Healthy Life Happy Life
= Acne & Pimples(মুখত ব্ৰুন, পিম্পুলছ, ছালময়না)
= Allergic (এলাৰ্জি)
= Anaemia(ৰক্ত হীনতা)
= Anxiety & Depression(আঞ্জাইটি, ডিপ্ৰেছন)
= Appendicitis(অপেণ্ডিছ
= Arthritis & Rheumatism (বিভিন্ন বিষ)
= Back & Knee Pain (কঁকাল , বেক বিষ)
= Blood Pressure (ব্লাড প্ৰেচাৰ )
= Boils & Abscesses(শৰীৰত সদায় ফোঁহা/ফোট উঠি থাকে, পূঁজ হয়)
= Cervical Spondolyisis( স্পণ্ডলাইটিছ-গৰধন/কান্ধ বিষ হোৱা)
= Chest Pain & Angina ( বুকু বিষ)
= Cholesterol (তেজৰ কলষ্ট্ৰল বেছি হলে হাৰ্ট সমস্যা হোৱাৰ সম্ভাৱনা থাকে)
= Constipation (পাইখানা টান)
= Cough (পুৰণি কফ/কাহ/শুকান কাহ)
= Any type Cyst & Tumor,PCOD, Lipoma (সকলো টিউমাৰ, চিষ্ট, মহিলাৰ অবেৰী চিষ্ট, লাইপমা ইত্যাদি)
= Dandruff(মূৰৰ ডেনড্ৰফ, উফি)
= Diabetes (ডায়েবেটিচ, মোদুহমেহ, চুগাৰ বেমাৰ)
=Eczema(ছালৰ বেমাৰ)
= Excessive Menses ( মহিলাৰ অতিৰিক্ত মাহেকীয়া হোৱা)
=Fistula (পাইলছৰ দৰে প্ৰায় একে সমস্যা - পূঁজ, তেজ ওলায়)
= Frequent Urination ( সদায় প্ৰচাফ লাগি থকা - পৰুষৰ যৌন ক্ষমতা কম হোৱাৰ ইটো এটা লক্ষণ)
=Gout & Uric Acid ( সৰু সৰু গাঁঠিৰ বিষ, উৰিক এচিড- প্ৰচাফ )
= Headache & Migraine (মূৰৰ বিষ বিশেষ কৈ এটা ফালে )
= Heart Tonics (হাৰ্টৰ টনিক)
= Heel Pain( বড়ি তালু বিষ)
= Herpes(ছালৰ বেমাৰ)
= Hydrocele (পুৰুষৰ গুটি ডাঙৰ হোৱা/টেছটিছ ডাঙৰ হোৱা)
= IBS & Colitis (পুৰণি পেটৰ সমস্যা , পাইখানা সদায় ডিলা হোৱাবা টান থকা, বিজল যোৱা, তেজ যোৱা, বিষ হোৱা, দিনত দুই বাৰ তকৈ বেছি লেট্ৰিন যোৱা, পাইখানা টান হৈ থকা ।) Allopathic মেডিচিন দ্বাৰা এই বেমাৰ ঠিক হোৱা উদাহৰণ কম আছে ।
= Impotency (পুৰুষৰ যৌন ক্ষমতা শূন্য হৈ যোৱা)
= Indigestion/Acidity/Gas (হজম নোহোৱা, গেছৰ সমস্যা)
= Injuries (আঘাত পোৱা , পুৰণি বিষ)
= Involuntary Urination ( সদায় প্ৰচাফ ওলাই থাকে , নাৰ্ভৰ সমস্যাৰ বাবে বা infection হলে হয়)
= Jaundice & Fatty Liver (জণ্ডিচ, ফেঁটী লিভাৰ)
= Kidney Stone (কিডনিৰ পাথৰ)
= Kidney Creatinine blood ( ক্ৰেটিনাইন- কিডনী বেয়া হোৱাৰ ইটো এটা কাৰণ)
