14/03/2023
ৰাতিপুৱা আমাৰ Nutrition Center ৰ সময়খিনি বহুত ভাল লাগে কাৰণ ইয়াতে বহুতখিনি মানুহ আহে ব্যায়াম কৰাৰ কাৰণে আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে ।
সকলোৰে পৰা নতুন নতুন কথা শিকিব পাৰি তাৰ কাৰণে মোৰ বহুত ভাল লাগে।কিছুমানৰ ওজন কমাব লাগে কিছুমানৰ বঢ়াব লাগে আৰু কিছুমানৰ প্ৰেচাৰ, ডায়েবেটিচ, থাইৰয়ড, ফেঁটী লিভাৰ ইত্যাদি সমস্যা থকা আছে ।
আমাৰ Nutrition Center ত ৰাতিপুৱা আহিলে লগ পাব বহুত এনেকুৱা আছে আগতে সদায় প্ৰেচাৰ, থাইৰয়ড, ডায়েবেটিচ, ফেঁটী লিভাৰ ইত্যাদি ৰ কাৰণে Medicine লৈ থকা মানুহে আজি একো Medicine লব লগা হোৱা নাই।
কোনেও এনেকুৱা নাভাবিব কিবা অসুবিধা থাকিলেহে আমাৰ শৰীৰত Exercise and Nutrition লাগে বুলি।আমি সদায় Exercise কৰিলে আৰু ভালকে খোৱা লোৱা কৰিলে আমি খোৱা খাদ্যত সঠিকভাৱে পুষ্টি পালে আমি পাছলৈ বিভিন্ন ধৰণৰ বেমাৰত ভুগিব নালাগিব।
আমি Online আৰু Offline দুয়োটাতে সহায় কৰোঁ।ঘৰ ওচৰত থাকিলে আমাৰ Center ত আহিব দূৰত থাকিলে Online ত আমি সহায় কৰোঁ।
কোনোবা যদি নিজৰ স্বাস্থ্যক লৈ Serious হয় মোক Call বা Massage কৰিব পাৰে।বাকী মানুহক যেনেকুৱা সহায় কৰি আছো আপোনাকো কৰিম।
DM-8822556328