Rashmi Homoeo

  • Home
  • Rashmi Homoeo

Rashmi Homoeo Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rashmi Homoeo, Hospital, .

We treat here all types of acute and chronic diseases...Specially Rheumatic pain,Arthritis, gout.......Kidney stone,Gall stone,Appendicitis....All sorts of woman diseases ....

*অসমীয়া নৱবৰ্ষ `ৰ লগতে ৰঙালী বিহুৰ ওলগ পৰিয়ালৰ সকলোলৈ জনালো। নতুন বছৰটিৰ প্ৰতিদিন সুখ, ৰং আনন্দৰে ভৰি পৰক তাৰ কামনা কৰিল...
14/04/2025

*অসমীয়া নৱবৰ্ষ `ৰ লগতে ৰঙালী বিহুৰ ওলগ পৰিয়ালৰ সকলোলৈ জনালো। নতুন বছৰটিৰ প্ৰতিদিন সুখ, ৰং আনন্দৰে ভৰি পৰক তাৰ কামনা কৰিলো। ৰঙালী বিহুটিয়ে সুখ শান্তি আৰু সাফল্যৰ বাৰ্তা কঢ়িয়াই আনি জীৱনটো ৰঙালীৰ ৰঙেৰে ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰে কামনাৰে বহু বহু শুভেচ্ছা l

তিনিটা পাথৰ বৰ্তমানলেকে ওলাল, আৰু দুটামান ওলাব চাগে। অপাৰেচনৰ প্ৰয়োজন নাই, মাথো বিশ্বাস আৰু ধৈৰ্য‍্যৰ প্ৰয়োজন।
25/02/2025

তিনিটা পাথৰ বৰ্তমানলেকে ওলাল, আৰু দুটামান ওলাব চাগে।


অপাৰেচনৰ প্ৰয়োজন নাই, মাথো বিশ্বাস আৰু ধৈৰ্য‍্যৰ প্ৰয়োজন।

এজন 39 বছৰীয়া মানুহ, যিজনৰ দুয়োটা কিড্ নিতে কেবাটাও পাথৰ আছিল। কেই দিনমান মেডিচিন খাই নোখোৱা হৈছিল।  যোৱা কেইদিনমানৰ আগত...
20/02/2025

এজন 39 বছৰীয়া মানুহ, যিজনৰ দুয়োটা কিড্ নিতে কেবাটাও পাথৰ আছিল। কেই দিনমান মেডিচিন খাই নোখোৱা হৈছিল।
যোৱা কেইদিনমানৰ আগত মেডিচিন আকৌ লৈ গৈছিল। কালি এটা অবিশ্বাস‍্য ভাবে অতি নিমজ পাথৰ প্ৰস্ৰাবৰ লগত বাহিৰ হয়।

19/02/2025

Headache /

17/02/2025

গৰমত হোৱা ছালৰ ৰোগ
যি ঠাণ্ডা কালি ভাল হৈ যায়
medicine medicine

16/02/2025

Seasonal symptoms & Homoeo medicine

15/02/2025

Homoeo medicine for Corn

04/02/2025
01/01/2025

নব বৰ্ষৰ শুভেচ্ছা জনালো।

Address


Alerts

Be the first to know and let us send you an email when Rashmi Homoeo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Rashmi Homoeo:

  • Want your practice to be the top-listed Clinic?

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram