29/06/2025
এই ফেচবুক পেজখন সকলোৱে যাতে আগুৱাই নিয়ে , এই গ্ৰুপৰ দ্বাৰা আমি দুখীয়া দৰিদ্ৰতা মানুহক সহায় কৰিবলৈ বিচাৰো,লগতে আমাৰ নিজৰ অঞ্চলৰ যিকোনো ধৰণৰ উৎসৱ, পূজা , কাৰোবাৰ ঘৰুৱা বিপদত সহায় আগবহাই আহিছোঁ। আৰু আমি য়াৰ বাহিৰেও জীৱ-জন্তু বিপদৰ পৰা উদ্ধাৰ কৰি ভাল স্থানত থাকাৰ সুবিধা দিও। আমাৰ এই গ্ৰুপৰ লগত সকলোৱেই জৰিত হবলৈ অনুৰধ কৰিছোঁ 🙏