30/12/2025
চেন্নাই এপ'ল' হস্পিতালৰ বহিঃবিভাগ সেৱা তেজপুৰত । পৰামৰ্শৰ বাবে উপস্থিত থাকিব
10 January 2026 পালম’ন’লজিস্ত আৰু লাং ৰ বিশেষজ্ঞ Dr Nithyanandan R (MBBS, MD Internal Medicine , DM Pulmonary and critical care medicine)
ধুলিৰ পৰা হোৱা এলা্র্জি,
এজমা,
ব্রঙ্কাইতিচ,
উশাহ লোৱাত কষ্ট,
টি.বি.,
হাঁওফাওঁৰ সংক্রমণ,
শোৱাত অসুবিধা,
COPD,
হাঁওফাওঁৰ জনিত সমস্যা আদিৰ সমস্যাত ভোগা ৰুগীয়ে পৰামৰ্শৰ বাবে আগতিয়াকৈ নাম পঞ্জিয়ন কৰিব পাৰে।
যোগাযোগ কৰকঃ 8876562876, 9706356583