30/01/2026
📌 প্ৰাপ্তবয়স্ক JE টীকাকৰণ অভিযান সন্দৰ্ভত পৰ্যালোচনা বৈঠক
প্ৰাপ্তবয়স্ক জাপানী এনচেফেলাইটিছ (JE) টীকাকৰণ অভিযান সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখন জিলা আয়ুক্ত শ্ৰী অনন্দ কুমাৰ দাস মহোদয়ৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, উক্ত অভিযানটো ১৯ জানুৱাৰী ২০২৬ তাৰিখে আৰম্ভ কৰা হৈছিল।
বৈঠকত JE টীকাকৰণ অভিযানৰ সামগ্ৰিক অগ্ৰগতিৰ লগতে নিয়মীয়া টীকাকৰণ কাৰ্যসূচীৰ কাৰ্যসম্পাদনাও পৰ্যালোচনা কৰা হয়।
এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ শৰ্মা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বিমন শৰ্মা, অতিৰিক্ত মূখ্য স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া, বিভিন্ন স্বাস্থ্য বিষয়া ৰ লগতে সংশ্লিষ্ট অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
📌 Review Meeting on Adult JE Vaccination Campaign
A review meeting on the ongoing three-week-long Adult Japanese Encephalitis (JE) Vaccination Campaign for eligible beneficiaries aged 15–65 years was held today under the chairmanship of District Commissioner Shri Ananda Kumar Das.
The campaign was launched on 19 January 2026.
During the meeting, the overall progress of the JE vaccination campaign was reviewed, and the performance of the routine immunization programme was also assessed.
The meeting was attended by DDC, Sonitpur Shri Sanjeev Kumar Sharma, Joint Director of Health Service, Sonitpur Dr. Biman Sharma, Additional CM&HO, DIO, DPMU, BPMU unit along with other officials from the Health Department and other concerned departments.
Ministry Health & Family Welfare
National Health Mission,Assam
District Commissioner, Sonitpur
Janasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ
Ashok Singhal