= Laryngitis & Hoarse Voice ( গলৰ শব্দ ভাঙি যোৱা )
= Leucorrhoea( মহিলাৰ বগা শ্ৰাফ কিন্তু ৰং বহুত হয় বগা, কলা, চাউল দোৱা পানীৰ নিচিনা, মাংস দোৱা পানীৰ নিছিলা, দুৰ্গন্ধ যুক্ত, জ্বলা পোৰা কৰা ইত্যাদি)
= Loss Of Appetite (খাদ্য খাবলৈ মন নোযোৱা- হজম শক্তি কমি যোৱা)
=Menopause ( মহিলাৰ মাহেকীয়া যেতিয়া বন্ধ হয় বয়সৰ বাবে তেতিয়াই মহিলাৰ কিছু সমস্যা দেখা দিয়ে যেনে- হাতাৰ তালু, ভৰিৰ তালু, মূৰৰ তালু জ্বলা)
=Metorrhagia (মহিলাৰ মাহেকীয়া সময়ত বহুত তেজ যোৱা)
= Mouth Ulcers/Aphthae (মুখৰ ভিতৰত গা, দুৰ্গন্ধ)
= Neuralgia & Nerve Pain(নাৰ্ভৰ বিষ)
= Obesity( অতিৰিক্ত শকত হোৱা)
= Painful, Delayed & Scanty Menses ( মহিলাৰ মাহেকীয়া বিষ,বহু দিন বন্ধ থকা, বা দুৰ্গন্ধৰ যুক্ত)
= Parkinson's & Trembling (হাত ভৰি কঁপি থকা)
= Piles & Fissures ( অৰ্শ,পাইলছ, পায়ু পথ ফাটি যায়)
= Premature Ejaculation (পুৰুষৰ বীৰ্য কম সময়তে ওলাই যায়)
= Prostate Enlargement ( প্ৰষ্টেট গেলাণ্ড ফুলি উঠা- স্হান- পুৰুষৰ যৌনাঙ্গৰ লগত সম্পৰ্কীয় - বিষ হয়, প্ৰচাফ সম্পূৰ্ণ ওলাই নাহে, প্ৰচাফ কৰোঁতে শক্তি প্ৰয়োগ কৰিব লগা হয় বহুত , সদায় প্ৰচাফ লাগি থাকে)
= Psoriasis & Dry Skin (শুকান ছালৰ বেমাৰ ছৰিয়েছিছ)
= Rash/Itch/Urticaria/Hives (এলাৰ্জিৰ নিচিনা - খুজোঁৱা, বা ফুলি উঠা)
= Sciatica (নাৰ্ভৰ বিষ -কঁকালৰ পৰা ভৰিৰ তলুৱালৈ পাছফালে হয় বিষ অনুভৱ বা জ্বলাপোৱা কৰা)
= Sleeplessness ( অনিদ্ৰা , টোপনি নোহোৱা)
= Stomach Pain & Colic ( পাকস্থলী বিষ , গেষ্টিকৰ বিষ)
= Styes ( চকুৰ পতাত হোৱা আচুলি, মেচ)
= Thyroid (থাইৰয়ডৰ সমস্যা)
= Throat Pain (গল বিষ)
= Urinary Tract Infection ( প্ৰচাফ নলী সংক্ৰমণ)
= Vaginitis (মহিলাৰ যৌনাঙ্গ খুজোঁৱা বা ইনফেক্টন)
= Vitiligo & Leucoderma (ছালৰ বগা দাগ)
= Warts & Corns (আচুলি, মেচ)
= Weak Memory (ব্ৰইন দুৰ্বল)
= Weakness & Fatigue (গা দূৰ্বল)
= Normal Delivery ( নৰ্মাল ডেলিভাৰী)
= সৰু লৰা-ছোৱালীৰ বেমাৰ -কাহ, চৰ্দি, জ্বৰ, ছালৰ বেমাৰ ইত্যাদি....
= পুৰুষৰ/ ডেকা লৰা সকলৰ অতিৰিক্ত স্বপ্ন দোষ ।