13/01/2022
সকলোকে বাপুতি - সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলো ।
ভোগালীৰ মেজিৰ পবিত্ৰ বহ্নিয়ে আতৰাওক সমাজৰ সকলো অসুয়া অপ্ৰিতি , ভোগালীৰ ভোগে জীপাল কৰক সকলোৰে হিয়া মনপ্ৰিতি , ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী ।