনি গুড়ি আৰু পিপলি গুড়িৰ মিশ্ৰণ # # #
হাঁপানী , পুৰণি কাহ , ব্ৰংকাইটিছ , ফেৰেঞ্জাইটিছ আদিৰ বাবে উপকাৰী ।
নিয়মীত 3 মাহ বা তাতোধিক খাব ।

ইয়াৰ উপৰিও আমাৰ আছে ৪০ ৰ ওপৰত সামগ্ৰী । এই সকলোবোৰ আমাৰ Joy Drug Distributor ...Near Tamulpur police station..ত উপলব্ধ।

Address


Opening Hours

Monday 09:00 - 21:00
Tuesday 09:00 - 21:00
Wednesday 09:00 - 21:00
Thursday 09:00 - 21:00
Friday 09:00 - 21:00
Saturday 09:00 - 21:00
Sunday 09:00 - 21:00

Website

Alerts

Be the first to know and let us send you an email when MS JOY DRUG Distributor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram